মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas

  • Home
  • India
  • Dibrugarh
  • মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas

মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas, Community Service, Dibrugarh University Campus, Dibrugarh.

17/09/2025

'মফি' পৰিয়ালে সজাই-পৰাই নাহৰবাসীৰ হৈ কাম কৰিবৰ বাবে উলিয়াই পঠিওৱা আশিস ভূষণ গগৈক নাহৰবাসীৰ আশীৰ্বাদ আৰু সহযোগিতাৰ একান্তই প্ৰয়োজন । মফিৰ এজন আৱাসী হিচাপে আশিসলৈ সহ:আৱাসীসকলৰ শুভেচ্ছা বাৰ্তা…

জয়তু মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas
জয়তু ডিব্ৰুগড় বিশ্ববিদ্যালয় ।।

সকলোৰে সহযোগিতা-আশীৰ্বাদ কামনা কৰিলোঁ …
17/09/2025

সকলোৰে সহযোগিতা-আশীৰ্বাদ কামনা কৰিলোঁ …

17/09/2025

এজাক সম্ভাৱনাময় তৰুণ … আগবাঢ়ি আহিছে নেতৃত্ব ল'বলৈ ! অলেখ শুভকামনা !

17/09/2025

নাহৰবাসীৰ হকে কাম কৰাৰ পণ লৈ
সভাপতি পদত এইবাৰ আশিস ভূষণ গগৈ

সকলোৰে সহায়-সহযোগিতা, আশীৰ্বাদ, দিহা-পৰামৰ্শ আন্তৰিকতাৰে বিচাৰিলোঁ ।

জয়তু ডিব্ৰুগড় বিশ্ববিদ্যালয় ।।
মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas

সকলোৰে সহায়-সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ…মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Niv...
17/09/2025

সকলোৰে সহায়-সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ…

মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas

13/09/2025

ঐক্য আৰু প্ৰগতি । মফি । মফি ।।

#মফিয়ান ❤️

মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas

13/09/2025

সভাপতি পদত আশীষ ভূষণ
উফৰিব দমন-শোষণ …

স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত প্ৰাৰ্থীত্ব আগবঢ়োৱা আশীষ ভূষণ গগৈলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

08/09/2025

ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ পবিত্ৰ ক্ষণত আমাৰ আৱাসৰ দুজন আৱাসীয়ে তেখেতৰ এটি গীতৰ জৰিয়তে শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰে ।

মহান শিল্পীজনাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।

মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas

31/08/2025

'জ্ঞানমালিনীৰ সুবাস' | ৩০ আগষ্ট

মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas ৰ আৱাসীসকলৰ দ্বাৰা 'জ্ঞানমালিনীৰ কবি' মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্মবাৰ্ষিকীত আৱাসত অন্তৰংগ আলাপৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ভাগত আৱাসীসকলে বিশ্ববিদ্যালয় প্ৰাঙ্গণত চাফাই অভিযান কাৰ্যসূচী গ্ৰহণ কৰে ।

ঐক্য আৰু প্ৰগতি ! মফি । মফি ।।

অসমীয়া সাহিত্যৰ 'জোনাকী যুগ'ৰ এগৰাকী অন্যতম কবি,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, 'জ্ঞানমালিনীৰ কবি' ৰূপে খ্যাত মফিজুদ্দ...
30/08/2025

অসমীয়া সাহিত্যৰ 'জোনাকী যুগ'ৰ এগৰাকী অন্যতম কবি,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, 'জ্ঞানমালিনীৰ কবি' ৰূপে খ্যাত মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্মবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।

22/08/2025

প্ৰত্যাশা শীৰ্ষক অনুষ্ঠানত মফিৰ আৱাসী নৱৰঞ্জনৰ গীত পৰিৱেশন …

#মফিয়ান

মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas

প্ৰাক্তন মফিয়ান তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰয়াত ঋতুৰাজ গগৈৰ মৃত আত্মাৰ চিৰশান্তি কামনাৰে হোষ্টেলৰ পৰিয়...
14/08/2025

প্ৰাক্তন মফিয়ান তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰয়াত ঋতুৰাজ গগৈৰ মৃত আত্মাৰ চিৰশান্তি কামনাৰে হোষ্টেলৰ পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মফিৰ অধীক্ষক মন্টু বড়ো ডাঙৰীয়া, প্ৰাক্তন আৱাসী তথা আবাসৰ বৰ্তমানৰ আবাসীসকল উপস্থিত থাকে ।

#মফিয়ান #শ্ৰদ্ধাঞ্জলি

মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas

Address

Dibrugarh University Campus
Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস Mafizuddin Ahmed Hazarika Chatra Nivas posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share