Asom Chatra Parishad-Gauhati University unit

Asom Chatra Parishad-Gauhati University unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Asom Chatra Parishad-Gauhati University unit, Youth Organization, Gauhati University, Gopinath Bordoloi Nagar, Gauhati.

Asom Chatra Parishad is the student organization of the party Asom Gana Parishad,which itself is historically tied to the Gauhati University.This page will bring to you an insight into the workings and functionings of ACP GU unit.

অসম ছাত্ৰ পৰিষদৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্বহীদ বেদীদ্বয়ত বন্তি প্ৰজ্...
21/11/2025

অসম ছাত্ৰ পৰিষদৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্বহীদ বেদীদ্বয়ত বন্তি প্ৰজ্বলন কৰা হয় । এই চেগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অসম ছাত্ৰ পৰিষদৰ সেনানী সকলক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো।
জয় আই অসম
জয়তু অসম ছাত্ৰ পৰিষদ

Atul Bora অতুল বৰা Keshab Mahanta কেশৱ মহন্ত

03/10/2025
কতৃপক্ষলৈ ধন্যবাদ।
26/09/2025

কতৃপক্ষলৈ ধন্যবাদ।

জুবিন দাৰ স্মৃতি বিশ্ববিদ্যালয় চৌহদত সজীৱ কৰি ৰখাটো আমাৰ দায়িত্ব। সেয়ে আজি বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ক...
26/09/2025

জুবিন দাৰ স্মৃতি বিশ্ববিদ্যালয় চৌহদত সজীৱ কৰি ৰখাটো আমাৰ দায়িত্ব। সেয়ে আজি বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় । আমাৰ দাবী জুবিন দাৰ অস্থি এভাগ বিশ্ববিদ্যালয়ত সংৰক্ষণ কৰাৰ লগতে তেওঁৰ স্মৃতি সৌধ/প্ৰতিমুৰ্ত্তি স্থাপন কৰিব লাগে।

উপাচাৰ্য মহোদয়ে আজিৰ ভিতৰতে আমাৰ দাবী কাৰ্যকৰী কৰাৰ ব্যৱস্থা হাতত ল'ব বুলি কথা দিয়ে ।

এই দাবীসমূহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ দাবী
25/09/2025

এই দাবীসমূহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ দাবী

বিভিন্নজনে কেৱল ভোটাধিকাৰৰ বাবে দাবী দিয়াৰ সময়ত আমি চিঞৰিছিলো, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সুবিধাও থাকিব লাগিব । আজি...
15/09/2025

বিভিন্নজনে কেৱল ভোটাধিকাৰৰ বাবে দাবী দিয়াৰ সময়ত আমি চিঞৰিছিলো, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সুবিধাও থাকিব লাগিব । আজি সেয়া দিঠক হোৱাৰ দিশত ।

জয় আই অসম

বিগত কিছুদিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ ছাত্ৰী সকলে ভোটাধিকাৰ পোৱাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ত এক সৰৱ...
05/09/2025

বিগত কিছুদিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ ছাত্ৰী সকলে ভোটাধিকাৰ পোৱাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ত এক সৰৱ আলোচনা হৈ আছে । অসম ছাত্ৰ পৰিষদ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ স্পষ্ট কথা -

১/ কেৱল মাত্ৰ ভোটাধিকাৰ দিলেই নহ'ব ; নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুবিধাও তেওঁলোকে পাব লাগিব ।

২/ FYIMP ছাত্ৰ ছাত্ৰীসকলৰ লগতে GUIST ৰ ছাত্ৰ ছাত্ৰীসকলেও এই অধিকাৰ পাব লাগিব ।

৩/ ক্ৰমান্বয়ে গৱেষক ছাত্ৰ ছাত্ৰীসকলোকো এই ব্যৱস্থাৰ আওতাত আহিব লাগিব ।

উক্ত বিষয় সম্পৰ্কে দাবী উত্থাপন কৰি আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

বিগত ২০ তাৰিখে অসম ছাত্ৰ পৰিষদ-গুৱাহাটী বিশ্ববিদ্যালয় গোটে ৬ দফীয়া দাবী সন্মিলিত এক স্মাৰকপত্ৰ প্ৰদান কৰিছিল। এটা মূল ...
02/08/2025

বিগত ২০ তাৰিখে অসম ছাত্ৰ পৰিষদ-গুৱাহাটী বিশ্ববিদ্যালয় গোটে ৬ দফীয়া দাবী সন্মিলিত এক স্মাৰকপত্ৰ প্ৰদান কৰিছিল। এটা মূল দাবী আছিল বিশ্ববিদ্যালয় মাৰ্কেটখনৰ বিপদজনক অৱস্থাটো গৰমৰ বন্ধৰ ভিতৰতে সঠিকভাৱে মেৰামতি কৰি বিশ্ববিদ্যালয় খোলাৰ পূৰ্বে পুনৰ কাৰ্য্যক্ষম কৰি তোলাটো ; আমাৰ দাবীৰ প্ৰতি সহাৰি জনাই কতৃপক্ষই যি ততাতৈয়াকৈ যাৱতীয় মেৰামতিৰ কাম আগবঢ়ালে তাৰ বাবে ধন্যবাদ জনালো । লগতে অন্য দাবী সমূহো অনতিপলমে সমাধান কৰিবলৈ আহ্বান জনালোঁ।

জয় আই অসম

জয়তু গুৱাহাটী বিশ্ববিদ্যালয়

অসম ছাত্ৰ পৰিষদ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ তৰফৰ পৰা বিশ্ববিদ্যালয়ৰ বহু চৰ্চিত কিছু সমস্যা কৰ্তৃপক্ষৰ আগত দাঙি ধৰি অনত...
21/06/2025

অসম ছাত্ৰ পৰিষদ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ তৰফৰ পৰা বিশ্ববিদ্যালয়ৰ বহু চৰ্চিত কিছু সমস্যা কৰ্তৃপক্ষৰ আগত দাঙি ধৰি অনতিপলমে সেইসমূহৰ সমাধানৰ দাবী কৰে ।

Important notice regarding Ph.D entrance. Gauhati University
16/06/2025

Important notice regarding Ph.D entrance. Gauhati University

Address

Gauhati University, Gopinath Bordoloi Nagar
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Asom Chatra Parishad-Gauhati University unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share