14/02/2026
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাই ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি DAV বিদ্যালৰ বাহিৰত আমি বেনাৰ এখন লগাইছিলোঁ। নিকৃষ্ট মানসিকতাৰে আমাৰ বেনাৰ খন ফালি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদযালয়ৰ বেনাৰ খন বিদ্যালয়ৰ বাহিৰত লগাই থোৱা হৈছিল আৰু আমাৰ বেনাৰ খন ৰাস্তাৰ কাষত পেলাই থৈ দিছিল।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ এনে মানসিকতাৰ কাৰণে আমি আপোনালোকক তীব্ৰ গৰিহণা দিছোঁ।
Utpal Sarma
Shorjun Hanse- চৰ্জুন হাঞ্চে