WE CAN Machkhowa

Call Directions Website Contact the organization

WE CAN  Machkhowa Assam based NGO. Area of work is spread over the entire NER. Works on Skill Development, Art and Culture, Women and Child development.

 # WE CAN’s flood relief to the flood-affected people of Sivasagar*On 6th August, WE CAN, one of the leading voluntary o...
07/08/2026

# WE CAN’s flood relief to the flood-affected people of Sivasagar*
On 6th August, WE CAN, one of the leading voluntary organizations of Dhémaji district, Machkhowa, organized a flood relief distribution program in the Amguri area of Sivasagar.

As part of the program, in Shantiban locality of Amguri, Sivasagar, 5 bundles of tin sheets were distributed to 18 families who had become homeless due to severe flooding, to help them rebuild their homes.

Additionally, in areas like Sumoni Bari and Jaji, relief materials were distributed to 100 flood-affected families. The items include100 buckets, phenyl, surf, soap, bleaching powder, Colgate, mosquito-repellent dhoop, purified drinking water, and some food items.
Several members of AIDS Club, Machkhowa extended their support and cooperation for this program. Many compassionate people of Machkhowa also provided financial and physical assistance....

07/08/2026
 # নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ কেইখন মান স্থিৰ চিত্ৰ....
31/07/2026

# নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ কেইখন মান স্থিৰ চিত্ৰ....

 # অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত যোৱা ১৫ জুলাইৰ পৰা মাছখোৱা স্নাতক মহাবি...
28/07/2026

# অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত যোৱা ১৫ জুলাইৰ পৰা মাছখোৱা স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা গ্ৰীষ্ম কালীন নাট কৰ্মশালাৰ সামৰনি অনুষ্ঠানতি আহা ৩০ জুলই তাৰিখ (বৃহস্পতি বাৰে) বিয়লি ৩.৩০ বজাত মাছখোৱা স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হব। এই অনুষ্ঠান আমি শিৱসাগৰৰ বাণপীড়িত সকলৰ নামত উৎসৰ্গা কৰিছোঁ।
আমি আমাৰ সেইদিনা নৈ -সৈগিক ক্ষেত্ৰলৈ আপোনালোক সকলোকে সাদৰেৰে নিমন্ত্ৰন জনালোঁ......

 # শিৱসাগৰৰ বানপীড়িত সকলৰ বাবে আমিও এক কাৰ্যসূচী হাতত লৈছো.... আপোনালোকেও এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব পাৰিব....ভূপেন হা...
25/07/2026

# শিৱসাগৰৰ বানপীড়িত সকলৰ বাবে আমিও এক কাৰ্যসূচী হাতত লৈছো.... আপোনালোকেও এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব পাৰিব....ভূপেন হাজৰিকা দেৱৰ সেই গীতৰ কথাৰেই আমি কব খুজো... মানুহে মানুহৰ বাবে,যদিহে অকনো নাভাবে,অকনি সহানুভুতিৰে, ভাবিব কোনেনো কোৱা....

 # অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, সমগ্ৰ ৰাজ্য জুৰি যি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, তাৰ অংশ স...
15/07/2026

# অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, সমগ্ৰ ৰাজ্য জুৰি যি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, তাৰ অংশ স্বৰুপে উই কেনে ধেমাজি জিলা প্ৰশাসনৰ সহযোগত, চিচিবৰগাওঁ বিধান সভা সমষ্টিৰ অন্তগত মাছখোৱা স্নাতক মহবিদ্যালয়ত
অনুষ্ঠিত কৰা নাট কৰ্মশালাৰ, আজিৰ উদ্বোধনি অনুষ্ঠানৰ কেইখনমান স্থিৰ চিত্ৰ.....

  awareness program on Hygiene and Good touch - Bad touch for the students of Hastinapur Gyan Bikash Vidyalaya, 9th Mile...
16/05/2026

awareness program on Hygiene and Good touch - Bad touch for the students of Hastinapur Gyan Bikash Vidyalaya, 9th Mile, Guwahati, Assam.
Dated: 16th May, 2026.

 # On 9th January, 2026, at the Atmanirbhar Dhemaji event, a selected group of students from Suvidya School performed a ...
10/01/2026

# On 9th January, 2026, at the Atmanirbhar Dhemaji event, a selected group of students from Suvidya School performed a yoga demonstration under the mentorship of WE CAN.
We extend our best wishes to every member who participated in the program, and we also express our gratitude to the Head of Suvidya School, Mrs. Jyoti Rekha Borgohain, along with Mr. Titul Phukan and Mr. Ajay Koch, for their cooperation in making the event a success.

Address

H. No 48, Ananda Nagar, Six Mile
Gauhati
781022

Alerts

Be the first to know and let us send you an email when WE CAN Machkhowa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to WE CAN Machkhowa:

Shortcuts

Share