ABVP Brahmaputra District - Guwahati Central

ABVP Brahmaputra District - Guwahati Central Knowledge, character, unity - the guiding principles of ABVP Central Guwahati.

অহা ইং ২০ নৱেম্বৰ ২০২৫ তাৰিখে SEIL ৰ‌ সামৰণি অনুষ্ঠানৰ অংশ স্বৰূপে আজি ৰাজ্যিক কাৰ্যালয়ত SEIL ৰ‌ ব্যৱস্থা বৈঠক সম্পন্ন ...
15/11/2025

অহা ইং ২০ নৱেম্বৰ ২০২৫ তাৰিখে SEIL ৰ‌ সামৰণি অনুষ্ঠানৰ অংশ স্বৰূপে আজি ৰাজ্যিক কাৰ্যালয়ত SEIL ৰ‌ ব্যৱস্থা বৈঠক সম্পন্ন হৈ যায়‌, উক্ত বৈঠকত বিশেষ ভাবে উপস্থিত থাকে ৰাজ্যিক সম্পাদক তথা গুৱাহাটী মহানগৰ বিভাগ সাংগঠণিক সম্পাদক হেৰল্ড মহন ডাঙৰীয়া ।

08/08/2025

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় গোটৰ দ্বাৰা ২০২৫ বৰ্ষ সদস্যতা অভিযান আৰম্ভ কৰা হয় ।

ABVP Assam
ABVP Guwahati
ABVP Arya Vidyapeeth College Unit

07/08/2025

আজি অর্থাৎ ০৭/০৮/২০২৫ ইং তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ব্ৰক্ষ্মপুত্ৰ জিলাৰ অন্তৰ্গত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় গোটৰ উদ্যোগত অসম চৰকাৰৰ দ্বাৰা বৰ্তমান অসমত অবৈধ অনুপ্রবেশকাৰী বাংলাদেশীৰ উচ্ছেদ অভিযানৰ সমৰ্থনত স্বাক্ষৰতা অভিযান কাৰ্যকৰী কৰা হয়।

আমাৰ স্পষ্ট কথা - অসমে অবৈধ বাংলাদেশীৰ বোজা আৰু গ্ৰহণ নকৰে।

ABVP Assam
ABVP Guwahati
ABVP Arya Vidyapeeth College Unit

আজি ০৬/০৮/২৫ তাৰিখ বুধবাৰে ব্ৰহ্মপুত্ৰ জিলাৰ অন্তৰ্গত S.B. Deorah মহাবিদ্যালয় আৰু K.C. Das মহাবিদ্যালয়ত সদ্যসতা ভৰ্তি ...
06/08/2025

আজি ০৬/০৮/২৫ তাৰিখ বুধবাৰে ব্ৰহ্মপুত্ৰ জিলাৰ অন্তৰ্গত S.B. Deorah মহাবিদ্যালয় আৰু K.C. Das মহাবিদ্যালয়ত সদ্যসতা ভৰ্তি অভিযানৰ কিছু দৃশ্য।

ABVP Assam
ABVP Guwahati

আজি ০৫/০৮/২০২৫ তাৰিখ মঙ্গলবাৰে ব্ৰহ্মপুত্ৰ জিলাৰ " জিলা সদ্যসতা কৰ্মশালা" কে. চি. দাস বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হয়...
05/08/2025

আজি ০৫/০৮/২০২৫ তাৰিখ মঙ্গলবাৰে ব্ৰহ্মপুত্ৰ জিলাৰ " জিলা সদ্যসতা কৰ্মশালা" কে. চি. দাস বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ব্ৰহ্মপুত্ৰ জিলাৰ জিলা বিস্তাৰক টিংকু কুমাৰ বড়ো ডাঙৰীয়া আৰু জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে। উক্ত কৰ্মশালাত মহাবিদ্যালয় সমূহৰ সদ্যসতা প্ৰমুখ, সহ - প্ৰমুখ আৰু হিচাপ প্ৰমুখৰ দায়িত্ব প্ৰদান কৰা হয়।

ABVP Assam
ABVP Guwahati

01/08/2025

আজি এছ বি দেওৰা মহাবিদ্যালয়ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোটৰ তৰফৰ পৰা নৱাগত সকলক আদৰণি জনোৱা মূহুত্ব

ABVP Assam
ABVP Guwahati

আজি ইং ৩১/০৭/২০২৫ তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ব্ৰহ্মপুত্ৰ জিলাৰ এখন বৈঠক অনুষ্ঠিত হয়। য'ত মহাবিদ্যালয়/বিশ্বব...
31/07/2025

