Biva Himangshu Memorial Trust

Biva Himangshu Memorial Trust Founded in 2012 and registered as a trust in 2017 by Mr Sanjay Goswami & Mrs Nandita Sarma Goswami

যোৱা ৫/০৫/২০২৬ ত ঘোষিত M.B.B.S 3RD PROFESSIONAL PART II ( March 2026) পৰীক্ষাত “বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুক...
08/05/2026

যোৱা ৫/০৫/২০২৬ ত ঘোষিত M.B.B.S 3RD PROFESSIONAL PART II ( March 2026) পৰীক্ষাত “বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুকেট- এম্পাৰমেন্ট ইনিচিয়েটিভ্ “ প্ৰকল্পৰ ২০২৩ বৰ্ষৰ শৈক্ষিক জলপাণি ( scholarship) প্ৰাপক

মনিষা মালাকাৰে ( হাজো)

GAUHATI MEDICAL COLLEGE, GUWAHATI ৰ পৰা ৰাজ‍্যৰ ভিতৰত দশম (10th position) স্থান পাবলৈ সক্ষম হৈছে । তেওঁৰ সফলতাত বিভা-হিমাংশু মেম’ৰিয়েল টাষ্ট্ৰৰ তৰফৰ পৰা মনিষা মালাকাৰক আন্তৰিক অভিনন্দন । ভবিষ‍্যত জীৱনত তেওঁ এজন দয়াবান, মানৱদৰদী সুচিকিৎসক হ’ব বুলি আশা ৰাখিলো ।

Biva Himangshu Memorial Trust would like to extend heartfelt congratulations to it’s year 2023 scholarship holder Manisha Malakar under trust’s “EDUCATE -EMPOWERMENT INITIATIVE”programme on her M.B.B.S 3RD PROFESSIONAL PART II ( March 2026) exam’s result for securing 10th position in all Assam .








29/04/2026

We are proud of you Bishal !

আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত “বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুকেট- এম্পাৱাৰমেন্ট ইনিচিয়েটিভ্ “ প্ৰকল্পৰ...
28/04/2026

আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত “বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুকেট- এম্পাৱাৰমেন্ট ইনিচিয়েটিভ্ “ প্ৰকল্পৰ ২০২৪ বৰ্ষৰ শৈক্ষিক জলপাণি ( scholarship) প্ৰাপক শ্ৰী বিশাল দাস ( পাঠশালা )আৰু শ্ৰী দ্বিপশিখা বৈশ‍্য( মঙ্গলদৈ)লৈ তেওঁলোকৰ সফলতাত টাষ্ট্ৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন । বিজ্ঞান শাখাত বিশাল দাসে ৯০.০৪% আৰু দ্বিপশিখা বৈশ‍্যই ৮৩.০২ % পাবলৈ সক্ষম হয় ।

Biva Himangshu Memorial Trust would like to extend heartfelt congratulations to its year 2024 scholarship holders BISHAL DAS( Sc. 90.04%)and DIPSHIKHA BAISHYA (Sc. 83.02%) under trust’s “EDUCATE -EMPOWERMENT INITIATIVE”programme on their H.S (SEBA) results.








04/04/2026

বিভা-হিমাংশু স্মৃতি ন্যাসৰ শৈক্ষিক সাহাৰ্য :
আগন্তুক কেইদিনমানতে ফলাফল ঘোষিত হ’ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC) ৯০% বা তাতকৈ অধিক নম্বৰসহ উত্তীৰ্ণ হোৱা অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পৰা ফলাফল ঘোষিত হোৱা মাত্ৰকে আবেদন বিচৰা হ’ল । ন্যাসে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীক বাছনি কৰি স্নাতক পৰ্যন্ত (বি.এ/ বি.কম/ বি.এছ.ছি )শিক্ষাৰ বাবে জল-পাণি (scholarship)প্ৰদান কৰিব। ২০১৭ চনৰ পৰা ন্যাসে এই সুবিধা প্ৰদান কৰি আহিছে ।
সবিশেষ তথ্যৰ বাবে ৮৮৭৬৯৭৯৬৯৭ ( হোৱাটচএপ) নম্বৰত যোগাযোগ কৰক । আমাৰ
E-mail ID :
[email protected]






সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত “বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুকেট- এম্পাৰমেন্ট ইনিচিয়েটিভ্ “ প্ৰকল্পৰ ...
25/07/2025

সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত “বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুকেট- এম্পাৰমেন্ট ইনিচিয়েটিভ্ “ প্ৰকল্পৰ ২০২৩ বৰ্ষৰ শৈক্ষিক জলপাণি ( scholarship) প্ৰাপক প্ৰেৰণা চাহু ( লক্ষীমপুৰ)আৰু প্ৰেৰণা কাশ‍্যপলৈ (শুৱালকুছি) তেওঁলোকৰ সফলতাত টাষ্ট্ৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন । বিজ্ঞান শাখাৰ প্ৰেৰণা চাহুৱে ৮৫.৬% আৰু কলা শাখাৰ প্ৰেৰণা কাশ‍্যপে ৮৭.৮% পাবলৈ সক্ষম হয় ।
Biva Himangshu Memorial Trust would like to extend heartfelt congratulations to its year 2023 scholarship holders Prerona Sahu ( Sc. 85.6%)and Prerona Kashyap (Arts. 87.8%) under trust’s “EDUCATE -EMPOWERMENT INITIATIVE”programme on their HS (SEBA) results.









25/07/2025

বিভা-হিমাংশু স্মৃতি ন্যাসৰ শৈক্ষিক সাহাৰ্য :
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC) ৯০% বা তাতকৈ অধিক নম্বৰসহ উত্তীৰ্ণ হোৱা অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন বিচৰা হৈছে । ন্যাসে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীক বাছনি কৰি স্নাতক পৰ্যন্ত (বি.এ/ বি.কম/ বি.এছ.ছি )শিক্ষাৰ বাবে জল-পাণি (scholarship)প্ৰদান কৰিব। ২০১৭ চনৰ পৰা ন্যাসে এই সুবিধা প্ৰদান কৰি আহিছে ।
সবিশেষ তথ্যৰ বাবে ৮৮৭৬৯৭৯৬৯৭ ( হোৱাটচএপ) নম্বৰত যোগাযোগ কৰক । আমাৰ
E-mail ID :
[email protected]






সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত “বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুকেট- এম্পাৰমেন্ট ইনিচিয়েটিভ্ “ প্ৰকল্পৰ ...
25/07/2025

সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত “বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুকেট- এম্পাৰমেন্ট ইনিচিয়েটিভ্ “ প্ৰকল্পৰ ২০২২ বৰ্ষৰ শৈক্ষিক জলপাণি ( scholarship) প্ৰাপক পৰাগ জ্যোতি দাস আৰু পৱন দাসলৈ তেওঁলোকৰ সফলতাত টাষ্ট্ৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ।
Biva Himangshu Memorial Trust would like to extend heartfelt congratulations to it’s scholarship holders Parag Jyoti Das and Paban Das under trust’s “EDUCATE -EMPOWERMENT INITIATIVE”programme on their HS (SEBA) results.









25/07/2025
25/07/2025

Thank you honourable Education Minister of Assam Ronoj Pegu sir for your kind words! We are honoured 🙏







25/07/2025

বিভা-হিমাংশু স্মৃতি ন্যাসৰ শৈক্ষিক সাহাৰ্য :
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC) ৯০% বা তাতকৈ অধিক নম্বৰসহ উত্তীৰ্ণ হোৱা অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন বিচৰা হৈছে । ন্যাসে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীক বাছনি কৰি স্নাতক পৰ্যন্ত (বি.এ/ বি.কম/ বি.এছ.ছি )শিক্ষাৰ বাবে জল-পাণি (scholarship)প্ৰদান কৰিব। ২০১৭ চনৰ পৰা ন্যাসে এই সুবিধা প্ৰদান কৰি আহিছে ।
সবিশেষ তথ্যৰ বাবে ৮৮৭৬৯৭৯৬৯৭ ( হোৱাটচএপ) নম্বৰত যোগাযোগ কৰক । আমাৰ
E-mail ID : [email protected] আৰু ৱেবচাইট www.bhmemorialtrust.org





Welcome Priyakshi Dutta to       Bahona College, Jorhat, AssamPriyanka Dutta
25/07/2025

Welcome Priyakshi Dutta to





Bahona College, Jorhat, Assam
Priyanka Dutta

Address

Khanapara
Guwahati

Alerts

Be the first to know and let us send you an email when Biva Himangshu Memorial Trust posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share