30/12/2025
সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক তথা টাই আহোমৰ প্ৰথমজন শ্বহীদ #ডামচাও #ডিম্বেশ্বৰ #গগৈ দেৱক আজি শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছো ।
হে শ্বহীদ চিৰকাললৈ তুমি অমৰ হৈ ৰোৱা ।