Avighna

Avighna "HELPING THOSE IN NEED"

A Guwhati based Youth led organisation registered under the Society Registration Act 1860

ভোগালীৰ উৰুকাৰ নিশা পদপথৰ বাসিন্দা সকলৰ মাজত  #দক্ষিণ_বৰসজাই_মৈদাম_দুৰ্গা_মন্দিৰ_ন্যাস আৰু  #অভিঘ্ন (অলপ সহায়, অলপ মৰম,...
14/01/2026

ভোগালীৰ উৰুকাৰ নিশা পদপথৰ বাসিন্দা সকলৰ মাজত #দক্ষিণ_বৰসজাই_মৈদাম_দুৰ্গা_মন্দিৰ_ন্যাস আৰু #অভিঘ্ন (অলপ সহায়, অলপ মৰম, অলপ হাঁহি) ৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

এই কাৰ্যসূচীত অংশগ্ৰহণ আৰু সহায় সহযোগ কৰা বাবে সতীৰ্থ #ধনীৰাম_বৈশ্য #প্ৰদীপ_ৰাজবংশী #বিপ্লৱ_কাশ্যপ #উইলিয়াম_নাৰ্জাৰী #বিষ্টি_নাৰ্জাৰী আৰু #নিকুমনি_কাশ্যপক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

 #দক্ষিণ_বৰসজাই_মৈদাম_দুৰ্গা_মন্দিৰ_ন্যাস আৰু  #অভিঘ্ন (অলপ সহায়, অলপ মৰম,অলপ হাঁহি) ৰ উদ্যোগত পদপথৰ বাসিন্দা সকলৰ মাজত...
01/01/2026

#দক্ষিণ_বৰসজাই_মৈদাম_দুৰ্গা_মন্দিৰ_ন্যাস আৰু #অভিঘ্ন (অলপ সহায়, অলপ মৰম,অলপ হাঁহি) ৰ উদ্যোগত পদপথৰ বাসিন্দা সকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰি ইংৰাজী নতুন বছৰটোক আদৰণি জনোৱা হয়। দুয়োটা অনুষ্ঠানৰ পৰা সকলো সতীৰ্থ, শুভাকাংক্ষী আৰু ৰাইজলৈ নৱবৰ্ষৰ শুভকামনা জনালো।

Address

Gauhati

Telephone

+917002778178

Website

Alerts

Be the first to know and let us send you an email when Avighna posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Avighna:

Shortcuts

Share