PUHOR

PUHOR Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from PUHOR, Non-Governmental Organization (NGO), Dibrugarh.

Flood relief drive at Sibsagarh
04/08/2026

Flood relief drive at Sibsagarh

24/07/2026
ইং ২১ জুন, ২০২৬ দেওবাৰ তাৰিখে অগ্নিভ ফাওনদেচন (পোহৰ) ডিব্ৰুগড় জিলাৰ নিম্নলিখিত পঞ্চায়তত উপস্থিত হয়!  আগন্তুক মেট্ৰিক ...
23/06/2026

ইং ২১ জুন, ২০২৬ দেওবাৰ তাৰিখে অগ্নিভ ফাওনদেচন (পোহৰ) ডিব্ৰুগড় জিলাৰ নিম্নলিখিত পঞ্চায়তত উপস্থিত হয়!

আগন্তুক মেট্ৰিক পৰীক্ষা প্ৰশিক্ষাৰ্থী, (৬ জন ছাত্ৰ-ছাত্ৰীক)গোটেই বছৰটো কাৰণে বিনামূলীয়া বহী যোগান ধৰা হ'ল|

হালধীবাৰী গাঁও পঞ্চায়ত
1. Madhuri Bora

ধেমেইচি গাঁও পঞ্চায়ত
1. Tanmoy Baruah
2. Joydeep Chetia
3. Kahuwa Buragohain
4. Priyanka Baruah

নাহৰণী গাঁও পঞ্চায়ত
1. Monalisa Gogoi

আজি ইং ১৫/৬/২০২৬ তাৰিখে অগ্নিভ ফাওনদেচন (পোহৰ) ধেমেচি গাঁও পঞ্চায়ত অন্তগৰ্ত জুনমনি চেতিয়া ঘৰত গৈ উপস্থিত হও!তেওঁ এগৰাক...
15/06/2026

আজি ইং ১৫/৬/২০২৬ তাৰিখে অগ্নিভ ফাওনদেচন (পোহৰ) ধেমেচি গাঁও পঞ্চায়ত অন্তগৰ্ত জুনমনি চেতিয়া ঘৰত গৈ উপস্থিত হও!

তেওঁ এগৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষা পৰিক্ষাৰ্থী হয়!

তেওঁ আমাক জনাই যে তেওঁৰ ঘৰত পায় লাইন নাথাকে সেয়েহে পঢ়া অসুবিধা পায় আহিছিলl তেওঁ ইতিমধ্যে আমাক কৰা অনুৰোধ মৰমে তেওঁক এটা ৰিচাৰ্জেবল এলইডি বাল্ব প্ৰদান কৰা হয়l

আজি ইং ১৪ জুন, ২০২৬ দেওবাৰ অগ্নিভ ফাওনদেচন (পোহৰ) নিম্নলিখিত পঞ্চায়তত উপস্থিত হয়! আগন্তুক মেট্ৰিক পৰীক্ষা প্ৰশিক্ষাৰ্থ...
14/06/2026

আজি ইং ১৪ জুন, ২০২৬ দেওবাৰ অগ্নিভ ফাওনদেচন (পোহৰ) নিম্নলিখিত পঞ্চায়তত উপস্থিত হয়!

আগন্তুক মেট্ৰিক পৰীক্ষা প্ৰশিক্ষাৰ্থী, (১৫ জন ছাত্ৰ-ছাত্ৰীক) গোটেই বছৰটো কাৰণে বিনামূলীয়া বহী যোগান ধৰা হ'ল|

*হালধীবাৰী গাঁও পঞ্চায়ত*
1. Biki Choudhary
2. Kalyan Dutta
3. Palash Dutta
4. Anupam Borah
5. Jutika Melli
6. Sikhamoni Changmai

*ধেমেইচি গাঁও পঞ্চায়ত*
1. Sukanya Buragohain
2. Krishna Kishore Borah
3. Sanjib Bhuyan
4. Sudarshana Priyajeeta Hazarika
5. Rahul Bora
6. Junmoni Chetia
7. Mrinmoy Baruah
8. Kashyab Baruah
9. Gitartha Baruah

ইং ৩০/৫/২০২৬ তাৰিখে অগ্নিভ ফাওনদেচন (পোহৰ) হৈ নাহৰণি গাওঁ পঞ্চায়ত অন্তৰ্গত *নিতুমণি গগৈ* ঘৰত গৈ উপস্থিত হওঁ!  তেওঁ আমাক...
31/05/2026

ইং ৩০/৫/২০২৬ তাৰিখে অগ্নিভ ফাওনদেচন (পোহৰ) হৈ নাহৰণি গাওঁ পঞ্চায়ত অন্তৰ্গত *নিতুমণি গগৈ* ঘৰত গৈ উপস্থিত হওঁ!

তেওঁ আমাক আগতে জনোৱা অনুসৰি অহা মাহৰ ৩০ তাৰিখে তেওঁ গোৱালৈ (Goa) *ৰাষ্ট্ৰীয় খেলত* অংশগ্ৰহন কৰিবলৈ যাব আৰু তেওঁ অহা যোৱাৰ ৰেলৰ টিকটতো অগ্নিভ ফাওনদেচন (পোহৰ )হৈ দিয়া কথা আছিল !

সেয়েহে আজি অগ্নিভ ফাওনদেচন (পোহৰ) হৈ এক কালীন সাহায্য আগবঢ়াই আহো !

আজি ইং ২৫/৫/২০২৬ তাৰিখে অগ্নিভ ফাওনদেচন (পোহৰ) হালধীবাৰী গাঁও পঞ্চায়তস্থিত বিকি চৌধুৰী ঘৰত গৈ উপস্থিত হয়!বিকি চৌধুৰী আ...
25/05/2026

আজি ইং ২৫/৫/২০২৬ তাৰিখে অগ্নিভ ফাওনদেচন (পোহৰ) হালধীবাৰী গাঁও পঞ্চায়তস্থিত বিকি চৌধুৰী ঘৰত গৈ উপস্থিত হয়!

বিকি চৌধুৰী আগন্তুক মেট্ৰিক পৰীক্ষা প্ৰশিক্ষাৰ্থী, হৈয়ে তেওঁক গোটেই বছৰটো কাৰণে বিনামূলীয়া বহী যোগান ধৰা প্ৰতিশ্ৰুতি দিয়া হয়!

তেওঁ আমাক জনাই যে তেওঁৰ ঘৰত পায় লাইন নাথাকে, সেয়েহে পঢ়া অসুবিধা পায় আহিছিলl তেওঁ আমাক কৰা অনুৰোধ মৰমে তেওঁক এটা ৰিচাৰ্জেবল এলইডি বাল্ব প্ৰদান কৰা হয়l

Address

Dibrugarh
781006

Website

Alerts

Be the first to know and let us send you an email when PUHOR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share