Assam Fine Arts And Crafts Society

Directions Website Contact the organization

Assam Fine Arts And Crafts Society অসম চাৰু কাৰু -কলা পৰিষদৰ
Assam Fine Arts And Crafts Society, Guwahati, Assam

ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক ,কবি,জ্ঞানপীঠ বঁটা প্ৰাপক তথা অসম চাৰু -কাৰু কলা পৰিষদৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধা...
10/09/2026

ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক ,কবি,জ্ঞানপীঠ বঁটা প্ৰাপক তথা অসম চাৰু -কাৰু কলা পৰিষদৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ নীলমনি ফুকন দেৱৰ আজি ৯৪সংখ্যক জন্ম বাৰ্ষিকীৰ পবিত্ৰ ক্ষণত পৰিষদৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদিছোঁ |

Celebrated the 56th foundation day of AFACS
02/09/2026

Celebrated the 56th foundation day of AFACS

আন্তৰিক আমন্ত্ৰণ জনালোঁ
27/08/2026

আন্তৰিক আমন্ত্ৰণ জনালোঁ

31/07/2026
18/07/2026
অসম চাৰু - কাৰু কলা পৰিষদৰ উদ্যোগত পৰিষদৰ প্ৰতিষ্ঠাপক প্ৰয়াত নীলপৱন বৰুৱাদেৱৰ ৯০ সংখ্যক জন্মদিন উদযাপন ,,,
04/06/2026

অসম চাৰু - কাৰু কলা পৰিষদৰ উদ্যোগত পৰিষদৰ প্ৰতিষ্ঠাপক প্ৰয়াত নীলপৱন বৰুৱাদেৱৰ ৯০ সংখ্যক জন্মদিন উদযাপন ,,,

বিশিষ্ট চিত্ৰশিল্পী তথা অসমৰ আধুনিক শিল্পকলাৰ জগতৰ অন্যতম মহীৰুহ শ্ৰদ্ধাৰ নীলপৱন বৰুৱাৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকীত তেখে...
28/10/2025

বিশিষ্ট চিত্ৰশিল্পী তথা অসমৰ আধুনিক শিল্পকলাৰ জগতৰ অন্যতম মহীৰুহ শ্ৰদ্ধাৰ নীলপৱন বৰুৱাৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকীত তেখেতক পৰিষদৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিছো।🙏🙏🙏

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল,,,
06/09/2025

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল,,,

Address

Gauhati
781001

Alerts

Be the first to know and let us send you an email when Assam Fine Arts And Crafts Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assam Fine Arts And Crafts Society:

Shortcuts

Share