Lakhimpur Digital.24×7

Lakhimpur Digital.24×7 Its all about Assam And Informative.

07/03/2026

ৰঙানদী সমষ্টিত অগপ দলত তীব্ৰ খহনীয়া
কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডৰ পদত্যাগৰ পিছতে পদত্যাগৰ জোৱাৰ উঠিছে ৰঙানদীত
জন্ম লগ্নৰ পৰা দলটোৰ হৈ কাম কৰা একাংশৰ চকুত চকুলো

07/03/2026

নাৰায়ণপুৰৰ পথালিপাহাৰত ভয়ংকৰ ঘটনা। চলন্ত ৰেলৰ ইঞ্জিনত লাগিল জুই।কথমপি ৰক্ষা পৰিল শ শ যাত্ৰী।মুকংচেলেকৰ পৰা ৰঙিয়া অভিমুখী ৰেলত এই অঘটন।

03/03/2026
বিহপুৰীয়াত কংগ্ৰেছৰ প্ৰাৰ্থী নাৰায়ণ  ভূঞা ৷
03/03/2026

বিহপুৰীয়াত কংগ্ৰেছৰ প্ৰাৰ্থী নাৰায়ণ ভূঞা ৷

01/03/2026

লখিমপুৰৰ নাওবৈচাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ।
বাইক আৰু ট্ৰাকৰ সংঘৰ্ষ ,
দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় দুজন,গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত এজন ।

16/02/2026

14/02/2026

মোৰ গাত কিয় এনেকৈ চুব ৷
আপোনাক প্ৰশ্ন এটা সুধিম বুলি ৰৈ আছিলো, কিয় বিজেপি বুলি ক'ব?' গৌৰৱ গগৈ যোৱাৰ সময়তে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত তীব্ৰ উত্তেজনা।

14/02/2026

লখিমপুৰ মেডিকেল কলেজ গৌৰৱ গগৈৰ পৰিদৰ্শন।
চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
চিকিৎসালয় চৌহদত কংগ্ৰেছ বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা।
গৌৰৱ গগৈৰ সন্মুখতে এই ঘটনা সংঘটিত

Address

Guwahati
781001

Alerts

Be the first to know and let us send you an email when Lakhimpur Digital.24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share