Mech Kachari Students Union Dibrugarh District

Mech Kachari Students Union Dibrugarh District Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mech Kachari Students Union Dibrugarh District, Community Center, Bongal Gaon P.O Banipur Dibrugarh Assam 786003, Dibrugarh.

আজি শিৱসাগৰ হাৰিপাৰা মেচ গাওঁত অৱস্থিত মেচ ভৱনত মেচ জনগোষ্ঠীৰ মেচ মহাসভা , মেচ জাতীয় পৰিষদ, মেচ যুৱ পৰিষদ, মেচ মহিলা পৰি...
11/01/2026

আজি শিৱসাগৰ হাৰিপাৰা মেচ গাওঁত অৱস্থিত মেচ ভৱনত মেচ জনগোষ্ঠীৰ মেচ মহাসভা , মেচ জাতীয় পৰিষদ, মেচ যুৱ পৰিষদ, মেচ মহিলা পৰিষদ , সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাৰ আটাইকেইটা সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ এক উমৈহতীয়া চিন্তন বৈঠক সভা অনুষ্ঠিত হয়। লগতে আগন্তুক দিনত জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত কেইবাটাও প্ৰস্তাৱ লোৱা হয় আৰু এই সভাত মেচ জনগোষ্ঠীৰ সমন্বয়ৰক্ষী সমিতিৰ ১৫ জনীয়া আহ্বায়ক মণ্ডলী গঠন কৰা হয় ৷
সভাত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জুবিন মেচ আৰু ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক সুদীপ্ত মেচ উপস্থিত থাকে ৷ লগতে অনাগত দিনত ছাত্ৰ সন্থাই জনগোষ্ঠী টোৰ উত্তৰণৰ ক্ষেত্ৰত পুৰ্ণ সমৰ্থন থাকিব বুলি সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

07/01/2026

Address

Bongal Gaon P.O Banipur Dibrugarh Assam 786003
Dibrugarh
786003

Website

Alerts

Be the first to know and let us send you an email when Mech Kachari Students Union Dibrugarh District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share