ABVP Dhubri

ABVP Dhubri District Page of Akhil Bharatiya Vidyarthi Parishad Dhubri District.

ABVP ধুবুৰী জিলাৰ উদ্যোগত আয়োজন কৰা জিলা ভিত্তিক "মহাবীৰ লাচিত কাপ"ৰ উদ্বোধনী অনুষ্ঠানৰ স্মৰণীয় আৰু মনোমোহা দৃশ্যাংশ। ...
29/01/2025

ABVP ধুবুৰী জিলাৰ উদ্যোগত আয়োজন কৰা জিলা ভিত্তিক "মহাবীৰ লাচিত কাপ"ৰ উদ্বোধনী অনুষ্ঠানৰ স্মৰণীয় আৰু মনোমোহা দৃশ্যাংশ। খেলধূলাৰ উন্নতি আৰু যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিযোগিতাই ধুবুৰী জিলাৰ ক্ৰীড়াপ্ৰেমী সকলৰ মাজত নতুন উৎসাহৰ সঞ্চাৰ কৰিছে। উপস্থিত থকা সকলো দৰ্শকৰ উচ্ছ্বাস আৰু অংশগ্ৰহণে অনুষ্ঠানটোক আৰু অধিক উৎসাহজনক কৰি তুলিছে।


24/11/2024

মহাবীৰ লাচিত কাপ

সদৌ অসম ভিত্তিত আন্ত মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতা ।

ইং ১৬ আৰু ১৭ নৱেম্বৰ ২০২৪ দুদিনীয়া কাৰ্যসূচীৰে লংকা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব লগা আন্ত মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ প্ৰতীক চিহ্ন আৰু পষ্টাৰ মুকলি কৰা হয় । এই প্ৰতিযোগিতা ২৮ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰী ২০২৫ তাৰিখ লৈকে সমগ্ৰ অসমত অনুষ্ঠিত হ'ব।


"Remembering the fearless Queen of Jhansi, Rani Laxmi Bai, whose valor and patriotism continue to inspire us. Her legacy...
19/11/2024

"Remembering the fearless Queen of Jhansi, Rani Laxmi Bai, whose valor and patriotism continue to inspire us. Her legacy lives on in the heart of every Indian. Salute to her indomitable spirit!"



আজি ভাতৃ দ্বিতীয়া উপলক্ষে সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালোঁ । এই পবিত্ৰ দিনটোত সকলো ভাতৃ-ভগ্নীৰ মাজৰ যি মধুৰ আৰু নিভাঁজ স...
03/11/2024

আজি ভাতৃ দ্বিতীয়া উপলক্ষে সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালোঁ । এই পবিত্ৰ দিনটোত সকলো ভাতৃ-ভগ্নীৰ মাজৰ যি মধুৰ আৰু নিভাঁজ সম্পৰ্ক সেয়া চিৰদিন যুগমীয়া হৈ থাকক, ভাতৃয়ে সদায় ভগ্নীক সুৰক্ষা দিয়াত দায়বদ্ধতাৰে পালন কৰক তাকে কামনা কৰিলোঁ।

গোবর্ধন পূজা তথা অন্নকূট উৎসৱ হ'ল প্ৰকৃতিৰ প্ৰতি প্ৰেমৰ প্ৰতীক। গোবর্ধন পূজাৰ শুভ ক্ষণত সমূহ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা ...
02/11/2024

গোবর্ধন পূজা তথা অন্নকূট উৎসৱ হ'ল প্ৰকৃতিৰ প্ৰতি প্ৰেমৰ প্ৰতীক। গোবর্ধন পূজাৰ শুভ ক্ষণত সমূহ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত সদায় থাকক তাৰেই কামনা কৰিলোঁ।


অ.ভা.বি.প ভোলানাথ মহাবিদ্যালয় শাখাৰ উদ্যোগত বন্তি প্ৰজ্বলন কৰি দীপাৱলী উৎসৱ উদযাপন কৰে ,ওক্ত অনুষ্ঠানত উপস্হিত থাকি সমভা...
02/11/2024

অ.ভা.বি.প ভোলানাথ মহাবিদ্যালয় শাখাৰ উদ্যোগত বন্তি প্ৰজ্বলন কৰি দীপাৱলী উৎসৱ উদযাপন কৰে ,ওক্ত অনুষ্ঠানত উপস্হিত থাকি সমভাগী হওঁ সদৌশেষত সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ ।


Lokkhi Poddar won the position of Literary Affairs Secretary uncontested at the PB College Students' Union election.ABVP...
31/10/2024

Lokkhi Poddar won the position of Literary Affairs Secretary uncontested at the PB College Students' Union election.

ABVP Long Live ✊🏻❤️
ABVP Zindabad ✊🏻 ❤️


Happy Diwali! May this festival of lights bring joy, peace, and prosperity to all. ❤️✨
31/10/2024

Happy Diwali! May this festival of lights bring joy, peace, and prosperity to all. ❤️✨

আপোনালোক সকলোকে জনাইছোঁ শুভ কালী পূজা আৰু দীপাৱলিৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা। ❤️✨
31/10/2024

আপোনালোক সকলোকে জনাইছোঁ শুভ কালী পূজা আৰু দীপাৱলিৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা। ❤️✨

27/10/2024
20/10/2024
20/10/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৩০তম ৰাজ্যিক অধিৱেশন ইং ২৭, ২৮ আৰু ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে লখিমপুৰ জিলাত অনুষ্ঠিত কৰা হ'ব। সমূহ প্ৰতিনিধিক উষ্ম আদৰণি জনোৱা হ'ল।

Address

District Office= Keshav Madhav Dham, Ward No. 4 Pound Road (Rabindra Sarani) P. O. & Dist. Dhubri (Assam) PIN-
Dhubri
783301

Alerts

Be the first to know and let us send you an email when ABVP Dhubri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Dhubri:

Share