AASAA, Dibrugarh District Committee ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থা

  • Home
  • India
  • Dibrugarh
  • AASAA, Dibrugarh District Committee ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থা

AASAA, Dibrugarh District Committee ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থা AASAA a Adivasi Community Organization. Tea workers and village living Adivasi people s many more problems solve and awareness program...

With Godwin Hemrom – I just got recognized as one of their top fans! 🎉
25/03/2026

With Godwin Hemrom – I just got recognized as one of their top fans! 🎉

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আদিবাসী সকলৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত গুৱাহাটীত লোৱা অ...
07/02/2026

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আদিবাসী সকলৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত গুৱাহাটীত লোৱা অৱস্থান ধৰ্মঘটৰ কিছু দৃশ্য

আছা ডিব্ৰুগড় জিলাৰ আতিথ্যত অনুষ্ঠিত হবলগীয়া ২১ সংখ্যক আদিবাসী মহাসভাৰ প্ৰস্তুতি তুংগত। সকলো ৰাইজৰ উপস্থিতি, সহায় সহযো...
04/01/2026

আছা ডিব্ৰুগড় জিলাৰ আতিথ্যত অনুষ্ঠিত হবলগীয়া ২১ সংখ্যক আদিবাসী মহাসভাৰ প্ৰস্তুতি তুংগত। সকলো ৰাইজৰ উপস্থিতি, সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল।

04/01/2026

আছা ডিব্ৰুগড় জিলাৰ আতিথ্যত অনুষ্ঠিত হবলগীয়া আদিবাসী মহাসভাৰ প্ৰস্তুতি তুংগত ।

আদীবাসীৰ আদৰ্শ সাহস ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তীত সকলোলৈকে শুভেচ্ছা জনালোঁ ।
15/11/2025

আদীবাসীৰ আদৰ্শ সাহস ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তীত সকলোলৈকে শুভেচ্ছা জনালোঁ ।



13/11/2025

ধনশিৰী কোম্পানীৰ হাতীজান চাহ বাগিছাৰ পৰিচালক ৰাকেশ কুমাৰ শিং ৰ বিৰূদ্ধে ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া।

゚viralシfypシ゚viralシ

যোৱা কালি আৰু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকত বিশাল গণ সমাবেশৰ প্ৰচাৰ ও প্...
12/10/2025

যোৱা কালি আৰু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকত বিশাল গণ সমাবেশৰ প্ৰচাৰ ও প্ৰস্তুতিৰ কিছু দৃশ্য।



10/10/2025

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকৰ চাহ বাগিচাত আগন্তুক ১৩ অক্টোবৰত অনুষ্ঠিত হবলগীয়া বিশাল গণ সমাবেশৰ প্ৰচাৰ চলোৱা হয়। জাইত কেৰ খাতিৰ চল যাব ডিব্ৰুগড়।
সকলোকে দলে বলে বিশাল গণ সমাবেশত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।



゚viralシfypシ゚viral

Address

Dibrugarh
786602

Alerts

Be the first to know and let us send you an email when AASAA, Dibrugarh District Committee ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to AASAA, Dibrugarh District Committee ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থা:

Share