All Assam United Youth Federation

Call Directions Contact the organization

All Assam United Youth Federation সকলো জাতি ,ভাষা, ধৰ্মৰ যুৱ প্ৰজন্মক একত্ৰিত কৰি সমাজৰ হৈ নিস্বাৰ্থ ভাবে কাম কৰা হেতু 2016ত জন্ম হৈছিল একত্ৰিত যুৱ পৰিষদ

22/07/2026

নমস্কাৰ আমি জনাব বিচাৰিছোঁ যে ,আমাৰ সংগঠনলৈ কোনোবা যদি শুভাকাংক্ষীয়ে কিবা আৰ্থিক দান বৰঙনি আগ বঢ়াই সেই দান বৰঙনি যেন সংগঠনৰ বেংক একাউণ্ট অথবা সংগঠনৰ নামত চেক দিয়ে ।। ব্যক্তিগত কোনো সদস্যৰ হাতত অথবা কোনো সদস্যৰ বেংক একাউণ্টত নিদিয়ে ।।

20/03/2026
একালৰ একত্ৰিত যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপ শইকীয়াই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ,তেওঁৰ এই নতুন যাত্...
22/02/2026

একালৰ একত্ৰিত যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপ শইকীয়াই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ,তেওঁৰ এই নতুন যাত্ৰা শুভ হওক ,পূৰ্বতেও সংগঠনৰ মজিয়াৰ পৰা তেওঁ ৰাইজৰ বাবে বহু কাম কৰিছে আৰু এতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ নিচিনা ইমান ডাঙৰ দল এটাৰ মজিয়াৰ পৰা আৰু অধিক কাম কৰিব পাৰিব বুলি আমাৰ বিশ্বাস ।। একত্ৰিত যুৱ পৰিষদৰ সমূহ সদস্যৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আপোনাৰ এই যাত্ৰা দিৰ্ঘগামি হওক ।।


All Assam United Youth Federation

21/02/2026

কৃষি বিভাগত সংঘটিত হোৱা ব্যাগম কেলেংকাৰীৰ বিৰুদ্ধে সংগঠনৰ তৰফৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেল আয়োজন কৰা হয় ।।

20/02/2026

ভিক্টৰ দাসক মুকলি আকাশৰ তললৈ স্বাগতম জনাইছো । স্পষ্টবাদী ভিক্টৰ

06/01/2026

বহি ৰাষ্ট্ৰৰ পৰা অহা মাছৰ বিৰুদ্ধে সৰৱ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক আশীষ বৰা ।। মাছৰ ছিণ্ডিকেট কোনো কাৰণতে চলিব দিয়া নহব ।।

Ashish Borah

01/01/2026

সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ তৰফৰ পৰা সমূহ অসম বাসী লৈ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা ।।
জয় আই অসম
জয় জুবিন দা

অহা ৭ জানুৱাৰী পৰা ১১ জানুৱাৰীলৈ মিৰ্জা জামৰতল খেল পথাৰত আয়োজন কৰা হৈছে ত্ৰয়োদশ সংখ্যক Expousure Cup 2026 ,সমূহ ৰাইজৰ ...
31/12/2025

অহা ৭ জানুৱাৰী পৰা ১১ জানুৱাৰীলৈ মিৰ্জা জামৰতল খেল পথাৰত আয়োজন কৰা হৈছে ত্ৰয়োদশ সংখ্যক Expousure Cup 2026 ,সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হৈছে ।

29/12/2025

কৃষি বিভাগত হৈ থকা কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জয়ন্ত গগৈ

24/12/2025

সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ প্ৰত্যেক জন সদস্য কাৰ্বি ভাই সকলৰ লগত আছোঁ ।।।
কোনো মাৰোৱাৰী ,বিহাৰী ,বঙালীৰ মই মতালি চলিব দিয়া নহয়

Address

Gauhati
781038

Telephone

+917429825356

Website

Alerts

Be the first to know and let us send you an email when All Assam United Youth Federation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All Assam United Youth Federation:

Shortcuts

Share