All Assam Bengali Youth Students Federation Majorbari Anchalik Commitee

  • Home
  • India
  • Dhemaji
  • All Assam Bengali Youth Students Federation Majorbari Anchalik Commitee

All Assam Bengali Youth Students Federation Majorbari Anchalik Commitee Unitiy, peaceful, brotherhood & education social language & cultural development

09/02/2026
26/01/2026

সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ অষ্টাদশ দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ৫০ হাজাৰ গন সমাবেশেৰে অহা ইং ১৪ আৰু ১৫ মাৰ্চ তাৰিখে হোজাই জিলাৰ লংকাত অনুষ্ঠিত তাৰ কৰা হ'ব। বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ বহুধা বিভক্ত গোটসমূহক এক মঞ্চত উপস্থিত হৈ এই অধিৱেশনৰ যোগেদি এক শক্তিশালী কেন্দ্ৰীয় সমিতি গঠনৰ আহ্বান জনোৱাৰ লগতে সমূহ শুভাকাংক্ষী ৰাইজৰ সহায় সহযোগিতা একান্ত ভাৱে কামনা কৰা হ'ল।
ধন্যবাদ সহকাৰে

বিজয় চন্দ
ভাঃ সভাপতি
(কেন্দ্ৰীয় সমিতি)
সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচন।

যোৱা কালি গুৱাহাটী জনতা ভৱনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমন্ত্ৰণ ক্ৰমে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিত...
12/09/2025

যোৱা কালি গুৱাহাটী জনতা ভৱনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমন্ত্ৰণ ক্ৰমে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত দীপক দে মহাশয়ৰ নেতৃত্বত এটি সজাতি দলে আলোচনাত মিলিত হৈ অসমত বসবাস কৰা হিন্দু বাঙালী সকলকৰ সমস্যাৰ সন্দৰ্ভত এলানি আলোচনা কৰা হয়। হিন্দু বাঙালী সকলকৰ প্ৰতিটো সমস্যাৰ বিষয়ে সবিস্তাৰিত বাবে আলোচনা কৰা হয়। উক্ত আলোচনা সফল ৰূপায়ন হলে অসমীয়া আৰু বাঙালী সকলৰ মাজত সমন্বয়ৰ এনাজৰী ডাল আৰু অধিক শক্তিশালী হব। এই আলোচনা সভাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পিযুষ হাজৰিকা মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া উপস্হিত আছিল।

31/12/2023

সবাইকে ইংরেজী 2024 নববর্ষের প্রাকক্ষণে জানাই আন্তরিক অভিনন্দন এবং শুভেচ্ছা।
আগন্তুক বর্ষটি সবার সপ্নগুলো পূরণ হউক। দেশ এবং জাতির অগ্রগতি পাক।
ধন্যবাদ।

22/12/2023

I have reached 900 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

77th Independence Day celebration at Majorbari Anchalik committee
15/08/2023

77th Independence Day celebration at Majorbari Anchalik committee

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন ধেমাজি জিলা সমিতিৰ নৱ গঠিত সভাপতি শ্ৰী ধৰ্মেন্দ্ৰ দাস মহোদয় আৰু সম্পাদক শ্ৰী ভদ্ৰ দাস...
27/05/2023

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন ধেমাজি জিলা সমিতিৰ নৱ গঠিত সভাপতি শ্ৰী ধৰ্মেন্দ্ৰ দাস মহোদয় আৰু সম্পাদক শ্ৰী ভদ্ৰ দাস মহোদয়ৰ সৈতে আমি মাজৰবাৰী আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক আৰু প্ৰচাৰ সম্পাদক ক্ৰমে শ্ৰী সৌৰভ দাস, নদীৰাম বা বাঢ়ৈ আৰু অৰ্জুন হলধৰ।

Address

Dhemaji
787059

Telephone

+918724099263

Website

Alerts

Be the first to know and let us send you an email when All Assam Bengali Youth Students Federation Majorbari Anchalik Commitee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All Assam Bengali Youth Students Federation Majorbari Anchalik Commitee:

Share