Akhil Bharatiya Vidyarthi Parishad - ABVP - BNC Unit Dhubri

  • Home
  • India
  • Dhubri
  • Akhil Bharatiya Vidyarthi Parishad - ABVP - BNC Unit Dhubri

Akhil Bharatiya Vidyarthi Parishad - ABVP - BNC Unit  Dhubri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Akhil Bharatiya Vidyarthi Parishad - ABVP - BNC Unit Dhubri, Community Organization, Dhubri.

প্ৰিয় নৱাগত,ধুবুৰী জিলাত অৱস্থিত ধুবুৰীৰ গৌৰৱ তথা ধুবুৰীৰ চৌপাশ সমুজ্জ্বল কৰি তোলা অগ্ৰণী শিক্ষাৰ স্থলী ভোলানাথ মহাবিদ্য...
08/08/2022

প্ৰিয় নৱাগত,
ধুবুৰী জিলাত অৱস্থিত ধুবুৰীৰ গৌৰৱ তথা ধুবুৰীৰ চৌপাশ সমুজ্জ্বল কৰি তোলা অগ্ৰণী শিক্ষাৰ স্থলী ভোলানাথ মহাবিদ্যালয়ৰ পবিত্ৰ বাকৰিত আনুষ্ঠানিক ভাৱে আজি তোমালোকৰ প্ৰথমটো দিন। ২০২২-২৩ বৰ্ষৰ দীক্ষা আৰম্ভৰ প্ৰথমটো দিনৰ প্ৰাকমূহুৰ্তত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভোলানাথ মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা তোমালোকলৈ যাচিছোঁ আন্তৰিক শুভকামনা। ভোলানাথ মহাবিদ্যালয়ৰ গৰিমাৰ যাত্ৰাৰ অংশীদাৰ হ'বলৈ আগবঢ়া তোমালোকৰ হাততেই ন্যস্ত, মহাবিদ্যালয়খনৰ ঐতিহ্যৰ ধাৰাক সঠিক আৰু সংবদ্ধভাৱে উর্ধমুখী কৰি তোলাৰ অনিৰ্বান প্ৰয়াসৰ। নতুনৰ আবাহনৰ মন্ত্ৰেৰে বিধৌত, জীৱন গঢ়াৰ পথৰ এই যাত্ৰাই উজলাই তোলক ৰঙিয়া মহাবিদ্যালয়ৰ সুদূৰপ্ৰসাৰী যশস্যা। আশা কৰিছোঁ, সুন্দৰ জীৱনবোধেৰে আৰু জ্ঞানৰ আলোকেৰে ভোলানাথ মহাবিদ্যালয়ৰ সকলোকে নিজৰ চিনাকি অনুভৱ কৰিবলৈ সুযোগ দিব।

শুভেচ্ছাৰে,
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,
ভোলানাথ মহাবিদ্যালয় শাখা

Day 2 ( 02-07-2022 ) Admission Help Desk by ABVP BN College Unit for the ongoing admission process of the College.
03/07/2022

Day 2 ( 02-07-2022 )
Admission Help Desk by ABVP BN College Unit for the ongoing admission process of the College.



📌
24/06/2022

📌

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ABVP-BNC-UNIT কায়কর্তা সকল ভোলানাথ মহাবিদ্যালয় খনৰ প্রধান শিক্ষকে আগবঢ়োৱা গছ পুলি আৰু স...
05/06/2022

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ABVP-BNC-UNIT কায়কর্তা সকল ভোলানাথ মহাবিদ্যালয় খনৰ প্রধান শিক্ষকে আগবঢ়োৱা গছ পুলি আৰু সহযোগিতাত মহাবিদ্যালয় খনৰ চাৰিওফালে গছ পুলি ৰোপণ কৰে । মহাবিদ্যালয় খনৰ ৰাজনৈতিক বিজ্ঞানৰ শিক্ষক শ্রী ৰেজিবুল আলম ডাঙৰীয়াই গছ পুলি ৰোপণ কৰাৰ লগতে নিজৰ চাৰিওফালৰ থকা পৰিৱেশ খন পৰিস্কাৰ আৰু সংৰক্ষণ কৰিবৰ বাবে যিমান পাৰি গছ পুলি ৰুব কৈছে যাতে অহা প্ৰজন্মই ভালকে থাকিব পাৰে।


আজি  ABVP-BNC-UNIT ৰ কায়কর্তা সকল মহাবিদ্যালয় খন পৰিস্কাৰ কৰাৰ লগতে পৰিৱেশৰ কথা মনত ৰাখি মহাবিদ্যালয় খনত প্লাস্টিক ডা...
04/06/2022

আজি ABVP-BNC-UNIT ৰ কায়কর্তা সকল মহাবিদ্যালয় খন পৰিস্কাৰ কৰাৰ লগতে পৰিৱেশৰ কথা মনত ৰাখি মহাবিদ্যালয় খনত প্লাস্টিক ডাস্টবিনৰ পৰিৱৰ্তে বাহেঁৰে নিৰ্মিত ডাস্টবিন ব্যাৱহাৰ কৰা হৈছে যাতে পৰিৱেশৰ কোনো হানি নহয় আৰু চৌহদ খন প্লাস্টিক মুক্ত হয়।

অহা ৫ জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি  ABVP-BNC-UNITৰ কায়কর্তা সকলে  মহাবিদ্যালয় খন পৰিস্কাৰকৰনৰ এক খুদ্র ...
04/06/2022

অহা ৫ জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ABVP-BNC-UNITৰ কায়কর্তা সকলে মহাবিদ্যালয় খন পৰিস্কাৰকৰনৰ এক খুদ্র প্ৰচেষ্টা ।

স্বচ্ছ ভাৰত,পৰিচ্ছন্ন ভাৰত।




Today ABVP Dhubri karyakartas protest against the forceful Corversion of a 17years  girl child Lavanya  in a school of T...
18/02/2022

Today ABVP Dhubri karyakartas protest against the forceful Corversion of a 17years girl child Lavanya in a school of Thanjivur Tamil Nadu who later died after batteling in Hospital.

ABVP BNC unit Dhubri.

One individual may die for an idea, but that idea will, after his death, incarnate itself in a thousand lives - Subhash ...
25/01/2022

One individual may die for an idea, but that idea will, after his death, incarnate itself in a thousand lives - Subhash Chandra Bose.

Paying tribute to the martyrs of freedom struggle from Akhil Bharatiya Vidyarthi Parishad-BNC Unit - Dhubri on 73rd Republic Day Eve🇮🇳🧡🤍💚

“Freedom is not given - it is taken" "Warm wishes on the occasion of Subhash Chandra Bose Jayanti. The only way to celeb...
23/01/2022

“Freedom is not given - it is taken"

"Warm wishes on the occasion of Subhash Chandra Bose Jayanti. The only way to celebrate this day is to promise to work towards creating a country Netaji always worked for"

Paying tributes to the great Hero from Akhil Bharatiya Vidyarthi Parishad- BNC Unit- Dhubri on his 125th Birthday Anniversary 🧡



Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when Akhil Bharatiya Vidyarthi Parishad - ABVP - BNC Unit Dhubri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Akhil Bharatiya Vidyarthi Parishad - ABVP - BNC Unit Dhubri:

Share