Duliajan Anchal Gorkha Samaj

Duliajan Anchal Gorkha Samaj Duliajan Anchal Gorkha Samaj Long Live

25/07/2026
19/07/2026

#বিনামূলীয়া_চকু_পৰীক্ষা_শিবিৰ 🙏🌹

অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বীৰাঙ্গনা বৈজয়ন্তী দেৱী উপাধ্যায়ৰ ৬৭ সংখ্যক জন্মজয়ন্তীৰ উপলক্ষে গোৰ্খা মহিলা মঞ্চ, বৰুৱা তিনিআলি শাখা সমিতিৰ উদ্যোগত আৰু ৰেণু আই কেয়াৰ চেণ্টাৰ, ডিব্ৰুগড়ৰ সহযোগত এখন #বিনামূলীয়া_চকু_পৰীক্ষা_শিবিৰ আয়োজন কৰা হৈছে।

👁️ বিশেষ সুবিধা :
✅ বিনামূলীয়া চকু পৰীক্ষা
✅ প্ৰয়োজন অনুসৰি বিনামূলীয়া চশমা বিতৰণ

📅 তাৰিখ : ২০ জুলাই, ২০২৬ (সোমবাৰ)
🕘 সময় : পুৱা ৯:৩০ বজাৰ পৰা
📍 স্থান : মধুপুৰ প্ৰাথমিক বিদ্যালয়, বৰুৱা তিনিআলি, দুলীয়াজান।

📞 #যোগাযোগ : 76360 54830 / 99547 31241

সকলো ৰাইজক এই মহৎ সেৱামূলক কাৰ্যসূচীত উপস্থিত থাকি স্বাস্থ্য পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰাৰ লগতে কাৰ্যসূচীটোক সফল কৰি তুলিবলৈ আন্তৰিক আহ্বান জনালোঁ।

ধন্যবাদ।


Tulsi Rai Manju Thapa Mogar G. Bishnu Chetri Raju Sonar Madhu Sonar Bina Giri Junali Chetry Jamuna Poudel Karki Kusum Thapa




19/07/2026

🙏🌼 🌼🙏

গোৰ্খা মহিলা মঞ্চৰ তৰফৰ পৰা অসম আন্দোলনৰ প্ৰথম গৰাকী মহিলা শ্বহীদ বীৰাঙ্গনা বৈজয়ন্তী দেৱী উপাধ্যায়ৰ ৬৭ সংখ্যক পৱিত্ৰ জন্মজয়ন্তীৰ উপলক্ষে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

এগৰাকী সাহসী মহিলাৰূপে তেখেতে অসম দেশ, জাতি আৰু সমাজৰ হকে আগবঢ়োৱা আত্মত্যাগ, সাহস আৰু আদৰ্শে সমগ্ৰ সমাজক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। বিশেষকৈ নাৰী সমাজৰ বাবে তেখেত এক শক্তি, সাহস আৰু আত্মবিশ্বাসৰ উজ্জ্বল প্ৰতীক।

তেখেতৰ জীৱনাদৰ্শে প্ৰতিগৰাকী মহিলাক সমাজ সেৱা, নেতৃত্ব আৰু ন্যায়ৰ পথত আগবাঢ়িবলৈ সদায় অনুপ্ৰেৰণা যোগাই থাকিব।

🙏 বীৰাঙ্গনা বৈজয়ন্তী দেৱী উপাধ্যায় অমৰ হওক।🙏



Tulsi Rai Manju Thapa Mogar G. Bishnu Chetri Raju Sonar Madhu Sonar Bishnu Chetri Shanti Bahadur Biswakarma Sekhar Sirwal Bina Giri Junali Chetry Junali Xonar Sonar Jamuna Poudel Karki Kusum Thapa

10/07/2026
28/06/2026
27/06/2026

োনাৰ_যুৱক_হত্যাকাণ্ডৰ_আজি_আৰু
িশাচ_প্ৰবীণ_থাপা_আৰক্ষীৰ_জালত।
এয়া প্ৰমাণ – এয়া পৰিকল্পিত হত্যা।

গোৰ্খা মহিলা মঞ্চই ৰাইজক জনাই আনন্দিত যে, আজি ইং ২৭ জুন ২০২৬ তাৰিখে দুলীয়াজান আৰক্ষীয়ে নাওহলীয়া ডি-এডিক্সন চেণ্টাৰত প্ৰয়াত অমন সোনাৰক হত্যা কৰা ঘটনাৰ আৰু এজন আৰোপী নৰপিশাচক প্ৰবীণ থাপাক গ্ৰেপ্তাৰ কৰিছে।
কেইদিনমানৰ ভিতৰত দুজনকৈ গ্ৰেপ্তাৰ হোৱাৰ অৰ্থ এটাই – এয়া দুৰ্ঘটনা নাছিল, সম্পূৰ্ণ পৰিকল্পিত নৰহত্যা আছিল।

আমি দুলীয়াজান আৰক্ষীক এই তৎপৰতাৰ বাবে ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়াও আমাৰ যুঁজ শেষ হোৱা নাই।

আমাৰ নবীকৃত দাবী:-
১. মুখ্য দোষী স্বাত্বাধিকাৰী সন্তোষ লিম্বুক অতি শীঘ্ৰে ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক।
২. মোবাইল ফৰেনচিক: গ্ৰেপ্তাৰ হোৱা দুয়োজনৰ মোবাইলৰ CDR, WhatsApp, লোকেশ্যন, টাৱাৰ ডাম্প আদালত দাখিল কৰি চক্ৰটো উন্মোচন কৰক।
৩. এজন-দুজনক ধৰি কেচ সামৰি দিয়াৰ চেষ্টা কৰিলে আমি মানি নলওঁ। সমগ্ৰ ৰেকেট CIDৰ দ্বাৰা তদন্ত কৰাওক।
৪. চেণ্টাৰ ছীল ফৰেনচিক: নাওহলীয়া চেণ্টাৰটো ছীল কৰি FSL দলে পৰীক্ষা কৰক, যাতে প্ৰমাণ নষ্ট নহয়।
৫. জামিন বিৰোধ: গ্ৰেপ্তাৰ হোৱা চাৰিজনৰ জামিন আবেদনৰ কঠোৰ বিৰোধিতা কৰক।









Tulsi Rai Manju Thapa Mogar G. Bishnu Chetri Raju Sonar Madhu Sonar Bina Giri Junali Chetry Junali Xonar Sonar Munu Biskorma Asha Thapa Shanti Bahadur Biswakarma Ghanalal Biswakarma Sekhar Sirwal Jamuna Poudel Karki Kusum Thapa ganga Som Razz Sonar Nagen Sonar Sujit Khati

27/06/2026

🚫গোৰ্খা মহিলা মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ সভানেত্ৰী তুলসী ৰাই আৰু সাধাৰণ সম্পাদিকা ববীতা ছেত্ৰী আৰু মুখ্য উপদেষ্টা গোপাল সিং থাপাৰ নেতৃত্বত এটা সঁজাতী দলে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধ্যক্ষক সাক্ষাৎ কৰি নাওহলীয়া ডি-এডিক্সন চেণ্টাৰত অমন সোনাৰ হত্যাকাণ্ডৰ জঢ়িত ব্যক্তি সকলক শীঘ্ৰেই কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই।

Address

Duliajan

Website

Alerts

Be the first to know and let us send you an email when Duliajan Anchal Gorkha Samaj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Duliajan Anchal Gorkha Samaj:

Shortcuts

Share