Baitul Maal ,Sivasagar

Baitul Maal ,Sivasagar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Baitul Maal ,Sivasagar, Non-Governmental Organization (NGO), Gauhati.

আজি আমাৰ NGO এ এজন শিক্ষাৰ্থীক CC Tv installation ৰ প্ৰশিক্ষণ প্ৰদান কৰি certificate প্ৰদান কৰে
06/11/2025

আজি আমাৰ NGO এ এজন শিক্ষাৰ্থীক CC Tv installation ৰ প্ৰশিক্ষণ প্ৰদান কৰি certificate প্ৰদান কৰে

22/06/2025

আজি শিৱসাগৰ কেন্দ্ৰীয় জাকাত সংগ্ৰহ আৰু বিতৰণ সমিতি ৰ এখনি কাযকৰি সভা দৰবাৰ ৰোডৰ ইমৰান কচিং চেণ্টাৰ ত অনুষ্ঠিত হয়। শিৱসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক চৈয়দ আশ্ৰফূল মজিদ চাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত, নতুন কৈ সমিতিত অন্তভূৰ্ক্ত হোৱা শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় (নামতি) ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ চৈয়দ চামচুজ জামান চাৰ, নামৰূ প সাৰ কাৰখানাৰ অৱসৰ প্ৰাপ্ত ৰসায়ন বিভাগৰ HOD আবুল চৈয়দ ইমদাদুৰ ৰহমান আৰু আমগুৰি ঘাট ৰ নেকি ব আহমেদ ডাঙৰীয়া উপস্থিত থাকে। আজি সমিতি য়ে এই বছৰ এক কালীন বৃদ্ধ পেনচন, ITI, সাধাৰণ শিক্ষা, ব্যৱসায়,গৃহ মেৰামতি আদিৰ আবেদন সমুহ চালিজাৰি চাই আঁচনি অনুসৰি মুঠ ৩ লাখৰ ওপৰত ধনৰ অনুমোদন জনায়।
লগতে সমিতি য়ে এই অনুষ্ঠানটোত জাকাতৰ ধন জমা দি দুখীয়া পৰিয়ালৰ লোক সকলক সহায় কৰিবলৈ সুযোগ দিয়া ৰ বাবে শিৱসাগৰ বাসী ৰাইজলৈ ধন্যবাদ জনাই।

ইমৰান খান
ধনভৰালী
কেন্দ্ৰীয় জাকাত সংগ্ৰহ আৰু বিতৰণ সমিতি ,শিৱসাগৰ (বায়তুল মাল)

15/04/2025

*পেচ ইমামৰ প্ৰয়োজন*

*স্থান: শিৱসাগৰ নগৰৰ দৰবাৰ ৰোড মছজিদ*

অৰ্হতা:-
১। মৌলানা পাছ (হাফিজ বা কাৰিয়ানা পঢ়া হলে অগ্রাধিকাৰ দিয়া হ'ব)।
২। নিম্নতম বয়স ৩৫ বছৰৰ হব লাগিব।
৩। শুদ্ধ অসমীয়া ভাষাত কথা ক’ব জানিব লাগিব।
৪। সাক্ষাৎকাৰত উপস্থিত থকাটো বাধ্যতামূলক।

*আবেদনৰ সময়সীমা: ২৫ এপ্ৰিল, ২০২৫*

যোগাযোগ নম্বৰ: ৯৯৫৪০৫৬১৭০ (9954056170), ৯৬৭৮৬৫৭৫১২( 9678657512)
যোগাযোগৰ ব্যক্তি: ইমৰান খান ( সাধাৰন সম্পাদক)

(বিশেষ অনুৰোধ—যি আগ্ৰহী, তেওঁ সময়মতে যোগাযোগ কৰক।)

আজি কেন্দ্ৰীয়জাকাত সংগ্ৰহ আৰু বিতৰণ সমিতি ৰ তৰফৰ পৰা আমি উদয়পুৰ অঞ্চলৰ কেইবাগৰাকী ও দ্ৰৰিদ ব্যৱসায়িক তেওঁ লোকৰ ব্যৱসায়ৰ ...
21/11/2024

আজি কেন্দ্ৰীয়জাকাত সংগ্ৰহ আৰু বিতৰণ সমিতি ৰ তৰফৰ পৰা আমি উদয়পুৰ অঞ্চলৰ কেইবাগৰাকী ও দ্ৰৰিদ ব্যৱসায়িক তেওঁ লোকৰ ব্যৱসায়ৰ সুবিধা হোৱা কৈ কিছু সামগ্ৰী ৰ লগতে এখন চাইকেল প্ৰদান কৰা হয়।

এই বছৰ বয়তুলমালৰ 10গৰাকী নNurse Trainee এ পৰীক্ষা দি থকা অবস্থা ত যোৱা কালি
28/07/2024

এই বছৰ বয়তুলমালৰ 10গৰাকী নNurse Trainee এ পৰীক্ষা দি থকা অবস্থা ত যোৱা কালি

Address

Gauhati

Telephone

+919954056170

Website

Alerts

Be the first to know and let us send you an email when Baitul Maal ,Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share