সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা

  • Home
  • India
  • Gauhati
  • সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা

সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা কেন্দ্ৰীয় সমিতি, অসম

হে মহান শিল্পী তোমালৈ শ্ৰদ্ধাঞ্জলি 💐“মোৰ কোনো জাতি নাই , মোৰ কোনো ধৰ্ম নাই , মোৰ বৰ্ণ নাই , মোৰ কোনো ভগৱান নাই , মই মুক্...
23/09/2025

হে মহান শিল্পী তোমালৈ শ্ৰদ্ধাঞ্জলি 💐

“মোৰ কোনো জাতি নাই , মোৰ কোনো ধৰ্ম নাই , মোৰ বৰ্ণ নাই , মোৰ কোনো ভগৱান নাই , মই মুক্ত ”
পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম কথাখিনি কৈ গ'ল জুবিন গাৰ্গে।

এটা বিস্তৃত সোণালী যুগৰ অন্ত! কায়িক বিদায় জুবিন গাৰ্গ.. তেওঁৰ স্বৰ্গগামী আত্মাৰ সদ্গতি কামনা কৰিলোঁ 🙏

আমি সকলোৱে মিলি সজীৱ কৰি ৰাখিম আপোনাৰ সৃষ্টি-ৰাজিক।
জাতিৰ সাংস্কৃতিক ভঁৰাল খন সদায়েই চহকী হৈ থাকিব।
Dipankar Das Mridul Das Mukesh Bania Jagadish Das Bidyut Das Kamal Das

゚viralシfypシ゚viralシal ゚viralシfypシ゚viralシ

শ্ৰদ্ধাঞ্জলি.......................................Dipankar Das Bidyut Das Mridul Das Mukesh Bania Jagadish DasAll Assam...
20/09/2025

শ্ৰদ্ধাঞ্জলি.......................................

Dipankar Das Bidyut Das Mridul Das Mukesh Bania Jagadish Das
All Assam Zubeen Garg Fan Club ( সদৌ অসম "জুবিন গাৰ্গ" অনুৰাগী সঙ্ঘ ) CMO Assam

Zubeen Garg







゚viralシfypシ゚viralシal
゚viralシfypシ゚viralシal
゚viralシfypシ゚viralシalシ
゚viralシfypシ゚viralシ



゚viralシfypシ゚viralシalシ
゚viralシfypシ゚viralシ ゚viralシfypシ゚viralシalシ ゚viralシfypシ゚viralシal

আমাৰ দেশৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ ডাঙৰীয়াৰ  আকস্মিক মৃত্যুত সদৌ অসম অনুসূচিত...
19/09/2025

আমাৰ দেশৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ ডাঙৰীয়াৰ আকস্মিক মৃত্যুত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰয়াত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি আমাৰ ৰাজ্যত, দেশ-বিদেশত বসবাস কৰা তেখেতৰ অনুৰাগী সকলৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।।

Mridul Das Mukesh Bania Jagadish Das
Dipankar Das Bidyut Das All Assam Zubeen Garg Fan Club ( সদৌ অসম "জুবিন গাৰ্গ" অনুৰাগী সঙ্ঘ ) Zubeen Garg CMO Assam



゚viralシfypシ゚viralシalシ
゚viralシfypシ゚viralシ ゚viralシfypシ゚viralシalシ ゚viralシfypシ゚viralシal

Address

GUWAHATI
Gauhati
781001

Website

Alerts

Be the first to know and let us send you an email when সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share