MBA Aftar

MBA Aftar দুখীয়াক সদায় বঞ্চিত কৰা হয়, আমি একেলগে যুঁজ দিম অন্যায়ৰ বিৰুদ্ধে। লাইক কৰি ৰাখক।

31/10/2025
31/10/2025

দুখীয়াৰ ঘৰ আত্মসাৎ কৰি নিজকে সৎ বুলি দাবী কৰা সকলৰ প্ৰতি

31/10/2025

দুখীয়াৰ ঘৰ আত্মসাৎ কৰি নিজকে সৎ বুলি দাবী কৰাসকলৰ প্ৰতি।

31/10/2025
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সকলো গাইডলাইন উলংঘা কৰি হোজাই জিলাৰ মোৰাজাৰ গাওঁ পঞ্চায়তৰ ৮নং ৱাৰ্ডত ঘৰ দিয়া হৈছে। 👉ধনী মানু...
10/05/2025

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সকলো গাইডলাইন উলংঘা কৰি হোজাই জিলাৰ মোৰাজাৰ গাওঁ পঞ্চায়তৰ ৮নং ৱাৰ্ডত ঘৰ দিয়া হৈছে।
👉ধনী মানুহে ঘৰ পাইছে।
👉 পকী ঘৰ থকা মানুহে ঘৰ পাই চৰকাৰী ঘৰৰ টকাৰে গোহালি সাজিছে।
👉পকী ঘৰ থকা মানুহে চৰকাৰী ঘৰৰ টকাৰে দোকান নিৰ্মাণ কৰিছে।
👉 দুখীয়া মানুহে ঘৰ পোৱা নাই।
👉 এটা পৰিয়ালত কেবাখনো ঘৰ লৈছে।
👉ঘৰ নিৰ্মাণ নকৰাকৈয়ে সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে বহুতে।
(ছবিত দেখা ঘৰৰ মালিক এজনী নিঃসহায় মহিলা। তেওঁ আজিলৈকে চৰকাৰী ঘৰ নোপোৱাকৈ আছে।)

30/03/2025

PMJJBY ৰ মূল বৈশিষ্ট্যসমূহ:
বীমাৰ পৰিমাণ: যিকোনো অসফল ঘটনাৰ ফলত মৃত্যুৰ ক্ষেত্ৰত ₹2 লাখ টকা পৰিয়ালক প্ৰদান কৰা হয়।

বয়সৰ সীমা: 18 ৰ পৰা 50 বছৰ বয়সৰ লোকসকলে এই আঁচনি গ্ৰহণ কৰিব পাৰে।

বীমা প্ৰিমিয়াম: বছৰি মাত্ৰ ₹436 টকা।

ব্যাংক একাউণ্টৰ সৈতে সংযোগ: যিকোনো ব্যক্তি যাৰ ব্যৱসায়িক বা সঞ্চয় একাউণ্ট আছে, তেওঁ এই আঁচনি গ্ৰহণ কৰিব পাৰে।

পুনৰ নবীকৰণ: এই আঁচনি বছৰি নবীকৰণ কৰিব লাগে।

PMJJBY কেনেকৈ গ্ৰহণ কৰিব?
যিকোনো যোগ্য ব্যক্তিয়ে নিজৰ বেংক বা বীমা কোম্পানীৰ যোগেদি এই আঁচনি ল’ব পাৰে। আঁচনিৰ পৰিয়ালসকলক সুবিধা লাভ কৰাৰ বাবে সহজ ক্লেইম প্ৰক্ৰিয়া আছে।

এই আঁচনিৰ মূল লক্ষ্য হৈছে নিম্ন আৰু মধ্যম আয়ৰ লোকসকলক জীৱন বীমাৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত কৰা।

18/08/2024

গোটেই অসমতে এনেকুৱা শশ পৰিয়ালক কোনে বঞ্চিত কৰিলে চৰকাৰী ঘৰৰ পৰা?
Himanta Biswa Sarma

You can also follow on Instagram to see more.
29/06/2024

You can also follow on Instagram to see more.

Address

Gauhati
782001

Website

Alerts

Be the first to know and let us send you an email when MBA Aftar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share