APREWA-Assam PWD Retired Engineers' Welfare Association, Regd, Estd. 2016

  • Home
  • India
  • Gauhati
  • APREWA-Assam PWD Retired Engineers' Welfare Association, Regd, Estd. 2016

APREWA-Assam PWD Retired Engineers' Welfare Association, Regd, Estd. 2016 etc.

Works as charitable organisation to help the needy people, update and upgrade technical knowledge of the fellow engineers, to keep fit the members both physically and mentally, organise workshop, seminar on important topic.

28/02/2025

*An Appeal. Retired Engineer and Architect friends of Assam Public Works Deptt are invited to join in Assam PWD Retired Engineers Welfare Association at an early date ( APREWA) (Registered). This Organisation is a Charitable Organisation of the fellow Engineers to keep fit the members both physically and mentally, organise workshop and seminar on important topic. Membership for this organisation only open for Retired Engineers and Architechts of Public Works Department. This Organisations is helping most needy and deserted people of the Society. Celebrating Engineers day, Rangali Bihu and family get together of members etc for last few years. Therefore we humbly request You to join and strengthen us in the race towards humanity and to enjoy benefits provided by the Organisation. Thank you. For APREWA (R) Preident (Mobile No - 9435041799) Secretary (Mobile No - 8638976266)

অসম লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা কল‍্যাণ সংস্থাৰ উদ‍্যোগত অভিযন্তা দিবস পালন-     বিগত ১৫ নভেম্বৰ, ২০২৪ ইং তা...
13/02/2025

অসম লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা কল‍্যাণ সংস্থাৰ উদ‍্যোগত অভিযন্তা দিবস পালন-

বিগত ১৫ নভেম্বৰ, ২০২৪ ইং তাৰিখে অইন বেলিৰ দৰে এইবেলিও দিনযোৰা কাৰ্যসূচীৰে, লোক নিৰ্মাণ বিভাগৰ Convention Centre, Dispur ৰ প্ৰেক্ষাগৃহত বিশিষ্ট অভিযন্তা ভাৰতৰত্ন চাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়াৰ জন্মদিনটো অসম লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা কল‍্যাণ সংস্থাৰ উদ‍্যোগত ‘অভিযন্তা দিবস’ হিচাবে পালন কৰা হয়। অনুষ্ঠানটিৰ কাৰ্যসূচীত আছিল ভাৰতৰত্ন চাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়াৰ জীৱনৰ ওপৰত আলোকপাতৰ ওপৰিও বিশিষ্ট অভিযন্তাক সম্বৰ্ধনা, গীত-মাত, কবিতা আবৃতি আদি। অনুষ্ঠানটি পৰিচালনা কৰে সংস্থাৰ সভাপতি শ্ৰীযুত প্ৰদ‍্যুৎ কুমাৰ চৌধুৰী দেবে।
এই বেলি অভিযন্তা দিবসত দুগৰাকী বিশিষ্ট অভিযন্তাক সম্বৰ্ধনাৰ বাবে নিৰ্বচিত কৰা হয়। তাৰে এগৰাকী হ’ল সকলোৰে পৰিচিত অসম অভিযান্ত্ৰিক মহাবিদ‍্যালয় আৰু NIT, শিলচৰৰ প্ৰাক্তন অধ‍্যাপক, প্ৰাক্তন কাৰিকৰী শিক্ষা সঞ্চালক, অসম, গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ প্ৰাক্তন উপাচাৰ্য স্বনামধন‍্য শিক্ষাবিদ ডঃ নিৰ্মল কুমাৰ চৌধুৰী দেব। শাৰিৰীক অসুস্থতাৰ হেতু অনুষ্ঠানত উপস্থিত থাকিবলৈ অপৰাগতা প্ৰকাশ কৰাত আগদিনাই তেখেতৰ ৰুক্মিণী গাওঁৰ বাসগৃহত সংস্থাৰ তৰফৰ পৰা এই বিশিষ্ট অভিযন্তা গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰা হয়।
আন গৰাকী সম্বৰ্ধিত ব‍্যক্তি হ’ল যোৰহাট আৰু অসম অভিযান্ত্ৰিক মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যাপক শশী প্ৰসাদ মহন্ত চাৰ। বয়সেও হাৰ মনাব নোৱাৰা প্ৰখৰ স্মৃতি শক্তিৰ গৰাকী মহন্ত চাৰৰ জীৱন পঁচাশী বছৰৰ উৰ্দ্ধতো কৰ্মেৰে ভৰা। সভাত তেখেতৰ কৰ্মময় জীৱনৰ আলোকপাতে সকলোকে আপ্লুত কৰে।
এইবাৰৰ অভিযন্তা দিবসৰ মন কৰিবলগীয়া দিশতো হ’ল যে অনুষ্ঠানটিত বহুতো অভিযন্তাৰ সপত্নীক অংশ গ্ৰহণ।

৩০/১/২০২৫ তাৰিখৰ বিশিষ্ট ব‍্যক্তিৰ লগত মত বিনিময় অনুষ্ঠানৰ অতিথি প্ৰবাসী জৈষ্ঠ‍্য অভিযন্তা শ্ৰীযুত ৰথীন দেৱ চৌধুৰী।
04/02/2025

৩০/১/২০২৫ তাৰিখৰ বিশিষ্ট ব‍্যক্তিৰ লগত মত বিনিময় অনুষ্ঠানৰ অতিথি প্ৰবাসী জৈষ্ঠ‍্য অভিযন্তা শ্ৰীযুত ৰথীন দেৱ চৌধুৰী।

03/02/2025
Certificate of Registration under Society’s Act, 1860
03/02/2025

Certificate of Registration under Society’s Act, 1860

Address

H No. 75, Namghar Path, Bagharbari
Gauhati
781037

Website

Alerts

Be the first to know and let us send you an email when APREWA-Assam PWD Retired Engineers' Welfare Association, Regd, Estd. 2016 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share