17/03/2026
🙏🏻
👉 দুলীয়াজান Rising Youth Club ৰ তৰফৰ পৰা বিশিষ্ট সমাজ সেৱক ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে । আগন্তুক দিনবোৰত তেখেতৰ বলিষ্ঠ নেতৃত্বত দুলীয়াজান সমষ্টিৰ উন্নয়ন আৰু প্ৰগতিৰ ধাৰা অধিক ক্ষিপ্ৰতৰ হোৱাৰ বাবে তেওঁক মৰম আৰু শুভেচ্ছা জনাই।
Gaurav Gogoi
CMO Assam
Dhruba Jyoti Gogoi