Thana Level Nagrik Committee -Doom Dooma

Thana Level Nagrik Committee -Doom Dooma Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Thana Level Nagrik Committee -Doom Dooma, Nonprofit Organization, Police Station, Doom-Dooma.

টি.এল.এন.চি. হৈছে অসমত আৰক্ষী থানা পৰ্যায়ত গঠন কৰা নাগাৰিক সমিতিৰ এখন সমিতি। নাগৰিক সমিতিৰ উদ্দেশ্য হৈছে আৰক্ষীৰ সৈতে যোগাযোগ কৰি এখন সুশৃংখল আৰু শৃংখলাবদ্ধ সমাজ বিকশিত কৰাৰ দিশত ৰাইজৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰা।

2nd Quarterly Meet of TLNC Doomdooma Successfully Conducted on 10.04.2025The 2nd Quarterly Meeting of the Thana Level Na...
11/04/2025

2nd Quarterly Meet of TLNC Doomdooma Successfully Conducted on 10.04.2025

The 2nd Quarterly Meeting of the Thana Level Nagarik Committee (TLNC), Doomdooma was held with active participation and valuable discussions from all members. The meeting was presided over by TLNC President Mr. Binod Tanti, and saw the esteemed presence of Shri Manuranjan Saikia, Officer-in-Charge of Doomdooma Police Station (Member Secretary, TLNC) and DSP Manabindra Das, Tinsukia, who both shared insights on ongoing initiatives and future plans for maintaining law and order in the region.

During the session, members Shri Dilip Prasad and Shri Abhijit Khataniar raised important concerns regarding issues such as double parking and daily traffic congestion, suggesting practical measures to improve the situation.

The committee engaged in meaningful dialogue around these challenges and collectively reaffirmed its commitment to working as a united front to curb rising crimes and ensure a safer environment for all.

Together, we stand stronger for a better Doomdooma.

12/01/2025
31/12/2024
Sigma ho ya Pookie, safety hai zaruri.
28/12/2024

Sigma ho ya Pookie, safety hai zaruri.

যোৱা ইংৰাজী ১৫ নৱেম্বৰ ২০২৪ তাৰিখে ডুমডুমা থানা পৰ্যায়ৰ নাগৰিক সমিতিয়ে গছ ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰে।কাৰ্যসূচীটোৰ মুখ্...
19/11/2024

যোৱা ইংৰাজী ১৫ নৱেম্বৰ ২০২৪ তাৰিখে ডুমডুমা থানা পৰ্যায়ৰ নাগৰিক সমিতিয়ে গছ ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰে।

কাৰ্যসূচীটোৰ মুখ্য অতিথি আছিল আৰক্ষী উপ-মহাপৰিদৰ্শক শ্ৰী সত্যৰাজ হাজাৰিকা ডাঙৰীয়া।

বৃক্ষৰোপণ কাৰ্যসূচী ডুমডুমা এফ.আৰ.ইউ. আৰু হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়।

আমাৰ সন্মানীয় উপ-আৰক্ষী মহাপৰিদৰ্শক শ্ৰী সত্যৰাজ হাজাৰিকা ডাঙৰীয়া এ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক এক প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে।

অৱশেষত তেওঁ ডুমডুমা থানা পৰ্যায়ৰ নগৰিক সমিতিৰ সকলো সদস্য আৰু বিশেষকৈ ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী মনোৰঞ্জন শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ আমাৰ লোকসকলৰ উন্নতি আৰু সুৰক্ষাৰ বাবে আমাৰ সমিতিক সকলো ধৰণে সমৰ্থন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।

যোৱা ইংৰাজী 1 নৱেম্বৰৰ 2024 তাৰিখে ৰাতিপুৱা প্ৰায় 11:00 বজাত ডুমডুমা থানা পৰ্যায়ৰ নাগৰিক সমিতিয়ে তৃতীয় ৰ পৰা সপ্তম শ...
17/11/2024

যোৱা ইংৰাজী 1 নৱেম্বৰৰ 2024 তাৰিখে ৰাতিপুৱা প্ৰায় 11:00 বজাত ডুমডুমা থানা পৰ্যায়ৰ নাগৰিক সমিতিয়ে তৃতীয় ৰ পৰা সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে এক কলা প্ৰতিযোগিতা সফলতাৰে অৰ্জন কৰিছিল।

যিহেতু কালী পূজাৰ প্ৰাকমুহূৰ্তত প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল সেয়েহে মূলতঃ কলা প্ৰতিযোগিতাৰ বিষয়টোও কালী পূজা আছিল।

বহুতো শিক্ষাৰ্থীয়ে এক স্বাস্থ্যকৰ পৰিৱেশৰ সৈতে প্ৰতিযোগিতাখনত অৱতীৰ্ণ হৈছিল। সকলো টি.এল.এন.চি. সদস্য আৰু অনুষ্ঠানটোৰ বিচাৰকক এক বিশেষ ধন্যবাদ।

আমি অদূৰ ভৱিষ্যতে আমাৰ শিশুসকলক উৎসাহিত কৰিবলৈ এনে ধৰণৰ আৰু অনুষ্ঠানৰ কাৰ্যকলাপ কৰি থাকিম ।

উষ্ণ সন্মানৰ সৈতে,

বিনোদ তাঁতী

টি.এল.এন.চি. সভাপতি

Address

Police Station
Doom-Dooma
786151

Website

Alerts

Be the first to know and let us send you an email when Thana Level Nagrik Committee -Doom Dooma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share