CITU ASSAM

CITU ASSAM This the Official Page of CITU, Assam State Committee
(1)

আজি চি আই টি ইউ ৰাজ্যিক কেন্দ্ৰৰ আৰু স্থানীয় বাসিন্দাৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰ...
19/09/2026

আজি চি আই টি ইউ ৰাজ্যিক কেন্দ্ৰৰ আৰু স্থানীয় বাসিন্দাৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ন কৰা হয়।

আজি অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী সহায়িকা সন্থাই শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত ক্ষতিগ্ৰস্ত হোৱা অঙ্গনৱাড়ী কৰ্মী সহায়ি...
12/09/2026

আজি অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী সহায়িকা সন্থাই শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত ক্ষতিগ্ৰস্ত হোৱা অঙ্গনৱাড়ী কৰ্মী সহায়িকা বান্ধৱীসকলক সহায়ৰ হাত আগবঢ়াইছে।

আজি চি আৰ ইউৰ নেতৃত্বত চচল ধৰ্ণাস্থলীত শ্রম কোডৰ বিৰুদ্ধে, জীৱনদায়ী ঔষধৰ দাম বৃদ্ধি ৰোধ কৰা, ঔষধৰ অনলাইন ব্যৱসায় বন্ধ কৰ...
10/09/2026

আজি চি আৰ ইউৰ নেতৃত্বত চচল ধৰ্ণাস্থলীত শ্রম কোডৰ বিৰুদ্ধে, জীৱনদায়ী ঔষধৰ দাম বৃদ্ধি ৰোধ কৰা, ঔষধৰ অনলাইন ব্যৱসায় বন্ধ কৰা সহকাৰে কেইটামান জৰুৰী দাবীত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা সদস্যই এক বৃহৎ আন্দোলন গঢ়ি তোলে।

10/09/2026

আজি অনুস্থিত ৰাজ্যিক সাধাৰণ সভাত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সম্পাদক মদন তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাৰ আৰম্ভণিতে চি ডব্লিউ এফ আইৰ সৰ্বভাৰতীয় নেতা কমৰেড দেৱাঞ্জন চক্ৰৱৰ্তী আৰু কৰ্মৰত মহিলাসকলৰ নেত্ৰী শীলা এলেক্সৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

আজি গুৱাহাটীত সমগ্ৰ ৰাজ্যৰ জিলা সমিতিসমূহৰ সহযোগত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত জিলা সম্পাদকসকলৰ লগতে প্ৰতিখন আঞ্চলিক আৰু শাখা সমিতিৰ সভাপতি আৰু সম্পাদকসহ প্ৰায় ৫০০ গৰাকী নিৰ্মাণ শ্ৰমিকে অংশগ্ৰহণ কৰে।

আজি গুৱাহাটীত সমগ্ৰ ৰাজ্যৰ জিলা সমিতিসমূহৰ সহযোগত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত জ...
10/09/2026

আজি গুৱাহাটীত সমগ্ৰ ৰাজ্যৰ জিলা সমিতিসমূহৰ সহযোগত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত জিলা সম্পাদকসকলৰ লগতে প্ৰতিখন আঞ্চলিক আৰু শাখা সমিতিৰ সভাপতি আৰু সম্পাদকসহ প্ৰায় ৬০০ গৰাকী নিৰ্মাণ শ্ৰমিকে অংশগ্ৰহণ কৰে।

সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সম্পাদক মদন তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাৰ আৰম্ভণিতে চি ডব্লিউ এফ আইৰ সৰ্বভাৰতীয় নেতা কমৰেড দেৱাঞ্জন চক্ৰৱৰ্তী আৰু কৰ্মৰত মহিলাসকলৰ নেত্ৰী শীলা এলেক্সৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ৰাজ্যিক সাধাৰণ সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে সৰ্বভাৰতীয় উপ-সাধাৰণ সম্পাদক কমৰেড এছ. এম. ছাদীয়ে। চি আই টি ইউৰ হৈ ৰাজ্যিক সাধাৰণ সম্পাদক কমৰেড তপন শৰ্মাই সভাত ভাষণ দিয়ে।

সভাত উপস্থিত কেইবাগৰাকীও শ্ৰমিক কমৰেডে নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে অভিজ্ঞতা ভাগ-বতৰা কৰে।

আজি মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক ভিত্তিক কৰ্মশালা অনুষ্ঠিত কৰা হয়।
30/08/2026

আজি মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক ভিত্তিক কৰ্মশালা অনুষ্ঠিত কৰা হয়।

