Gauhati University ABVP Unit

Gauhati University ABVP Unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gauhati University ABVP Unit, Non-Governmental Organization (NGO), Guwahati, Assam, Gauhati.

From admissions to campus support — ABVP Assam is here for every student, every university, every step.Introducing the A...
10/05/2026

From admissions to campus support — ABVP Assam is here for every student, every university, every step.

Introducing the ABVP Assam State University Help Desk — a one-stop support network for students across Assam’s universities.

📚 Admissions Assistance
📝 Course & Subject Guidance
🤝 General Student Support

Your campus. Your questions. Our responsibility.

27/04/2026
কৃষ্ণচূড়া নগৰীত বহাগী বতৰা ২.০ বিশেষ আকৰ্ষণ।
27/04/2026

কৃষ্ণচূড়া নগৰীত বহাগী বতৰা ২.০ বিশেষ আকৰ্ষণ।

পোনপ্ৰথমে আপোনাৰ লগতে আপোনাৰ পৰিয়াল বৰ্গলৈ হেপাঁহৰ,চেনেহৰ,আদৰৰ অসমীয়া জাতিৰ আয়ুসৰেখা ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়...
15/04/2026

পোনপ্ৰথমে আপোনাৰ লগতে আপোনাৰ পৰিয়াল বৰ্গলৈ হেপাঁহৰ,চেনেহৰ,আদৰৰ অসমীয়া জাতিৰ আয়ুসৰেখা ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

জাতিৰ আয়ুসৰেখা হিচাপে স্বীকৃত এই বহাগ বিহুৰ বতৰত,অসমীয়া নৱবৰ্ষৰ শুভক্ষণত আপোনাৰ জীৱনলৈ নামি আহক অনাবিল আনন্দ,সুখৰ সমাহাৰ।

এই গতিয়ে লাভ কৰক প্ৰগতিৰ মাত্ৰা।পুনৰ বাৰ ৰঙালীৰ ৰঙেৰে সামৰিব পৰাকৈ শুভাশীষ জনালোঁ।

কৃষ্ণচূড়া নগৰীৰ ৰঙালী বতাহত ব'হাগৰ আনন্দ-উল্লাসক অধিক সজীৱ কৰি তুলিবলৈ “ কৃষ্ণচূড়া নগৰীত ব'হাগী বতৰা ২.০” শীৰ্ষক অনুষ্...
14/04/2026

কৃষ্ণচূড়া নগৰীৰ ৰঙালী বতাহত ব'হাগৰ আনন্দ-উল্লাসক অধিক সজীৱ কৰি তুলিবলৈ “ কৃষ্ণচূড়া নগৰীত ব'হাগী বতৰা ২.০” শীৰ্ষক অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি বিভিন্ন সৃষ্টিশীল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

📌প্ৰতিযোগিতা সমূহঃ

• ফটোগ্ৰাফী প্ৰতিযোগিতা
• ডিজিটেল আৰ্ট প্ৰতিযোগিতা
• স্বৰচিত কবিতা প্ৰতিযোগিতা
• জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ দেৱৰ গীতৰ ওপৰত সংগীত প্ৰতিযোগিতা।

📌জমা দিয়াৰ অন্তিম তাৰিখঃ ২৬ এপ্ৰিল

সকলো আগ্ৰহী অংশগ্ৰহণকাৰীক এই সৃষ্টিশীল যাত্ৰাত অংশ ল’বলৈ আন্তৰিক আহ্বান জনোৱা হৈছে।

যোৱা বছৰৰ সাফল্যৰ ধাৰা আগবঢ়াই এইবেলিও ১৪ ব’হাগ (২৮ এপ্ৰিল) তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয...
14/04/2026

যোৱা বছৰৰ সাফল্যৰ ধাৰা আগবঢ়াই এইবেলিও ১৪ ব’হাগ (২৮ এপ্ৰিল) তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত কৃষ্ণচূড়া নগৰীত “ব’হাগী বতৰা ২.০” শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে।

ব’হাগৰ উচ্ছ্বাস, সংস্কৃতিৰ ৰঙ, আৰু একতাই গঢ়া এই বিশেষ মুহূৰ্তত আপোনালোক সকলোকে আন্তৰিকভাৱে উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনালোঁ।

09/02/2026

বিদ্যাৰ্থী জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাছিলোঁ ।


সকলোৰে উপস্থিতি কামনা কৰিলোঁ।
09/02/2026

সকলোৰে উপস্থিতি কামনা কৰিলোঁ।

Address

Guwahati, Assam
Gauhati
781014

Website

Alerts

Be the first to know and let us send you an email when Gauhati University ABVP Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share