Shalmari Dighalia Yuva Sangha

Shalmari Dighalia Yuva Sangha A social club located in Dibrugarh district of the upper Assam for the social, cultural, environment

শালমাৰী-দীঘলীয়া যুৱ সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰে মহীয়ান এক ৰাজহুৱা প্ৰতিষ্ঠান ৷ শালমাৰী-দীঘলীয়া যুৱ সংঘই ১৯৮৯ চনত জন্ম লাভ কৰে৷ প্ৰতিষ্ঠাকালৰে পৰা সংঘটোৱে বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্ম, হস্ত-শিল্প, শিক্ষা, সংগীত, সুকুমাৰ কলা, বিনামুলীয়া স্বাস্হ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপণ, ৰাষ্টা-ঘাট নিৰ্মাণকে আদি কৰি বিভিন্ন আঁচনি ৰূপায়নৰ জৰিয়তে টিংখাং সমষ্টি তথা সমগ্

ৰ ডিব্ৰুগড় জিলাতে সমাজ সেৱাৰ নিদৰ্শন দাঙি ধৰি আহিছে৷ ২০১২ চনত সংঘটোৱে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰে ৷

Address

Shalmari Dighalia, Tingkhong
Dibrugarh
786610

Alerts

Be the first to know and let us send you an email when Shalmari Dighalia Yuva Sangha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Shalmari Dighalia Yuva Sangha:

Share