All Assam Law Students' Union

All Assam Law Students' Union Official Page

All Assam Law Students Union is a non-political organization of law students youths who are dedicated to the promotion and welfare of law students all over Assam. AALSU provides students with opportunities to interact with legal professionals in an national arena.The organisation aims to protect, promote and propagate the law students interest by empowering them with knowledge, experience and wisd

om of their seniors dedicated and devoted toward the cause of Law Students welfare.The organisation shall serve as a bridge between the energy and vigour of students and the knowledge, experience and wisdom of the seniors, the bridge will serve as gateway for both to interact and gain from each other in structured manner, particularly designed to serve the needs of the law students, who are the very blood of the body of the legal fraternity.

26/07/2026
26/07/2026

আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰখ্যাত জ্যোতি শৰ্মাৰ নেতৃত্বত যোৱা বানপীড়িত অঞ্চলৰ কিছু দৃশ্যাৱলী। ইয়াৰ জৰিয়তে দুৰ্বিষহ হৈ পৰা প্ৰতিগৰাকী বানপীড়িতক উচিত ক্ষতিপূৰণ দিবলৈ আমি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক দাবী জনালো

আজি ২৬/০৭/২৬ তাৰিখে আমাৰ ফালৰ পৰা দ্বিতীয় পৰ্যায়ৰ বান সাহায্য হিচাবে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰখ্যাত জ্যোতি শৰ...
26/07/2026

আজি ২৬/০৭/২৬ তাৰিখে আমাৰ ফালৰ পৰা দ্বিতীয় পৰ্যায়ৰ বান সাহায্য হিচাবে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰখ্যাত জ্যোতি শৰ্মাৰ নেতৃত্বত গোলাঘাট জিলাৰ বহুকেইটা বানপীড়িত অঞ্চলত সাহায্য প্ৰদান কৰা হয়।

সদৌ অসম আইন ছাত্ৰ সন্থাৰ ফালৰ পৰা আজি ইংৰাজী ২৫/০৭/২০২৬ তাৰিখে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি প্ৰিন্স দত্তৰ নেতৃত্বত কেন্দ্ৰ...
25/07/2026

সদৌ অসম আইন ছাত্ৰ সন্থাৰ ফালৰ পৰা আজি ইংৰাজী ২৫/০৭/২০২৬ তাৰিখে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি প্ৰিন্স দত্তৰ নেতৃত্বত কেন্দ্ৰীয় আলোচনী সম্পাদক চূড়ামণি গগৈ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক হৰিশ আগৰৱালা,সমন্বিতে ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰিদিপ দত্ত আৰু কাৰ্যবাহী সদস্য আকাশ ৰজ্জকৰ নেতৃত্বত শিৱসাগৰ তথা চৰাইদেউ জিলাৰ বহুকেইটা স্থানত বানপীড়িত ৰাইজৰ কাষত উপস্থিত থাকি সহায়ৰ হাত আগবঢ়ায়। পৰৱৰ্তী সময়তো আমি আন জিলাৰ বানপীড়িত ৰাইজলৈ সহায়ৰ হাত আগবঢ়ায় নিয়াৰ লগতে পীড়িত জনৰ কাষত থিয় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।

Protect Nature, Preserve Life.🍃
05/06/2026

Protect Nature, Preserve Life.🍃

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো, ঈশ্বৰৰ ওচৰত তেখেতৰ আ...
03/06/2026

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো, ঈশ্বৰৰ ওচৰত তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো🙏🙏🙏

23/05/2026

Our Central Cultural Secretary, Jahnabi Das, shining with grace, talent, and confidence through her wonderful performance. Your dedication and spirit truly inspire us all.

We are proud of you, Jahnabi Das. Keep shining and representing AALSU with pride and excellence. ✨

শ্ৰদ্ধাৰ ড° Bhuban Barooah চাৰ আৰু আমাৰ মাজত নাই, Tezpur Law College ৰ প্ৰাক্তন অধ্যক্ষ NEF Law College ৰ প্ৰাক্তন অধ্যক...
17/05/2026

শ্ৰদ্ধাৰ ড° Bhuban Barooah চাৰ আৰু আমাৰ মাজত নাই, Tezpur Law College ৰ প্ৰাক্তন অধ্যক্ষ NEF Law College ৰ প্ৰাক্তন অধ্যক্ষ আৰু শেষলৈ Royal School of Law and Administration অধ্যাপক আৰু ডিন হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰুৱা চাৰ যোৱা নিশা স্বৰ্গগামী হোৱাৰ খবৰটোৱে মৰ্মাহত কৰিছে। চাৰৰ বিয়োগত সদৌ অসম আইন ছাত্ৰ সন্থাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো।

Kindly inform.
22/04/2026

Kindly inform.

Address

Assam Secretariat Road
Gauhati
781006

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+917002911516

Alerts

Be the first to know and let us send you an email when All Assam Law Students' Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All Assam Law Students' Union:

Shortcuts

Share