27/03/2026
আজিৰ দিনটোত উৎসাহ শিশু অধিকাৰ সংস্থাই সমগ্ৰ অসমজুৰি শিশু সুৰক্ষা ক্ষেত্ৰত আগবঢ়োৱা ১৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰে ৷
এটা সৰু প্ৰচেষ্টাৰূপে আৰম্ভ হোৱা এই যাত্ৰাই আজি এটা স্থায়ী প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰিত হৈছে - সেয়া হ'ল
প্ৰত্যেকজন শিশুৰ মৰ্যাদা, অধিকাৰ, সুৰক্ষা আৰু যত্ন সুনিশ্চিত কৰাৰ।
আপোনালোকৰ মৰম আৰু আস্থাৰ বাবে আমি আন্তৰিকভাৱে কৃতজ্ঞ। আমি আপোনালোকৰ অব্যাহত সমৰ্থন আৰু অনুদানৰ বাবে আগলৈও অতিশয় আশাবাদী।
ধন্যবাদ!
Today, UTSAH completes 15 years of work in advancing child protection across Assam.
What began as a small effort has grown into a sustained commitment to standing by children when they need it most, ensuring dignity, protection, justice, and care.
We are deeply grateful for your kindness and trust over the years.
Please continue to stand with us.
Support us. Contribute to our journey.
Together, help us sustain this work, and carry it forward for many more years to come.
Thank you !