পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ Abmsu

  • Home
  • India
  • Gauhati
  • পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ Abmsu

পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ Abmsu Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ Abmsu, Community Organization, Mahatma Gandhi Road, Kedar Road, Bhorolumukh, Machkhowa, Gauhati.

প্ৰতিষ্ঠা দিৱস
10/04/2025

প্ৰতিষ্ঠা দিৱস

21/03/2025

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ৰ পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ অন্তৰ্গত সমূহীয়া ইফতাৰ ও দোৱা অনুষ্ঠান আজি 21-03-2025 ইং তাৰিখ শুক্ৰবাৰ।

সকলোৰে সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো।
16/03/2025

সকলোৰে সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো।

যথা সময়ত আপোনালোকৰ সকলোৰে উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
02/12/2024

যথা সময়ত আপোনালোকৰ সকলোৰে উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা   ৰ শালবাৰী জিলা সমিতিৰ অন্তৰ্গত পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত বাৰাপেটা মিলন ...
19/10/2024

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ৰ শালবাৰী জিলা সমিতিৰ অন্তৰ্গত পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত বাৰাপেটা মিলন বজাৰ প্ৰাঙ্গণত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত সজাগতা সভাৰ কেইটামান আলোকচিত্ৰ।

আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMSU ৰ পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ এখনি কাৰ্য্যকৰী সভা অনুষ্ঠিত কৰা হয়।লগতে উ...
03/10/2024

আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMSU ৰ পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ এখনি কাৰ্য্যকৰী সভা অনুষ্ঠিত কৰা হয়।লগতে উক্ত সভাত নৱনিৰ্বাচিত ABMSU ৰ কেন্দ্ৰীয় সমিতিৰ সহ: সাধাৰণ সম্পাদক মাননীয় স্বাইজুদ্দিন খন্দকাৰ ডাঙৰীয়াক এখনি ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।তাৰে কেইটামান আলোকচিত্ৰ।

14/09/2024

সোনাপুৰৰ কচুতলীত অবৈধ অমানৱীয় উচ্ছেদৰ লগতে অসম আৰক্ষীৰ বৰ্বৰ আক্ৰমন শিশুৰ ওপৰত চলোৱা গুলীবৰ্শনৰ বিৰুদ্ধে আয়োজন কৰা প্ৰতিবাদী কাৰ্য্যসুচীত আৰক্ষীৰ বাধা আৰোপ,,
সকলো ধৰণৰ বাধা বিঘনী নেওঁচি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা এবিএমছুৰ পৰম্পৰা ,,,এই সংগ্ৰাম চলিছে চলিৱই!!!
দহ খন কৈ জিলা সমিতিয়ে যেনেকে আন্দোলন কৰিছে
জাতিৰ সন্ধিক্ষনত আপুনিওঁ ওলাই আহক🙏🙏
😢

ABMSU zindabad
Taison Hussain zindabad

আজি প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহ, মাছখোৱা, গুৱাহাটীত সপ্তম বাৰ্ষিক ছাত্ৰ সংহতি দিৱস লৈ পূৱ খাৰিজা বিজনী আৰ...
01/08/2024

আজি প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহ, মাছখোৱা, গুৱাহাটীত সপ্তম বাৰ্ষিক ছাত্ৰ সংহতি দিৱস লৈ পূৱ খাৰিজা বিজনী আৰু পশ্চিম খাৰিজা বিজনী আঞ্চলিক এবিএমছুৰ যাত্ৰা 🚍

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা   ৰ শালবাৰী জিলা সমিতিৰ সভাপতি আব্দুল লতিফ ডাঙৰীয়া সাধাৰণ সম্পাদক মিজানুৰ ৰহমান ডাঙৰীয...
10/07/2024

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ৰ শালবাৰী জিলা সমিতিৰ সভাপতি আব্দুল লতিফ ডাঙৰীয়া সাধাৰণ সম্পাদক মিজানুৰ ৰহমান ডাঙৰীয়া আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মাননীয় স্বাইজুদ্দিন খন্দকাৰ ডাঙৰীয়া লগতে আন আন সংগ্ৰামী বন্ধু সকলক লগত লৈ পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ অন্তৰ্গত বিভিন্ন অপৰাধজনিত ঘটনা,জোৱা,মদ-ভাং আদি নিৰ্মূলকৰণ কৰাৰ প্ৰয়াস কৰাৰ অৰ্থে কিছুমান সচেতন ব্যক্তি সকলৰ লগত পৰামৰ্শ কৰোঁ,তাৰে কেইটামান আলোকচিত্ৰ।
--:আজিৰ কাৰ্য্যসূচীসমূহ:--
১/ ABMSU ৰ প্ৰাক্তন সতীৰ্থ সকলৰ সৈতে মত-বিনিময়।
২/অঞ্চলৰ বিভিন্ন দ'ল-সংগঠনৰ নেতৃবৰ্গৰ সৈতে মত-বিনিময়।
৩/বেকী নদীৰ গঢ়া খহনীয়া পৰিদৰ্শন।
৪/অঞ্চলৰ জৰাজীৰ্ণ ৰাস্তা-ঘাট, বাট-পথ পৰিদৰ্শন ও নিৰীক্ষণ কৰা আদি। অতি সোনকালেই এই সকলোবোৰৰ ওপৰত আমি অতি সোনকালেই কিছু কাৰ্যপন্থা হাতত লম।ইতি

 #কৃতিমানলৈ_ABMSU_ৰ_অভিনন্দন।2024 চনৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত খাৰিজা বিজনী মৌজাৰ ভিতৰত বিজ্ঞান শাখাত সকলো কেইট...
09/05/2024

#কৃতিমানলৈ_ABMSU_ৰ_অভিনন্দন।
2024 চনৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত খাৰিজা বিজনী মৌজাৰ ভিতৰত বিজ্ঞান শাখাত সকলো কেইটা বিষয়তে লেটাৰ সহ 82% সৰ্বোচ্চ নম্বৰেৰে সুনাম কৰিয়াই অনা খালিদা আকতাৰলৈ ABMSU ৰ পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ পৰা সজাতি দল এটাই উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে।

Address

Mahatma Gandhi Road, Kedar Road, Bhorolumukh, Machkhowa
Gauhati

Website

Alerts

Be the first to know and let us send you an email when পূৱ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ Abmsu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share