We Support Hindu Rastra

We Support Hindu Rastra Vande Mataram Jay Sri Ram

পোষ্ট টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ ৰায় দিবলৈ সক্ষম হয়
15/05/2026

পোষ্ট টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ ৰায় দিবলৈ সক্ষম হয়

জয় মা কামাখ্যা 🙏জগতজননী সকলো শক্তিৰ আধাৰ। দ্বিতীয়বাৰৰ বাবে মুখ্যসেৱক হিচাপে ৰাজ্যবাসীৰ সেৱা আগবঢ়াবলৈ মা কামাখ্যাই মোক য...
15/05/2026

জয় মা কামাখ্যা 🙏

জগতজননী সকলো শক্তিৰ আধাৰ। দ্বিতীয়বাৰৰ বাবে মুখ্যসেৱক হিচাপে ৰাজ্যবাসীৰ সেৱা আগবঢ়াবলৈ মা কামাখ্যাই মোক যি অপাৰ আশিস প্ৰদান কৰিলে, তাত মই ধন্য হৈছোঁ৷ আজি মাৰ শ্ৰীচৰণত মোৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে আশীৰ্বাদ বিচাৰি তথা অসমবাসীৰ কুশল-মংগল কামনা কৰি নতশিৰে সেৱা জনাওঁ৷ সকলোকে কুশলে ৰাখিবা মা !

15/05/2026

🔸'ইছলামত ৪ গৰাকীলৈকে বিয়া পাতিব পৰা নিয়ম আছে'।
🔸'মুছলমানৰ ওপৰত জাপি দিয়া সংবিধান আমি নামানো'।
🔸'আমি ইছলামিক আইনৰ মতেই চলিম'।
🔸'UCC জাপি দিলে আমি কেতিয়াও মানি নলও'।
🔸অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুছাব্বিৰ আলী আহমেদৰ বিস্ফোৰণ।

অসম সন্তান ৰিয়ানলৈ অভিনন্দন। সমাগত শ্রীলংকাৰ ত্রিদেশীয় শৃংখলাত ভাৰত-এ দলৰ উপ-অধিনায়ক হিচাপে ৰিয়ান পৰাগে দায়িত্ব লাভৰ সুখ...
14/05/2026

অসম সন্তান ৰিয়ানলৈ অভিনন্দন।

সমাগত শ্রীলংকাৰ ত্রিদেশীয় শৃংখলাত ভাৰত-এ দলৰ উপ-অধিনায়ক হিচাপে ৰিয়ান পৰাগে দায়িত্ব লাভৰ সুখবৰটিত আমি অসমবাসীয়ে গৌৰৱবোধ কৰিছোঁ। অসমৰ পৰা গৈ ভাৰতীয় ক্রিকেটত আত্মবিশ্বাস-কৃতিত্বৰে উজলি উঠা ৰিয়ানৰ এই সাফল্যই নিশ্চিতকৈ আমাৰ উঠি উদিত ক্রীড়া প্রতিভাক উদগনি যোগাব আৰু সপোন দেখিবলৈ শিকাব।

ৰিয়ান, নিজৰ শ্রেষ্ঠত্ব প্রদর্শনেৰে খেলি যোৱা। অসমবাসীৰ শুভেচ্ছা-মৰম তোমাৰ শক্তি হৈ সদায় আছে তোমাৰ লগত…

পোষ্ট টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ ৰায় দিবলৈ সক্ষম হয়




বহুকেইখন গুৰুত্বপূর্ণ বৈঠকেৰে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয় কাৰ্যকালৰ আজিৰ দ্বিতীয় দিনটো!অসমৰ সর্বাংগীণ বিকাশক গুৰুত্ব প...
14/05/2026

বহুকেইখন গুৰুত্বপূর্ণ বৈঠকেৰে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয় কাৰ্যকালৰ আজিৰ দ্বিতীয় দিনটো!

