19/07/2026
সদৌ অসম ছাত্ৰ সন্থা আৰু ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ আহ্বানত ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থা সমূহে অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাৰ দৃশ্য।
-
All Assam Students' Union - AASU