আঁচনিভূক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক।
30/08/2026

আঁচনিভূক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক।

পলাশবাৰী চেণ্ট প্লাই কোম্পানীত কৰ্মৰত অৱস্থাত দুৰ্ঘটনাতগ্ৰস্ত হৈ মৃত্যুক আকোৱালি লোৱা প্ৰয়াত গৌতম দাসৰ স্মৃতিত আজি ২৯ আ...
29/08/2026

পলাশবাৰী চেণ্ট প্লাই কোম্পানীত কৰ্মৰত অৱস্থাত দুৰ্ঘটনাতগ্ৰস্ত হৈ মৃত্যুক আকোৱালি লোৱা প্ৰয়াত গৌতম দাসৰ স্মৃতিত আজি ২৯ আগষ্টত ইউনিয়নৰ পক্ষৰ পৰা কোম্পানীৰ চৌহদত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰা হ'ব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে চি আই টি ইউ ৰাজ্যিক সাধাৰণ সম্পাদক কমৰেড তপন শৰ্মা, ৰাজ্যিক বিষয়ববীয়া কমৰেড বিজন দাস, চি আই টি ইউ কামৰূপ মহানগৰ জিলা সম্পাদক কমৰেড প্ৰতুল বৰ্মন। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আৰম্ভণিতে প্ৰায়ত গৌতম দাসৰ প্ৰতিচ্ছবিত মাল্যদান কৰে চি আই টি ইউ দক্ষিণ কামৰূপ জিলা কমিটিৰ সম্পাদক মদন তালুকদাৰে।

দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা শ্ৰমিকৰ ঘৰত চি আই টি ইউৰ প্ৰতিনিধি দলপলাশবাৰী চেণ্ট প্লাই ইণ্ডাষ্ট্ৰিত কৰ্মৰত অৱস্থাত দুৰ্...
26/08/2026

দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা শ্ৰমিকৰ ঘৰত চি আই টি ইউৰ প্ৰতিনিধি দল

পলাশবাৰী চেণ্ট প্লাই ইণ্ডাষ্ট্ৰিত কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত গ্ৰস্ত হৈ মৃত্যুক আকোৱালি লোৱা প্ৰয়াত গৌতম দাসৰ ঘৰত আজি চি আই টি ইউৰ এক প্ৰতিনিধি দলে উপস্থিত হয়। দক্ষিণ কামৰূপৰ বকোৰ গামেৰীমুৰা শিঙিমাৰী গাঁৱৰ নিবাসী প্ৰয়াত গৌতম দাসৰ পৰিয়ালৰ ওপৰত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, দক্ষিণ কামৰূপ জিলাৰ সম্পাদক মদন তালুকদাৰ আৰু পলাশবাৰী চেণ্ট প্লাই শ্ৰমিক সন্থাৰ সভাপতি সম্পাদক ক্ৰমে চন্দ্ৰধৰ কুমাৰ আৰু শৈলেন মালীয়ে গৈ পৰিয়ালৰ ওচৰত সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে যোৱা ২৫ আগষ্টত পলাশবাৰী চেণ্ট প্লাই কৰ্তৃপক্ষৰ ভুলৰ বাবে কৰ্মৰত অৱস্থাতে এটা দুৰ্ঘটনাত পতিত হৈ গৌতম দাসৰ অকাল বিয়োগ ঘটে। প্ৰয়াত দাসে এজনী ৪ বছৰীয়া কন্যা শিশুক আৰু সহধৰ্মিনীক এৰি থৈ যায়। চি আই টি ইউয়ে দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু চেণ্ট প্লাই কৰ্তৃপক্ষৰ ওচৰত ন্যায়সঙ্গত ক্ষতিপূৰণৰ দাবী জনায়। উল্লেখ্য যে অহা ২৯ আগষ্টত ইউনিয়নৰ পক্ষৰ পৰা ইণ্ডাষ্ট্ৰি চৌহদত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰা হ'ব।

পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকক পেঞ্চনকে ধৰি সকলো আইনী হিতলাভ অতিশীঘ্ৰে আদায় দিয়ক।
25/08/2026

পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকক পেঞ্চনকে ধৰি সকলো আইনী হিতলাভ অতিশীঘ্ৰে আদায় দিয়ক।

Address

Chandmari, Colony
Gauhati
781003

Telephone

+919864272007

Website

Alerts

Be the first to know and let us send you an email when CITU ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to CITU ASSAM:

Shortcuts

Share

Category