অসমৰ সর্বাংগীণ বিকাশক গুৰুত্ব প্রদান কৰি আজি বহুকেইখন বৈঠকত অধ্যক্ষতা কৰাৰ লগতে ভিন্ন খণ্ডৰ কাম-কাজৰ পর্যালোচনা কৰোঁ।

১) পর্যাপ্ত বিদ্যুৎ যোগান নিশ্চিতকৰণ:
বিগত বছৰত অসমৰ সৰ্বোচ্চ বিদ্যুতৰ চাহিদা আছিল ২৯৫০ মেগাৱাট। এইবেলি গৰমৰ দিনত ই ৩১০০ মেগাৱাট স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে। আমি এই চাহিদা পূৰণ কৰিবলৈ পৰ্যাপ্তভাৱে সাজু হৈছোঁ। এই সন্দর্ভত আজি তিনিওটা মূল শক্তি বিতৰণ প্ৰতিষ্ঠানক কঠোৰভাৱে বিষয়টি নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্রদান কৰা হৈছে। অসমত বিদ্যুতৰ পৰিমাণ ‘ছাৰপ্লাছ’ হৈ থকাটো নিশ্চিত কৰিবলৈ চলিত তাপীয়, সৌৰ আৰু পাম্প সংৰক্ষণ বিদ্যুৎ প্ৰকল্পৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰোঁ।

২) মা কামাখ্যা কৰিড’ৰ :
মা কামাখ্যা মন্দিৰ দৰ্শন কৰা প্ৰতিজন ভক্তক এক নিৰৱচ্ছিন্ন আৰু সমৃদ্ধ অভিজ্ঞতা প্ৰদান কৰা— আমাৰ এক লক্ষ্য। আজি আন এক বৈঠকত মা কামাখ্যা প্ৰৱেশ কৰিড’ৰ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। এইক্ষেত্রত আমি জনাব বিচাৰোঁ বেছিভাগ আইনী বাধা সমাধানৰ সৈতে প্রকল্পটিয়ে সোনকালেই ৰূপায়ণৰ ত্বৰান্বিত গতি লাভ কৰিব।

৩) এডভাণ্টেজ আছাম ২.০
ফেব্ৰুৱাৰী ২০২৫ত ৫ লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভৰ বিষয়ে সকলো জ্ঞাত। আজি এই প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি পৰ্যালোচনা কৰি জনাবলৈ পাই সুখী যে এই বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ ৬০%ই ইতিমধ্যে উন্নত পৰ্যায়ত আছে। ইতিমধ্যে বহুকেইটা বিনিয়োগ প্রতিশ্রুতি কাৰ্যকৰীকৰণো হৈছে। প্রাসংগতিকতাৰ প্রতি লক্ষ্য ৰাখি কাৰ্যকৰীকৰণ অধিক দ্ৰুত গতিত কৰিবলৈ আজি নির্দেশনা প্রদান কৰা হৈছে। সামগ্ৰিকভাৱে বিনিয়োগসমূহ সম্পূর্ণ বাস্তৱায়িত কৰাৰ স্বার্থত আহিবলগা মাহত ব্যক্তিগতভাৱে উদ্যোগপতি আৰু ইয়াৰ সৈতে অংশীদাৰসকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰো পৰিকল্পনা কৰিছোঁ। এই কার্য সম্পূর্ণকৰণ ৰূপ পালে নিশ্চিতকৈ ই অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব।

বিজেপিৰ সংকল্প পত্ৰ নিৰ্বাচনত ভোট লাভৰ আহিলা মাত্ৰ নহয়। ই হৈছে জনতাৰ আশা-আকাংক্ষা আৰু অসমৰ বিকাশ যাত্ৰাক আগুৱাই নিয়াৰ ভৱিষ্যৎ পৰিকল্পনাৰ সংকল্প। অসমৰ ৰাজনীতিত এই ইতিবাচক চিন্তাক শক্তিশালী ৰূপত কৰ্ম সংস্কৃতিৰ আধাৰৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে আমি পদক্ষেপ লৈছোঁ।

যুৱপ্ৰজন্মক নিৰ্বাচনৰ পূৰ্বে ২ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিলোঁ। এইক্ষেত্ৰত প্ৰথম পদক্ষেপ হিচাপে নতুন চৰকাৰৰ প্ৰথম কেবিনেট বৈঠকত টাস্ক ফ'ৰ্চ গঠনৰ সিদ্ধান্ত লৈছোঁ। ভাগিন-ভাগিনীসকললৈ আহ্বান– সকলোৱে মাথোঁ কঠোৰ পৰিশ্ৰম কৰক, স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদানৰ দায়িত্ব আমাৰ।

পোষ্ট টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ ৰায় দিবলৈ সক্ষম হয়

🚩🚩 Jay Sri Ram 🚩🚩
♥️♥️ জয় আই অসম ♥️♥️
🙏🙏 Vande Mataram 🙏🙏

#পোষ্ট_টো_Groupত_শ্বেয়াৰ_কৰিব


14/05/2026

ৰাজ্যত UCC বলৱতৰ পূৰ্বে ভয়ংকৰ ঘটনা। ৪গৰাকী পত্নী থকা নুৰ শ্বেখৰ মহানগৰীৰ মাজ মজিয়াত কু-কাণ্ড। আগশাৰীৰ শিক্ষানুষ্ঠানত অধ্যায়নৰত ছাত্ৰীৰ জীৱন শেষ কৰিলে লম্পটোৱে।