আজি ইং ৩১/০৭/২০২৫ তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ব্ৰহ্মপুত্ৰ জিলাৰ এখন বৈঠক অনুষ্ঠিত হয়। য'ত মহাবিদ্যালয়/বিশ্ববিদ্যালয় সমূহৰ ১ আগষ্টৰ পৰা আৰম্ভ হব লগা নতুন শিক্ষা বৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰী সকলক আদৰণি জনোৱাৰ বিষয়ে, জিলা সদ্যস্যতা কৰ্মশালা আৰু বিভাগ প্ৰশিক্ষণ শিবিৰ বিষয়ে আলোচনা কৰা হয়।

ABVP Assam
ABVP Guwahati

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৭ তম প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসৰ উপলক্ষ্যে পৰিষদ পৰিয়ালৰ সকলো সদস্যৰ...
08/07/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৭ তম প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসৰ উপলক্ষ্যে পৰিষদ পৰিয়ালৰ সকলো সদস্যৰ লগতে সমূহ শুভাকাংক্ষীলৈ শুভেচ্ছা জনালোঁ । আই ভাৰতীৰ বুকুত সদায় জিলিকি থাকক ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত বিদ্যাৰ্থী পৰিষদৰ পতাকা 🚩

ABVP Assam
ABVP Guwahati

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ব্ৰক্ষ্মপুত্ৰ জিলাৰ নতুনকৈ দায়িত্ব প্ৰাপ্ত জিলা বিস্তাৰক টিংকু কুমাৰ বড়ো আৰু জিলা সংযোজ...
06/07/2025

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ব্ৰক্ষ্মপুত্ৰ জিলাৰ নতুনকৈ দায়িত্ব প্ৰাপ্ত জিলা বিস্তাৰক টিংকু কুমাৰ বড়ো আৰু জিলা সংযোজক মণীষ গগৈ য়ে দায়িত্ব গ্ৰহণ কৰি প্ৰথম খন জিলা সমিতি বৈঠক অনুস্থিত কৰা হয় ।

ABVP Assam
ABVP Guwahati

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ব্ৰক্ষ্মপুত্ৰ জিলাৰ বিস্তাৰক হিচাপে দায়িত্ব লাভ কৰা শ্ৰী মান টিংকু কুমাৰ বড়ো ক ব্ৰক্ষ্মপুত্...
03/07/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ব্ৰক্ষ্মপুত্ৰ জিলাৰ বিস্তাৰক হিচাপে দায়িত্ব লাভ কৰা শ্ৰী মান টিংকু কুমাৰ বড়ো ক ব্ৰক্ষ্মপুত্ৰ জিলালৈ আদৰণি জনোৱা লগতে শুভেচ্ছা জ্ঞাপন কৰিলো । আপোনাৰ নেতৃত্বত এই জিলাৰ ভেটি মজবুত কৰি সংগঠনটি দৃঢ় ভাবে প্ৰতিষ্ঠা হব বুলি আশা কৰিলো ।

Tinku Kumar Baro
ABVP Assam
ABVP, Guwahati

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ব্ৰক্ষ্মপুত্ৰ জিলাৰ নতুন কৈ দায়িত্ব প্ৰাপ্ত জিলা সংযোজক শ্ৰী মান মনিশ গগৈ আৰু সহ সংযোজিকা হ...
03/07/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ব্ৰক্ষ্মপুত্ৰ জিলাৰ নতুন কৈ দায়িত্ব প্ৰাপ্ত জিলা সংযোজক শ্ৰী মান মনিশ গগৈ আৰু সহ সংযোজিকা হিচাপে দায়িত্ব প্ৰাপ্ত শ্ৰী মতী সংস্কৃতি দাস ক ব্ৰক্ষ্মপুত্ৰ জিলাৰ প্ৰতিজন কাৰ্য্যকৰ্তা তৰফৰ পৰা শুভেচ্ছা জনাইছো । অনাগত দিনত আপোনালোকৰ নেতৃত্বত সংগঠন সবল ভাবে প্ৰতিস্থিত হব বুলি আশা কৰিলো ।

Address

Borthakur Mill Road
Gauhati
781021

Alerts

Be the first to know and let us send you an email when ABVP Brahmaputra District - Guwahati Central posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Brahmaputra District - Guwahati Central:

Share