20/04/2026
ধুবুৰী জিলাৰ অনুসূচিত জাতিৰ ছাত্ৰ সন্থা অতি কম দিনৰ ভিতৰত নতুনকৈ গঠন কৰা হব। গতিকে যদি কোনোবা ইচ্ছুক যুৱক- যুৱতীয়ে এই সংগঠনৰ মজিয়াৰ পৰা কাম কৰিব বিচাৰে তেতিয়াহলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব।
ধন্যবাদ। ।
যোগাযোগ নম্বৰ
9678821024
9567230692