27/08/2026
৭০% উপস্থিতি আৰু বেকৰ চৰ্ত বাতিলৰ দাবীত শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ।
উচ্চ শিক্ষা বিভাগে আৰোপ কৰা ৭০% উপস্থিতি আৰু বেকৰ চৰ্ত বাতিল কৰি যোগ্য সকলো শিক্ষাৰ্থীৰ বাবে চৰ্তবিহীন সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি নিশ্চিত কৰাৰ দাবীত আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগুক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ প্ৰতিনিধি দলে।
Satra Mukti Sangram Samiti, Assam - SMSS