পোষ্ট টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ ৰায় দিবলৈ সক্ষম হয়

অসমক বাংলাদেশ বনোৱাৰ কি ভয়ংকৰ ষড়যন্ত্ৰ

🙏🙏 জাগো হিন্দু জাগো 🙏🙏

🙏 জাগিলে হিন্দু বাছিব দেশ নহলে হব বাংলাদেশ 🙏
সমগ্র হিন্দু সমাজে এই পোস্ট টো এবাৰ শেয়াৰ কৰি দিয়ক

পোষ্ট টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ ৰায় দিবলৈ সক্ষম হয়

#পোষ্ট_টো_Groupত_শ্বেয়াৰ_কৰিব


সুভেন্দু অধিকাৰীৰ মাষ্টাৰষ্ট্ৰোক: প্ৰথম কেবিনেটতে বাংলাদেশ সীমান্ত ছীল কৰাৰ ঐতিহাসিক সিদ্ধান্ত!৪৫ দিনৰ ডেডলাইন! বাংলাদেশ...
14/05/2026

সুভেন্দু অধিকাৰীৰ মাষ্টাৰষ্ট্ৰোক: প্ৰথম কেবিনেটতে বাংলাদেশ সীমান্ত ছীল কৰাৰ ঐতিহাসিক সিদ্ধান্ত!৪৫ দিনৰ ডেডলাইন! বাংলাদেশ সীমান্তত কাঁটাতাৰৰ বেৰ দিবলৈ বিএছএফলৈ ৬০০ একৰ ভূমি!চৌদিশে খলকনি: ক্ষমতা লৈয়েই বাংলাদেশ সীমান্ত সুৰক্ষাৰ বাবে ৰুদ্ৰমূৰ্তি ধৰিলে নৱনিৰ্বাচিত চৰকাৰে!ডাঙৰ খবৰ: বাংলাদেশ সীমান্তত বহিব কাঁটাতাৰ, মুখ্য সচিবলৈ সুভেন্দু অধিকাৰীৰ কঠোৰ নিৰ্দেশ! একশ্বন মোডত সুভেন্দু চৰকাৰ: প্ৰথমখন কেবিনেটতে বাংলাদেশ সীমান্ত সুৰক্ষিত কৰাৰ মেগা প্লাইনিং!

পোষ্ট টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ ৰায় দিবলৈ সক্ষম হয়

অসমক বাংলাদেশ বনোৱাৰ কি ভয়ংকৰ ষড়যন্ত্ৰ

🙏🙏 জাগো হিন্দু জাগো 🙏🙏

🙏 জাগিলে হিন্দু বাছিব দেশ নহলে হব বাংলাদেশ 🙏
সমগ্র হিন্দু সমাজে এই পোস্ট টো এবাৰ শেয়াৰ কৰি দিয়ক

14/05/2026

পোষ্ট টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ ৰায় দিবলৈ সক্ষম হয়

অসমক বাংলাদেশ বনোৱাৰ কি ভয়ংকৰ ষড়যন্ত্ৰ

🙏🙏 জাগো হিন্দু জাগো 🙏🙏

🙏 জাগিলে হিন্দু বাছিব দেশ নহলে হব বাংলাদেশ 🙏
সমগ্র হিন্দু সমাজে এই পোস্ট টো এবাৰ শেয়াৰ কৰি দিয়ক

13/05/2026

💕 সময় থাকিলে পোষ্ট টো শ্বেয়াৰ কৰিব 💕

শিৱ ভক্ত সকলে পোষ্ট টো দেখা মাত্ৰ শ্বেয়াৰ কৰিব 🙏🙏🙏ভক্ত সকলৰ মনৰ আশা পূৰণ হওঁক তাৰেই কামনা কৰিলোঁ 💕 💕 💕 Har Har Mahadev ...
13/05/2026

শিৱ ভক্ত সকলে পোষ্ট টো দেখা মাত্ৰ শ্বেয়াৰ কৰিব 🙏🙏🙏
ভক্ত সকলৰ মনৰ আশা পূৰণ হওঁক তাৰেই কামনা কৰিলোঁ
💕 💕 💕 Har Har Mahadev 💕 💕 💕

