সদৌ ধুবুৰী জিলা ছাত্র সন্থা

  • Home
  • India
  • Dhuburi
  • সদৌ ধুবুৰী জিলা ছাত্র সন্থা

সদৌ ধুবুৰী জিলা ছাত্র সন্থা জয় আই অসম

ALL ASSAM STUDENT's UNION

‘প্ৰত‍্যাশা ২.০’UPSC পৰীক্ষাত অৱতীৰ্ণ হব বিছৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক www.aasu.org.in ত গৈ আবেদন কৰিবলৈ আহ্বান জনালোঁA...
01/05/2026

‘প্ৰত‍্যাশা ২.০’

UPSC পৰীক্ষাত অৱতীৰ্ণ হব বিছৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক www.aasu.org.in ত গৈ আবেদন কৰিবলৈ আহ্বান জনালোঁ

All Assam Students' Union - AASU

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰত্যেকগৰকী পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভে...
09/02/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰত্যেকগৰকী পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্চা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ ।

গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ প্ৰাক্তন মুখ্য খেল সম্পাদক তথা সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন তথ্য সম্পাদক সাধন চ...
12/11/2025

গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ প্ৰাক্তন মুখ্য খেল সম্পাদক তথা সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন তথ্য সম্পাদক সাধন চন্দ্ৰ ৰায়ৰ মৃত্যুৰ খবৰে আমাক মর্মাহত কৰিলে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ । ঔঁ শান্তি: ঔঁ শান্তি: ঔঁ শান্তি :

✍️সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তিৰ ৰূপায়ণেৰে অবৈধ বিদেশীৰ প্ৰব্ৰজন ...
04/09/2025

✍️সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তিৰ ৰূপায়ণেৰে অবৈধ বিদেশীৰ প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত এই অনশন কার্যসূচী.....

স্থিতি স্পষ্ট
25/05/2025

স্থিতি স্পষ্ট

UPSC পৰীক্ষাত ৪৬২ স্থান লাভ কৰি ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই অনা ঋতুৰাজ শৰ্মাক আমি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই অভিনন্দন জনালোঁ ...
17/04/2024

UPSC পৰীক্ষাত ৪৬২ স্থান লাভ কৰি ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই অনা ঋতুৰাজ শৰ্মাক আমি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই অভিনন্দন জনালোঁ ৷

লোক সংস্কৃতিৰ গৱেষক, শিক্ষক, সাহিত্যিক, সংগীত শিল্পী তথা পদ্মশ্ৰী ড° বীৰেন্দ্ৰ নাথ দত্ত ছাৰৰ মৃত্যুত আমি ধুবুৰী জিলা ছাত...
23/10/2023

লোক সংস্কৃতিৰ গৱেষক, শিক্ষক, সাহিত্যিক, সংগীত শিল্পী তথা পদ্মশ্ৰী ড° বীৰেন্দ্ৰ নাথ দত্ত ছাৰৰ মৃত্যুত আমি ধুবুৰী জিলা ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছোঁ ৷ ছাৰৰ মৃত্যু অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি ৷ ছাৰৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ৷

ধুবুৰী জিলাৰ লগতে সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ মা দূৰ্গাই বিনাশ কৰক সমাজৰ অপ...
21/10/2023

ধুবুৰী জিলাৰ লগতে সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ মা দূৰ্গাই বিনাশ কৰক সমাজৰ অপায়-অমংগল আৰু প্ৰতিজন ব্যক্তিকে শক্তি দিয়ক সমাজত চলি থকা দুৰ্নীতি-হিংসাৰ অৱসান ঘটাবলৈ ,তথা সমাজত ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ------------

অসম আৰু অসমীয়া জাতিক মনেপ্ৰাণে ভালপোৱা বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্ত ছাৰৰ বিয়োগ...
18/08/2023

অসম আৰু অসমীয়া জাতিক মনেপ্ৰাণে ভালপোৱা বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্ত ছাৰৰ বিয়োগৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিলে। তেখেতৰ বিয়োগ বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি । আমি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই প্রয়াত দেৱেন দত্ত ছাৰৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷
৷৷ জয় আই অসম ৷৷

07/08/2023

Address

D. K. Road
Dhuburi

Website

Alerts

Be the first to know and let us send you an email when সদৌ ধুবুৰী জিলা ছাত্র সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share