Assam Chah Mazdoor Sangha

Assam Chah Mazdoor Sangha The ACMS (Central Office) Dibrugarh is the registered body under the Indian Trade Union Act. The ACMS Central Office Dibrugarh has 22 (Twenty Two) Branches

This is one of the largest & recognised Union for Tea Garden workers in Assam

সমূহ অসমবাসী ৰাইজলৈ বাপতিসাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মেজিৰ জুয়ে নাশ কৰক সকলো অপায়-অমংগল। ভোগালীৰ...
14/01/2025

সমূহ অসমবাসী ৰাইজলৈ বাপতিসাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

মেজিৰ জুয়ে নাশ কৰক সকলো অপায়-অমংগল। ভোগালীৰ উলাহত ম্লান পৰক নেতিবাচকতাৰ কলীয়া ডাৱৰ।

 #জনজাতীয়_গৌৰৱ_দিৱসভাৰতৰ স্বাধীনতা সংগ্ৰামী, জনজাতীয় জননায়ক বীৰ বিৰচা মুণ্ডা দেৱৰ জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
15/11/2024

#জনজাতীয়_গৌৰৱ_দিৱস
ভাৰতৰ স্বাধীনতা সংগ্ৰামী, জনজাতীয় জননায়ক বীৰ বিৰচা মুণ্ডা দেৱৰ জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

সকলোলৈ কালী পূজাৰ শুভেচ্ছা যাচিলোঁ। মাৰ আগমনে অশুভ শক্তি বিনাশ আৰু শুভ শক্তিৰ বিকাশ কৰি সকলোৰে জীৱন মঙ্গলময় কৰি তোলক।
31/10/2024

সকলোলৈ কালী পূজাৰ শুভেচ্ছা যাচিলোঁ। মাৰ আগমনে অশুভ শক্তি বিনাশ আৰু শুভ শক্তিৰ বিকাশ কৰি সকলোৰে জীৱন মঙ্গলময় কৰি তোলক।

পোহৰৰ উৎসৱ দীপাৱলীৰ পৱিত্ৰ ক্ষণত সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। দীপাৱলীৰ আলোকে সকলোৰে মন- প্ৰাণ আলোকিত কৰি...
31/10/2024

পোহৰৰ উৎসৱ দীপাৱলীৰ পৱিত্ৰ ক্ষণত সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। দীপাৱলীৰ আলোকে সকলোৰে মন- প্ৰাণ আলোকিত কৰি সুখ, শান্তি আৰু সমৃদ্ধি বৃদ্ধি কৰক তাৰেই কামনা কৰিলোঁ।

16/10/2024

লক্ষ্মী পূজাৰ এই পৱিত্র ক্ষণত সমূহ অসমবাসীক আন্তৰিক শুভেচ্ছা জনালোঁ। আই লক্ষ্মীৰ আশীৰ্বাদত অসমখন ধনে-ধানে পৰিপূৰ্ণ হৈ উঠক আৰু প্ৰতিটো পৰিয়াল সুখ-সমৃদ্ধিৰে উপচি পৰক, তাৰেই কামনা কৰিলোঁ।

14/10/2024
"যা দেৱী সর্বভূতেষু শক্তিৰূপেন সংস্থিতানমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।"শক্তিৰূপিনী মা দূর্গাৰ আৰ্শীবাদত সকলো দুখ...
09/10/2024

"যা দেৱী সর্বভূতেষু শক্তিৰূপেন সংস্থিতা
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।"

শক্তিৰূপিনী মা দূর্গাৰ আৰ্শীবাদত সকলো দুখ দুৰ্গতি, অপায়-অমংগল নাশ হৈ সকলোৰে জীৱন সুখ, শান্তিৰে উপচি পৰক তাৰেই কামনাৰে আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰপীতবস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ।কমললোচন চাৰু অৰুণ অধৰ।। সমূহ অসম...
26/08/2024

কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ
পীতবস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ।
কমললোচন চাৰু অৰুণ অধৰ।।

সমূহ অসমবাসী ৰাইজলৈ ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ। লগতে সকলোৰে মংগল কামনাৰে প্ৰভুৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ।

স্বাধীনতা দিৱসৰ গৌৰৱোজ্জ্বল ক্ষণত, দেশৰ বাবে শ্বহীদ হোৱা আৰু সৰ্বস্ব ত্যাগ কৰা সেই মহান মুক্তিযোদ্ধাসকললৈ  গভীৰ শ্ৰদ্ধাঞ...
15/08/2024

স্বাধীনতা দিৱসৰ গৌৰৱোজ্জ্বল ক্ষণত, দেশৰ বাবে শ্বহীদ হোৱা আৰু সৰ্বস্ব ত্যাগ কৰা সেই মহান মুক্তিযোদ্ধাসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

দেশবাসীলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ! আমাৰ জাতিটো সদায় বিশ্বৰ দৰবাৰত জিলিকি থাকক আৰু ঐক্য আৰু গৌৰৱেৰে নেতৃত্ব দি যাওক।
আপোনালোকৰ স্বাধীন মনোভাৱে সদায় আনন্দ আৰু সফলতা কঢ়িয়াই আনক।

Address

Jibon Phukon Nagar
Dibrugarh
786003

Opening Hours

Monday 10am - 4pm
Tuesday 10am - 4pm
Wednesday 10am - 4pm
Thursday 10am - 4pm
Friday 10am - 4pm
Saturday 10am - 1:30pm

Telephone

03732319199

Alerts

Be the first to know and let us send you an email when Assam Chah Mazdoor Sangha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assam Chah Mazdoor Sangha:

Share