💕💕 জয় শিৱ শংকৰ বাবা ভোলানাথ 💕💕
💕💕💕💕 মহাদেৱৰ নামৰ মহিমা 💕💕💕💕

অতিদেৱ
অদ্ৰিনাথ
অদ্ৰীশ
অনংগাৰি
অম্বিকানাথ
আশুতোষ
ইন্দু মৌলী
ইন্দুভূষণ
ইন্দুশেষৰ
ঈশান
উমানাথ
উমানন্দ
উমাপতি
উমেশ
উৰগভূষণ
একনাথ
কাশীনাথ
কাশীপতি
কাশীশ
কাশীশ্বৰ
কেদাৰনাথ
কৈলাসনাথ
কৈলাসপতি
কৃতজ্বৰ
কৃত্তিৱাস
কন্দুকেশ্বৰ
খণ্ডপৰশু
গংগাধৰ
গিৰিজাকান্ত
গিৰীশ
গৌৰীনাথ
গৌৰীশ্বৰ
গুড়াকেশ
চেকিতান
চন্দ্ৰিল
চন্দ্ৰচূড়
চন্দ্ৰমৌলী
চন্দ্ৰশেখৰ
জটাধাৰী
জটাধৰ্
জটীয়া
জ্বালী
জল্পেশ্বৰ
যোগীন্দ্ৰ
যোগেশ
যোগেশ্বৰ
ডম্বৰুধৰ
তাৰকেশ্বৰ
তাৰকনাথ
ত্ৰিনাথ
ত্ৰিনেত্ৰ
ত্ৰিনয়ন
ত্ৰিপুৰঘ্ন
ত্ৰিলোচন
ত্ৰিশূলী
ত্ৰিশূলধাৰী
ত্ৰ্যম্বক
দিগম্বৰ
দেৱাদিদেৱ
দেৱেশ
দুৰ্গাধীশ
দুৰ্গাপতি
দুৰ্গেশ
দুৰ্গেশ্বৰ
ধূৰ্জ্জটি
ধূৰ্জটি
ধূৰ্জতি
নকুল
নীলকন্ঠ
নীলগ্ৰীৱ
নটেশ্বৰ
নটৰাজ
নটশেখৰ
নন্দ্যেশ্বৰ
পিনাকী
পিনাকপাণি
পঞ্চানন
পুৰঞ্জয়
পুৰভিদ
প্ৰমথেশ
পুৰমথন
প্ৰমথনাথ
পুৰুহৰ
পশুপতি
ফণীধৰ
ফণীভূষণ
বাণেশ্বৰ
বিভূতিভূষণ
বিৰূপাক্ষ
বিল্বেশ্বৰ
বিশ্বেশ্বৰ
বিশ্বনাথ
বীৰেশ্বৰ
বৈদ্যনাথ
ব্যোমকেশ
বলিয়া-গোসাঁই
বৃষধ্বজ
বৃষভবাহন
বহিৰেতা
বহ্নিৰেতাঃ
ভৃংগেশ্বৰ
ভগনেত্ৰ
ভৈৰৱ
ভোলানাথ
ভূতনাথ
ভূতভাৱন
ভূদেৱ
ভৱানীকান্ত
ভৱানীপতি
ভৱেশ
ভুৱনেশ্বৰ
মৃগাংকশেখৰ
মৃগাঙ্কমৌলি
মৃগাঙ্কশেখৰ
মাৰজিৎ
মৃত্যুঞ্জয়
মহাদেৱ
মহানট
মহেশ
মহেশ্বৰ
ৰামেশ্বৰ
ৰুদ্ৰ
শংকৰ
শিৱ
শেখৰ
শম্ভুনাথ
শ্ৰীকন্ঠ
শৰ্ব
শূলী
শূলপাণি
শশীভূষণ
সিদ্ধদেৱ
সোমেশ্বৰ
সোমনাথ
সতীন্দ্ৰ
সতীপতি
সতীশ
সদাশিৱ
স্মৰজিৎ
হিংগুলেশ্বৰ
হৰ

#ভক্ত সকলে শ্বেয়াৰ কৰিব পাৰে🙏



পোষ্ট টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নিজৰ ৰায় দিবলৈ সক্ষম হয়

🚩🚩 Jay Sri Ram 🚩🚩
♥️♥️ জয় আই অসম ♥️♥️
🙏🙏 Vande Mataram 🙏🙏

#পোষ্ট_টো_Groupত_শ্বেয়াৰ_কৰিব


Address

Dispur

Website

Alerts

Be the first to know and let us send you an email when We Support Hindu Rastra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share