Beltola College AASU UNIT

Beltola College AASU UNIT জয় আই অসম

অসমৰ সৰ্ববৃহৎ গণ আন্দোলনত ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ বিসর্জন দিছিল। শ্বহীদ খৰ্গেশ্বৰ ত...
10/12/2025

অসমৰ সৰ্ববৃহৎ গণ আন্দোলনত ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ বিসর্জন দিছিল। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সহিতে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ শ্রদ্ধাঞ্জলি জনাই প্ৰতিবছৰে ১০ ডিচেম্বৰ তাৰিখে ৰাইজ আৰু ছাত্ৰ সন্থাই পালন কৰি আহিছে শ্বহীদ দিৱস।
সেয়ে আজি বেলতলা মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু আছু গোটৰ সদস্য সকলে মহাবিদ্যালয়স্থিত শ্বহীদ বেদীত বন্তি প্রজ্বলন কৰি মহান শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

অসমৰ চিৰবৰেণ্য ব্যক্তি ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দেৱৰ চতুদৰ্শ মৃত্যু বার্ষিকীত একাঁজলি শ্ৰদ্ধাৰ্ঘ্য।
05/11/2025

অসমৰ চিৰবৰেণ্য ব্যক্তি ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দেৱৰ চতুদৰ্শ মৃত্যু বার্ষিকীত একাঁজলি শ্ৰদ্ধাৰ্ঘ্য।


05/11/2025

আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্ত্বনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব...
ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ
মৃত্যু বার্ষিকীত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো ।।


২০০৮ চনৰ আজিৰ দিনটোত ধাৰাবাহিকবাবে অসমৰ বিভিন্ন ঠাইত বোমা বিস্ফোৰণ হোৱাৰ ফলত বহুত নিহত হল, আহত হল সৰ্বকালৰ বাবে ঘুনিয়া হ...
30/10/2025

২০০৮ চনৰ আজিৰ দিনটোত ধাৰাবাহিকবাবে অসমৰ বিভিন্ন ঠাইত বোমা বিস্ফোৰণ হোৱাৰ ফলত বহুত নিহত হল, আহত হল সৰ্বকালৰ বাবে ঘুনিয়া হল।

সন্ত্ৰাসবাদৰ বিৰোধিতাৰে অসমত সন্ত্রাসবাদ নির্মূল হোৱাৰ কামনাৰে আৰু নিহতসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি আজি লতাশিল খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত বস্তি প্রজ্জ্বলন কৰা হয়।

"সন্ত্রাসবাদ নিপাত যাওঁক"

14/09/2025
মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ এই পৱিত্ৰখনত গুৰুজনাৰ শ্ৰীচৰণত শ্ৰদ্ধাৰে সেৱা জনাইছোঁ।অসমীয়া জাতীয় জীৱনৰ আধ্যা...
12/09/2025

মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ এই পৱিত্ৰখনত গুৰুজনাৰ শ্ৰীচৰণত শ্ৰদ্ধাৰে সেৱা জনাইছোঁ।

অসমীয়া জাতীয় জীৱনৰ আধ্যাত্মিক চেতনা তথা কৃষ্টি-সংস্কৃতি আৰু সাহিত্যৰ ভৰাল উজ্জীৱিত কৰা গুৰুজনা প্ৰতিজন অসমীয়াৰ আদৰ্শ হৈ ৰ'ব।

শ্ৰদ্ধাৰে সুৱৰিছোঁ 🙏
08/09/2025

শ্ৰদ্ধাৰে সুৱৰিছোঁ 🙏

Address

Beltola
Gauhati
781028

Alerts

Be the first to know and let us send you an email when Beltola College AASU UNIT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Beltola College AASU UNIT:

Share