Arya Vidyapeeth College AASU Unit

Arya Vidyapeeth College AASU Unit This is the Official Page of AASU Unit of Arya Vidyapeeth College (Autonomous). AASU will always be with the students in every problem.

Our aim is the comprehensive academic, social, cultural and organizational development of students.

03/04/2026
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন ছমাহ। আজিৰ দিনটোত আকৌ এবাৰ আমি চিঞৰি কৈছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক।সদৌ গ...
19/03/2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন ছমাহ। আজিৰ দিনটোত আকৌ এবাৰ আমি চিঞৰি কৈছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক।

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ‍্যোগত আয়োজিত জুবিন গাৰ্গক সোৱৰঁণি অনুষ্ঠানত আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় আছু গোটৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

যোৱা কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ছাত্ৰ জিৰণি কোঠা সম্প...
09/03/2026

যোৱা কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ছাত্ৰ জিৰণি কোঠা সম্পাদক তথা মহাবিদ্যালয় আছু গোটৰ কাৰ্যনিৰ্বাহক সদস্য বিশাল ডেকাৰ ঘৰত আজি মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা তেখেতৰ স্বাস্থ্যৰ বুজ লোৱা হয়।

মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা বিশাল ডেকাৰ আৰোগ্য কামনা কৰিলোঁ।

আৰ্য‍্য সদায় একক আৰু অনন‍্য।।Arya Vidyapeeth College - Autonomous
07/03/2026

আৰ্য‍্য সদায় একক আৰু অনন‍্য।।

Arya Vidyapeeth College - Autonomous

মানুহে মানুহৰ বাবে...আজি আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা গুৱাহাটীৰ পল্টনবজাৰত আৰ্তজনক কাপোৰ বিতৰণ কৰা হয...
19/02/2026

মানুহে মানুহৰ বাবে...

আজি আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা গুৱাহাটীৰ পল্টনবজাৰত আৰ্তজনক কাপোৰ বিতৰণ কৰা হয়।

Arya Vidyapeeth College - Autonomous

ৰক্ত দান, মহান দান।আজি আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় আছু গোটৰ সাংস্কৃতিক সম্পাদক মণজিৎ শইকীয়াই জিএনআৰচি, দিশপুৰত ৰক্ত ...
13/02/2026

ৰক্ত দান, মহান দান।

আজি আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় আছু গোটৰ সাংস্কৃতিক সম্পাদক মণজিৎ শইকীয়াই জিএনআৰচি, দিশপুৰত ৰক্ত দান কৰে। তেখেতক আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় আছু গোটৰ তৰফৰ পৰা আন্তৰিক ধন‍্যবাদ জ্ঞাপন কৰিলোঁ।

Arya Vidyapeeth College - Autonomous

“তুমি নতুন পুৰুষ তুমি নতুন নাৰীঅনাগত দিনৰ জাগ্ৰত প্ৰহৰী”                                                         ৰাজ্যত ...
11/02/2026

“তুমি নতুন পুৰুষ তুমি নতুন নাৰী
অনাগত দিনৰ জাগ্ৰত প্ৰহৰী”

ৰাজ্যত আজিৰ পৰা অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া প্ৰতিগৰাকী পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আৰ্য্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়ৰ বঙালী বিভাগৰ নৱ-নিযুক্ত মুৰব্বী অধ‍্যাপিকা ডঃ মম্পী গুপ্তাক আজি আৰ্য‍্য বিদ‍্যাপীঠ মহাবি...
10/02/2026

আৰ্য্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়ৰ বঙালী বিভাগৰ নৱ-নিযুক্ত মুৰব্বী অধ‍্যাপিকা ডঃ মম্পী গুপ্তাক আজি আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় আছু গোটৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়।

Arya Vidyapeeth College - Autonomous

আৰ্য্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়ৰ শিক্ষা বিভাগৰ নৱ-নিযুক্ত মুৰব্বী অধ‍্যাপিকা ডঃ ৰূপমালা বৰ্মনক আজি আৰ্য‍্য বিদ‍্যাপীঠ মহা...
10/02/2026

আৰ্য্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়ৰ শিক্ষা বিভাগৰ নৱ-নিযুক্ত মুৰব্বী অধ‍্যাপিকা ডঃ ৰূপমালা বৰ্মনক আজি আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয় আছু গোটৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়।

Arya Vidyapeeth College - Autonomous

Congratulations to our Achievers! 🎉The AVC AASU Unit extends its heartiest congratulations to Omraj Dutta (Botany Depart...
28/01/2026

Congratulations to our Achievers! 🎉

The AVC AASU Unit extends its heartiest congratulations to Omraj Dutta (Botany Department) and Jugal Kishore Kalita (Mathematics Department).

Both serve as Organizational Secretaries for the AVC AASU Unit and have secured the first and second prizes, respectively, in the online essay competition titled "The Role of Youth in Social Empowerment and Nation Building." The competition was jointly organized by the Institutions' Innovation Council (IIC) of Arya Vidyapeeth College and the Vivekananda Kendra Kanyakumari, Guwahati.

Arya Vidyapeeth College - Autonomous

মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ ওলাই আহি ১৮৯৪ চনৰ আজিৰ দিনটোতেই দৰং জিলাৰ পথৰুঘাটত প্ৰায়...
28/01/2026

মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ ওলাই আহি ১৮৯৪ চনৰ আজিৰ দিনটোতেই দৰং জিলাৰ পথৰুঘাটত প্ৰায় সাত কুৰি কৃষকে প্ৰাণ বিসৰ্জন দিছিল।

অন্যায়-অত্যাচাৰ, শোষণৰ বিৰুদ্ধে যুঁজি আত্মবলিদান দিয়া কৃষকসকলক কৃষক শ্বহীদ দিৱসত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ আছু গোটে শ্বহীদ বেদীত বন্তি প্ৰজ্বলনেৰে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° অনুৰাধা বৰুৱা উপস্থিত থাকে।

মধ্য গুৱাহাটী ক্ৰিকেট ক্লাৱৰ উদ্যোগত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ সহযোগত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰ...
24/01/2026

মধ্য গুৱাহাটী ক্ৰিকেট ক্লাৱৰ উদ্যোগত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ সহযোগত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত ২০ জানুৱাৰী, ২০২৬ তাৰিখৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা ক্ৰিকেট খেল প্ৰতিযোগিতা খনৰ আজি সমাপ্তি ঘটে।

গুৱাহাটী মহানগৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩০টা ক্ৰিকেট দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে।

All Assam Students' Union - AASU

Address

Gauhati

Telephone

+918011558447

Website

Alerts

Be the first to know and let us send you an email when Arya Vidyapeeth College AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Arya Vidyapeeth College AASU Unit:

Share