মাতৃ নিৱাস, Mother’s Home - An Old Age Home of Monalisha Society

  • Home
  • India
  • Gauhati
  • মাতৃ নিৱাস, Mother’s Home - An Old Age Home of Monalisha Society

মাতৃ নিৱাস, Mother’s Home - An Old Age Home of Monalisha Society Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মাতৃ নিৱাস, Mother’s Home - An Old Age Home of Monalisha Society, Nonprofit Organization, House No -13, Lakhmi Mandir, Path, Mathghoriya, Noonmati, Guwahati-20, Gauhati.

03/04/2026

At Monalisha SocietyGuwahati Monalishasociety -9864048360

ককাও গলগৈ। এসময়ত ককাৰ পানবজাৰৰ ভৰালী ব্ৰাদাৰ্ছৰ সন্মুখত “পেন এন্ড পেন” (Pen & Pen) বুলি এখন বিখ্যাত কলমৰ দোকান আছিল। হয...
18/01/2026

ককাও গলগৈ। এসময়ত ককাৰ পানবজাৰৰ ভৰালী ব্ৰাদাৰ্ছৰ সন্মুখত “পেন এন্ড পেন” (Pen & Pen) বুলি এখন বিখ্যাত কলমৰ দোকান আছিল। হয়, আমাৰ বৃদ্ধাৱাসত থকা এগৰাকী পুৰণি আবাসী তুলসী গিদৱানী ককাৰ কথাই কৈছো। যথেষ্ট জ্ঞানী-গুণী আছিল তুলসী ককা। তেখেত আছিল হিন্দী, ইংৰাজী, অসমীয়া, বঙালী আদিকে ধৰি কেইবাটাও ভাষাত অতি পাকৈত। শেষ সময়ত কলমৰ দোকানখনো বন্ধ হোৱাত তেখেতৰ কোনো জীৱিকা নোহোৱা হ’ল। লাহে লাহে তেখেত ঘৰখনৰ পৰাও অবহেলিত হ’বলৈ ধৰিলে। সেয়েহে তেখেতে এদিন বৃদ্ধাৱাসত আশ্ৰয় গ্ৰহণ কৰিলে। সকলোৰে সৈতে হাঁহি-ধেমালীৰে কটোৱা ককাই যোৱা বছৰ হৈ যোৱা ককা - আইতাৰ বিয়াৰ দৰাৰ সখী। অতি মৰমীয়াল আৰু শান্ত স্বভাৱৰ ককাৰ সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত পৰলোক ঘটে। তেখেতৰ মহান আত্মাই চিৰশান্তি লাভ কৰক।
ঔম শান্তি🙏

14/12/2025

Celebrating my 1st year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉❤️

কালি প্ৰেৰণাৰ ওপজা দিনটোত পিতৃ - মাতৃয়ে মাতৃ নিৱাস (Mother’s Home) ত অতি সুন্দৰকৈ নিশাৰ আহাৰৰ ব‍্যৱস্হা কৰে। প্ৰেৰণালৈ ও...
14/12/2025

কালি প্ৰেৰণাৰ ওপজা দিনটোত পিতৃ - মাতৃয়ে মাতৃ নিৱাস (Mother’s Home) ত অতি সুন্দৰকৈ নিশাৰ আহাৰৰ ব‍্যৱস্হা কৰে। প্ৰেৰণালৈ ওপজা দিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ🙏

গ্ৰীণ মিছন, বজালীৰ উদ‍্যোগত আৰু মনালিছা ছ’চাইটিৰ সহযোগত  নুনমাটিৰ মঠঘৰীয়াৰ মাতৃ নিৱাসত আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ন...
17/09/2025

গ্ৰীণ মিছন, বজালীৰ উদ‍্যোগত আৰু মনালিছা ছ’চাইটিৰ সহযোগত নুনমাটিৰ মঠঘৰীয়াৰ মাতৃ নিৱাসত আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী দেৱৰ ৭৫ তম জন্ম দিৱস উদযাপনৰ কিছু মুহূৰ্ত। বিশিষ্ট সমাজ তথা পৰিৱেশ কৰ্মী ও ব্ৰেণ্ড এম্বেছাদৰ শ্ৰীআনন্দ খাটনিয়াৰৰ তত্ত্বাবধানত অনুষ্ঠিত এই অনুষ্ঠানত কেইবাজোপা নিম গছ ৰোপন কৰা হয়।

Thank you Nabanita Baruah Mam (Iscon) for today’s lunch Monalisha SocietyGuwahati Monalishasociety🙏 🤩🙏🏻 098640 48360
11/09/2025

Thank you Nabanita Baruah Mam (Iscon) for today’s lunch Monalisha SocietyGuwahati Monalishasociety🙏 🤩🙏🏻 098640 48360

11/09/2025

মনালিছাছ’চাইটিৰ উদ্যোগত অসমীয়ার হৃদয়ৰ আমঠু ডঃ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবার্ষিকী পালন। ❤️🙏🏻🙏🏻🙏🏻 এই চেগতে নাম পৰিৱেশন কৰা সৃজনী কৃষ্টি সমাজলৈ আন্তৰিক ধন‍্যৱাদ আৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ🙏 At Monalisha SocietyGuwahati MonalishasocietyGuwahati -9864048360 with Utpal Harshavardhan

আজি ৰাজু ৰিয়াজ আৰু তেখেতৰ সদস‍্যসকলে মনালিছা ছ’চাইটিৰ বৃদ্ধাৱাস মাতৃ নিৱাস (মাদাৰ্ছ হোম) ত  ককা আইতাসকলৰ চুলি কাটি সমাজ ...
23/08/2025

আজি ৰাজু ৰিয়াজ আৰু তেখেতৰ সদস‍্যসকলে মনালিছা ছ’চাইটিৰ বৃদ্ধাৱাস মাতৃ নিৱাস (মাদাৰ্ছ হোম) ত ককা আইতাসকলৰ চুলি কাটি সমাজ সেৱা আগবঢ়ায়। লগতে ৰবিন হুদ আৰ্মিয়ে এই অনুষ্ঠানত সহযোগিতা আগবঢ়ায়। দুয়োটা অনুষ্ঠানলৈ আন্তৰিক ধন‍্যৱাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ🙏🙏

22/08/2025

মাতৃ নিৱাসত ভাদ মহীয়া নাম কিৰ্তন💕

Thank you Mam for today’s lunch🙏
23/07/2025

Thank you Mam for today’s lunch🙏

Rest in peace  Bor Ma🙏🙏Thank you Sjt. Ashim Baruah Sir🙏🙏🙏
27/06/2025

Rest in peace Bor Ma🙏🙏
Thank you Sjt. Ashim Baruah Sir🙏🙏🙏

International Yoga Day Celebration dated on 21June,2025 at Matri Niwas.
25/06/2025

International Yoga Day Celebration dated on 21June,2025 at Matri Niwas.

Address

House No -13, Lakhmi Mandir, Path, Mathghoriya, Noonmati, Guwahati-20
Gauhati
781020

Website

Alerts

Be the first to know and let us send you an email when মাতৃ নিৱাস, Mother’s Home - An Old Age Home of Monalisha Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share