Adeep Ankuran Foundation

Directions

Adeep Ankuran Foundation Irika foundation a Socio-Cultural NGO.

Heartiest congratulations to the entire team of Aaghun Homestay on receiving the Award of Excellence in the Visitor's Ch...
27/09/2026

Heartiest congratulations to the entire team of Aaghun Homestay on receiving the Award of Excellence in the Visitor's Choice category. A truly proud moment. Keep growing and shining!

আজি ১৯ ছেপ্টেম্বৰ, আমাৰ সকলোৰে বাবে এক মৰ্মান্তিক আৰু অভিশপ্ত দিন। এই দিনটোতেই আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাক হেৰু...
20/09/2026

আজি ১৯ ছেপ্টেম্বৰ, আমাৰ সকলোৰে বাবে এক মৰ্মান্তিক আৰু অভিশপ্ত দিন। এই দিনটোতেই আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাক হেৰুৱাইছিলো।

এই দিনটোত আমি জুবিন দাৰ চিন্তাধাৰা, তেওঁৰ আদৰ্শক পুনৰ জীয়াই তুলি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছিলো।

*কাৰ্যসূচী:*

পুৱা ১০:৩০ বজাত - দুস্থ আশ্ৰমত, কণমানি আৰু ডাঙৰ ব্যক্তিসকলৰ সহযোগত জুবিন দাৰ আদৰ্শক স্মৰণ কৰি 'মায়াবিনী' গাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভ কৰিছিলো। নৃত্য, গীত, কবিতা আবৃত্তিৰে সৃষ্টিৰাজিক উদযাপন কৰিছিলো। কণ কণ মইনাহঁতক খাদ্য আৰু উপহাৰ বিতৰণ কৰি অনুষ্ঠান সামৰিছিলো।

জুবিন দাই যিহেতু জীৱ-জন্তু বহুত ভাল পাইছিল, সেয়ে নিথৰুৱা পথৰ কুকুৰক খাদ্য বিতৰণ কৰি আৰু জুবিন দাই সদায় সহায় কৰিব বিচৰা অভাৱী পথৰ শিশুসকলক খাদ্য যোগান ধৰিছিলো।

দুপৰীয়া ২:৩০ বজাত - পথৰ শিশু আৰু পথৰ কুকুৰবোৰক খাদ্য বিতৰণ কৰি আমি জুবিন দাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটো পালন কৰিলো।

আজিৰ অনুষ্ঠানটো সুন্দৰকৈ আগবঢ়াই লৈ যাবলৈ আমাক আৰ্থিকভাৱে অলপ সহায় কৰিছে বৰ্ণালী গগৈ (তিনিচুকীয়া) আৰু সামদ্ৰিতা ৰুদ্ৰাজ বৰা (কাজিৰঙা)য়ে। আমি দুয়োৰে ওচৰত বিশেষভাৱে কৃতজ্ঞ।
আমি অংকুৰণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জনালো।

*জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ এক অনুষ্ঠান। তেওঁৰ চিন্তাধাৰা প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই আছে।*

18/09/2026

কাইলৈ ১৯ ছেপ্টেম্বৰ, আমাৰ সকলোৰে বাবে এক মৰ্মান্তিক দিন। এই দিনটোতেই আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাক হেৰুৱাইছিলো।

এই দিনটোত আমি আদীপ অংকুৰণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা জুবিন দাৰ চিন্তাধাৰা, তেওঁৰ আদৰ্শক পুনৰ জীয়াই তুলি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছো। আপোনালোকৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো।

*কাৰ্যসূচী:*
*পুৱা ১০:৩০ বজাত - দুস্থ আশ্ৰমত*
*দুপৰীয়া ২:৩০ বজাত - পথৰ শিশু আৰু পথৰ কুকুৰবোৰক খাদ্য বিতৰণ*
*আবেলি ৪:০০ বজাত - অনাথ আশ্ৰম / বৃদ্ধাশ্ৰমত*

*সবিশেষ জানিবলৈ যোগাযোগ কৰক: 8811091360*

08/09/2026

Adeep Ankuran Foundation celebrated the 100th Birth Anniversary (Birth Centenary) of our legend, Dr. Bhupen Hazarika. The day began with members of Adeep Ankuran offering heartfelt tributes at Dr. Bhupen Hazarika Samannay Kshetra and Srimanta Sankardev Kalakshetra, followed by a cultural evening cherishing his timeless creativity.

আদীপ অংকুৰণ ফাউণ্ডেচনে আমাৰ কিংবদন্তি ড° ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্ম জয়ন্তী (জন্ম শতবাৰ্ষিকী) উদযাপন কৰে। দিনটোৰ আৰম্ভণিতে ফাউণ্ডেচনৰ সদস্যসকলে ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে, আৰু ইয়াৰ পিছত তেখেতৰ অমৰ সৃষ্টিৰাজিক সোঁৱৰি এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।

Adeep Ankuran Foundation celebrated the 100th Birth Anniversary (Birth Centenary) of our legend, Dr. Bhupen Hazarika. Th...
08/09/2026

Adeep Ankuran Foundation celebrated the 100th Birth Anniversary (Birth Centenary) of our legend, Dr. Bhupen Hazarika. The day began with members of Adeep Ankuran offering heartfelt tributes at Dr. Bhupen Hazarika Samannay Kshetra and Srimanta Sankardev Kalakshetra, followed by a cultural evening cherishing his timeless creativity.

আদীপ অংকুৰণ ফাউণ্ডেচনে আমাৰ কিংবদন্তি ড° ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্ম জয়ন্তী (জন্ম শতবাৰ্ষিকী) উদযাপন কৰে। দিনটোৰ আৰম্ভণিতে ফাউণ্ডেচনৰ সদস্যসকলে ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে, আৰু ইয়াৰ পিছত তেখেতৰ অমৰ সৃষ্টিৰাজিক সোঁৱৰি এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।

22/08/2026
On 20th August 2026“Cancer Awareness Programme “ Speaker: Dr. Pranab Bhuyan and his team Organised by Adeep Ankuran foun...
22/08/2026

On 20th August 2026
“Cancer Awareness Programme “
Speaker: Dr. Pranab Bhuyan and his team

Organised by Adeep Ankuran foundation, in association with NNS unit , Gauhati University

20th August 2026 গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS unit ৰ সহযোগত " আদীপ অঙ্কুৰণ ফাউণ্ডেচনে"কৰ্কট ৰোগৰ সজাগতা অনুষ্ঠান “ অনুষ্ঠিত কৰিছে

Cordially invited 🙏🏻
18/08/2026

Cordially invited 🙏🏻

Address

Ajanta Path Survey Beltola
Gauhati
781028

Website

Alerts

Be the first to know and let us send you an email when Adeep Ankuran Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share