All Assam Bengali Youth Students Federation Dibrugarh District committee

  • Home
  • India
  • Dibrugarh
  • All Assam Bengali Youth Students Federation Dibrugarh District committee

All Assam Bengali Youth Students Federation Dibrugarh District committee Young Energetic youths dedicated to serve the society to boost an eternal relations among all the community of our Motherland..."জয় আই অসম"

29/12/2025
যোৱা 28-12-2025 দেওবাৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত এক সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ কিছুমান ফটো। ゚
29/12/2025

যোৱা 28-12-2025 দেওবাৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত এক সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ কিছুমান ফটো।

゚

যোৱা কালি বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন স...
10/12/2025

যোৱা কালি বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি মাননীয় দীপক দে মহোদয়ে দেশমাতৃক সেৱা কৰাৰ উদ্দেশ্যে যোগদান কৰিলে। আমিও অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰায় ৩০০(তিনি) শতাধিক লোকে উপস্থিত থাকি উৎসাহিত কৰো আৰু দিপক দাৰ উজ্জ্বল ভৱিষ্যত কামনাৰ লগতে তেখেতৰ ৰাজনৈতিক জীৱনত সাফল্য কামনা কৰিলো।

Address

Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when All Assam Bengali Youth Students Federation Dibrugarh District committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share