AAGSU Dibrugarh district committee

AAGSU Dibrugarh district committee Official Page Of
All Assam Gorkha Students' Unon (AAGSU)
Dibrugarh District Committee.

30/10/2025

সুন্দৰ অনুষ্ঠান

जम्मै जातिप्रेमी महानुभावहरुको उपस्थिति कामना गरियो।Dipu Ghixing Ratna Thapa - ৰত্ন থাপা AAGSU Dibrugarh district commit...
30/10/2025

जम्मै जातिप्रेमी महानुभावहरुको उपस्थिति कामना गरियो।
Dipu Ghixing Ratna Thapa - ৰত্ন থাপা
AAGSU Dibrugarh district committee AAGSU Duliajan Regional Committee AAGSU Dibrugarh University Unit Gorkha Nari Parishad, Duliajan Regional Committee

25/10/2025

विशेष सुचना
आगामी 26 अक्टोबरको साटो 02 नभेम्बर 2025 (आईतबार)मा अनुष्ठित हुने छ अखिल असम गोर्खा छात्र संघ डिब्रुगड़ जिल्ला समितिको आह्वानमा "बौद्धिक चिन्तन मन्थन अनुष्ठान"।
सम्पूर्णमा अखिल असम गोर्खा छात्र संघ डिब्रुगड़ जिल्ला समिति तर्फबाट संग्रामी अभिवादन टक्र्याउँदछौं। यहाँ -यहाँहरूलाई यस संदेश मार्फत अवगत गराउनु चाहान्छौ कि, अखिल असम गोर्खा छात्र संघ डिब्रुगड़ जिल्ला समितिको आह्वानमा अनुष्ठित हुने "बौद्धिक चिन्तन-मन्थन अनुष्ठान" विशेष सांगठनिक असुविधाले गर्दा आगामी 26 अक्टोबरको साटो 02 नभेम्बर 2025 तारिख (आईतबार) को दिन अनुष्ठित गर्ने निर्णय भएको छ। र पुर्व निर्धारित समय र स्थानमा उक्त कार्यक्रम अनुष्ठित हुने छ।
धन्यवाद ___

रत्न थापा दिपु घिसिङ
सभापति मुलसचिव
आग्सु डिब्रुगड़ जिल्ला समिति

24/10/2025

গোৰ্খা জনগোষ্ঠীৰ স্বাভিমান শ্ৰীযুত সুনীল ছেত্ৰী ডাঙৰীয়া।

সকলোৰে সুদিহা-পৰামৰ্শ, সহায়-সহযোগিতা আৰু উপস্থিতিৰ আন্তৰিকতাৰে কামনা কৰিলোঁ।Ratna Thapa Dipu GhixingAAGSU Dibrugarh dis...
22/10/2025

সকলোৰে সুদিহা-পৰামৰ্শ, সহায়-সহযোগিতা আৰু উপস্থিতিৰ আন্তৰিকতাৰে কামনা কৰিলোঁ।
Ratna Thapa Dipu Ghixing
AAGSU Dibrugarh district committee

উচিত তদন্তৰ দাবী জনালোঁ
19/10/2025

উচিত তদন্তৰ দাবী জনালোঁ

ান্তি
যোৱা ১৭ অক্টোবৰ ২০২৫ তাৰিখে দুলীয়াজানৰ বৰপথাৰ নিবাসী সমাজকৰ্মী শ্ৰীযুত অমৃত লামাৰ জেষ্ঠপুত্ৰ তথা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL)ৰ অগ্নিনিৰ্বাপক বিভাগৰ কৰ্মচাৰী শীতল লামা (বিকী)ই প্ৰতিষ্ঠানটোৰ লাকুৱা প্ৰকল্পত কৰ্তব্যৰত অৱস্থাত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয়।
তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতিৰ কামনা কৰিলোঁ।
অমায়িক আৰু সুঠাম যুৱকজনৰ এনেদৰে আকস্মিক মৃত্যু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে সহজভাৱে লব পৰা নাই। কাৰ গাফিলতি আৰু হেমাহিৰ বাবে প্ৰচুৰ সম্ভাৱনাময় যুৱকজনক এনেদৰে হেৰুৱাব লগা হল ইয়াৰ এক উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰিবলৈ আমি জিলা প্ৰশাসনক দাবী জনালোঁ। অন্যথা কিন্তু বিচিপিএলৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হব।
ান্তি



AAGSU Dibrugarh University Unit AAGSU Dibrugarh district committee AAGSU Duliajan Regional Committee Gorkha Nari Parishad, Duliajan Regional Committee All Assam Gorkha Students' Union

17/10/2025

বীৰত্ব কাক দেখুৱাব লাগিছিল দেখুৱাইছে কাক?
গৰিহণা দিছোঁ।

  আমাক ন্যায় লাগিবই।
16/10/2025


আমাক ন্যায় লাগিবই।

14/10/2025
11/10/2025

আগ্‌ছুৰ খোৱাং আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

একতাই আমাৰ শক্তি।জয় গোৰ্খা, জয় আই অসম।।
07/10/2025

একতাই আমাৰ শক্তি।
জয় গোৰ্খা, জয় আই অসম।।

Address

Running Gate
Dibrugarh

Telephone

+918133037107

Website

Alerts

Be the first to know and let us send you an email when AAGSU Dibrugarh district committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share