Krishak Mukti Sangram Samiti, Assam - KMSS

Krishak Mukti Sangram Samiti, Assam - KMSS KMSS is a farmers’ rights movement in Assam fighting for land and social justice.

27/05/2025

আজি কটন বিশ্ববিদ্যালয়ৰ ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰতিজন কটনিয়ানলৈ জনাইছোঁ শুভেচ্ছা।

26/05/2025

কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS), অসমৰ অফিচিয়েল ফেচবুক পৃষ্ঠালৈ স্বাগতম!

আমি অসমৰ কৃষক ,বনুৱা,শ্ৰমজীৱী মানুহৰ আৰু সকলো জাতি-জনগোষ্ঠীৰ অধিকাৰ, ন্যায় আৰু স্বনিয়ন্ত্ৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছো।
আমাৰ সৈতে সকলো ৰাইজ সংযুক্ত হৈ থাকক— আমাৰ সংগ্ৰাম সম অধিকাৰ, সম উন্নয়ন আৰু সম বিকাশৰ বাবে। এখন শ্ৰেণীবিহীন সমাজ প্ৰতিষ্ঠা কৰাই আমাৰ লক্ষ্য।

26/05/2025

Welcome to the Official Page of Krishak Mukti Sangram Samiti (KMSS), Assam!

We are a grassroots movement committed to justice, rights, and dignity for the farmers and indigenous communities of Assam.

Stay connected with us for updates on our struggles, campaigns, and people’s movements.

Join us. Support the cause. Be the voice of change.

Address

Gandhibasti
Guwahati
781003

Website

Alerts

Be the first to know and let us send you an email when Krishak Mukti Sangram Samiti, Assam - KMSS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share