লাচিত সেনা কেন্দ্ৰীয় সেনা ছাউনী

  • Home
  • India
  • Gauhati
  • লাচিত সেনা কেন্দ্ৰীয় সেনা ছাউনী
Directions

লাচিত সেনা কেন্দ্ৰীয় সেনা ছাউনী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from লাচিত সেনা কেন্দ্ৰীয় সেনা ছাউনী, Community Organization, v I p, Gauhati.

04/06/2026

বিশ্ব পৰিৱেশ দিৱস। কি এই বিশ্ব পৰিৱেশ দিৱস? আমি ভাবো গছ পুলি ৰুলেই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্ৰকৃত্বতে সেইটো হয় জানো? তেন্তে কি? আমি কিমান গছ ৰুইছোঁ আৰু নিজ স্বাৰ্থ পূৰণ কৰিবলৈ কিমান কাতিছো তাৰ হিচাপ ৰাখিছোনে ? উন্নয়নৰ নামত কিমান মূল্যৱান গছ কাটিলোঁ তাৰ হিচাপ ৰাখিছোনে?
গছ থাকিলেহে মানুহ থাকিব।
নিজৰ ঘৰৰ বাৰীত কিমান পৰিষ্কাৰ মূলক কাম কৰিলোঁ তাৰো হিচাপ ৰখাটো দৰকাৰ ।
ঘৰৰ বাৰীত মাহেকত কমেও দহটা গছ পুলি ৰোৱাৰ লগতে চাফ চিকুন কৰা লেতেৰা হৈ থকা পদূলি চাফ কৰাটোও আমাৰ দায়িত্ব । 365 দিনৰ ভিতৰত 100 দিন যদি নিজৰ ঘৰ খনৰ উপৰিও নিজৰ গাঁও খনৰ বাত পথ সমূহৰ চাফ চিকুন ৰ ওপৰত অকণমান চকু দিওঁ তেন্তে সেইয়াও হব পৰিৱেশ দিৱস পালন। নহয় জানো । আনক দেখুৱাই ডাঙৰ ডাঙৰ বেনাৰ লগাই গছ পুলি এটা ৰুই দিলেই বিশ্ব পৰিৱেশ দিৱস পালন কৰা নুবুজাই । সঁচা অৰ্থত ই world environment day হৈ পৰাটো বিচাৰো।

24/02/2025

লাচিত সেনাৰ ঐতিহাসিক খিলঞ্জীয়া অধিকাৰ দিৱসৰ উদ্বোধনী অনুষ্ঠান । ঐতিহাসিক লাচিত ঘাটত বৰ্ষজুৰা খিলঞ্জীয়া অধিকাৰ দিৱসৰ শুভাৰম্ভণি অনুষ্ঠানত কেন্দ্ৰীয় সেনা ছাউনীৰ কেইবাজনো বিষয়ববীয়া ই অংশগ্ৰহণ কৰি অহা 26 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম যুৰি খিলঞ্জীয়া অধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে আগবাহিছে। ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আহোম আৰু অসমীয়া ই হেৰুৱা ঐতিহাসিক সাৰ্বভৌমত্ব ৰুমন্থন কৰি অসমৰ সকলো খিলঞ্জীয়া ক লাচিত সেনাৰ উদ্যোগত আয়োজন কৰিব বিচৰা খিলঞ্জীয়া অধিকাৰ দিৱসত যোগ দিব বাবে হাজো হবলৈ অনুষ্ঠানটোৰ জৰিয়তে সেনাধ্যক্ষ অমৰ বৰুৱাই আহ্বান জনায়। ব্ৰহ্মপুত্ৰৰ পাৰত থকা লাচিতৰ প্ৰতিমূৰ্তি সন্মুখত আয়োজন কৰা অনুষ্ঠানটোৱে অনাগত দিনত অসম বাসীৰ বাবে গঠনমূলক অৱদান আগবঢ়াই যাব বুলি আশাবাদী। লাচিত বৰফুকন ক যি কামৰ বাবে অসম তথা বৰ্তমানৰ ভাৰত বৰ্ষই জানিবলৈ পাইছে তাক কামৰ প্ৰতিফলিত কৰিব লাগিব। লাচিতৰ নেতৃত্বত গঠন হোৱা খিলঞ্জীয়া সেনাক চৰকাৰে পুনৰ দেশ ৰক্ষাৰ স্বাৰ্থত গঠন কৰিবলৈ সেনাধ্যক্ষ গৰাকীয়ে আহ্বান জনায়।


#খিলঞ্জীয়া

08/01/2025
10/09/2024

লাচিত সেনাৰ পঞ্চদশ প্ৰতিষ্ঠা দিবস আৰু কেন্দ্ৰীয় লাচিত দিৱস উদযাপন । স্থান :লাচিত ঘাট মাছ খোৱা গুৱাহাটী
24 নৱেম্বৰ 2024 ।
সদৌ অসম ভিত্তিত ঐতিহাসিক শৰাইঘাট যুদ্ধৰ ওপৰত আধাৰিত চিত্ৰাংকন প্ৰতিযোগিতা ।
10 জনগোষ্ঠীৰ ৰাজ দৰবাৰ অনুষ্ঠিত
অসমৰ বৰেণ্য ব্যক্তিৰ দ্বাৰা বক্তৃতা প্ৰদান অনুষ্ঠান ।
সন্ধিয়ালৈ সাংস্কৃতিক গোষ্ঠী সমূহৰ মহা সন্মিলন।
সমূহ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিলো।

02/09/2024

লাচিত সেনাৰ কামৰূপ মেট্ৰো জিলা সেনা চাউনী গঠনৰ দিশে আগবাঢ়িচো গতিকে ইছ্যুক সকলক যোগদান কৰিবলৈ অনুৰোধ জনালোঁ।
8761079180

19/08/2024

Address

V I P
Gauhati

Website

Alerts

Be the first to know and let us send you an email when লাচিত সেনা কেন্দ্ৰীয় সেনা ছাউনী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share