All Tiwa Students' Union, Dhemaji

All Tiwa Students' Union, Dhemaji TROI TIWA SIGAISA CHOMOT
DHEMAJI CHILA KOMITI

Email address: [email protected]

TMPK ৰ পৰৱৰ্তী ২০২৬-২৯ বৰ্ষৰ কাৰ্য্যকালৰ বাবে পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰৰ্দ্ধাৰ Tilak Doley  আৰু সাধাৰন সম্পা...
13/07/2026

TMPK ৰ পৰৱৰ্তী ২০২৬-২৯ বৰ্ষৰ কাৰ্য্যকালৰ বাবে পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰৰ্দ্ধাৰ Tilak Doley আৰু সাধাৰন সম্পাদকৰ দায়িত্ব লাভ কৰা সন্মানীয় Shaan Do Nyi Panggíngৰ লগতে বিভিন্ন বিভাগত দায়িত্ব লাভ কৰা সমূহ বিষয় ববীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

আজি সদৌ তিৱা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত মৰিধল মহাবিদ্যালয়ৰ ড৹ বানীকান্ত কাকতি সভা কক্ষত তিৱা জাতীয় অমিমাংসিত...
11/07/2026

আজি সদৌ তিৱা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত মৰিধল মহাবিদ্যালয়ৰ ড৹ বানীকান্ত কাকতি সভা কক্ষত তিৱা জাতীয় অমিমাংসিত বহু সমস্যাৰ সম্পৰ্কে "চিন্তন বৈঠক" এখনি অনুষ্ঠিত হয় । বৈঠকত উপস্থিত থাকে ATSU,TMT আৰু ATWA ধেমাজি জিলা সমিতিৰ সভাপতি,সম্পাদক, উপদেষ্টাদ্বয় ও বিষয়ববীয়া সকলৰ লগতে বিভিন্ন অঞ্চলৰ তিৱা বুদ্ধিজীৱি আৰু ৰাইজ । ধেমাজিৰ তিৱা জাতীয় সমস্যা সমূহ সমাধানৰ বাবে পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিলৈ ATSU ধেমাজি জিলা সমিতি তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ।

সদৌ তিৱা ছাত্ৰ সন্থা আৰু সদৌ তিৱা মহিলা সন্থা লালুং তিনিআলি আঞ্চলিক সমিতিৰ উদ্যোগত যোৱা ৩ জুলাই ২০২৬ তাৰিখৰ পৰা আৰম্ভ হো...
08/07/2026

সদৌ তিৱা ছাত্ৰ সন্থা আৰু সদৌ তিৱা মহিলা সন্থা লালুং তিনিআলি আঞ্চলিক সমিতিৰ উদ্যোগত যোৱা ৩ জুলাই ২০২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা গীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী অব‍্যাহত ।





তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পুঁজিৰে ধেমাজি লালুং তিনিআলিত নিৰ্মাণ হৈ থকা তিৱা ৰেষ্ট হাউচৰ কাম সন্থাৰ এটি সজাতি দলে আজি  প...
26/06/2026

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পুঁজিৰে ধেমাজি লালুং তিনিআলিত নিৰ্মাণ হৈ থকা তিৱা ৰেষ্ট হাউচৰ কাম সন্থাৰ এটি সজাতি দলে আজি পৰিদৰ্শন কৰে ।


KhrumdongATSU আৰু ATWA লালুং তিনিআলি আঞ্চলিক সমিতিৰ উদ‍্যোগত ষষ্ঠ আৰু সপ্তম শ্ৰেণী ছাত্র-ছাত্ৰী সকলৰ বাবে  অহা ৩ জুলাইৰ ...
25/06/2026

Khrumdong

ATSU আৰু ATWA লালুং তিনিআলি আঞ্চলিক সমিতিৰ উদ‍্যোগত ষষ্ঠ আৰু সপ্তম শ্ৰেণী ছাত্র-ছাত্ৰী সকলৰ বাবে অহা ৩ জুলাইৰ পৰা ৩১ জুলাই ২০২৬ তাৰিখলৈ লালুং তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত "গীষ্মকালীন বিনামূলীয়া পাঠদান" কাৰ্যসূচী। সকলোৰে সহায় সহযোগিতা কামনা কৰিলো।




মহান ব‍্যক্তি জনালৈ সশ্ৰদ্ধ স্মৰন ।
20/06/2026

মহান ব‍্যক্তি জনালৈ সশ্ৰদ্ধ স্মৰন ।


Shodong mukposhon osa phari-2026Tarik -14/06/2026Thai- Lalung Tiniali High school.
15/06/2026

Shodong mukposhon osa phari-2026
Tarik -14/06/2026
Thai- Lalung Tiniali High school.

Khrumdong 🙏Troi tiwa sigaisa chomot dhemaji chila chomote choso "SHODONG MUKPOSHON OSA PHARI".Tarik-14 Jun 2026Thai- Lal...
05/06/2026

Khrumdong 🙏
Troi tiwa sigaisa chomot dhemaji chila chomote choso "SHODONG MUKPOSHON OSA PHARI".

Tarik-14 Jun 2026
Thai- Lalung Tiniali High School.

Congratulations
26/05/2026

Congratulations


মহান স্বাধীনতা সংগ্ৰামী জননেতা ভীমবৰ দেউৰীদেৱৰ পৱিত্ৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছো । অসম আৰু অসমীয়াৰ সৰ্বাঙ্গীন উ...
16/05/2026

মহান স্বাধীনতা সংগ্ৰামী জননেতা ভীমবৰ দেউৰীদেৱৰ পৱিত্ৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছো । অসম আৰু অসমীয়াৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে অগ্ৰণী ভূমিকা লোৱা জননেতা গৰাকীৰ যি কৰ্ম আৰু নেতৃত্ব সেয়া সদায় স্মৰণীয় ৰ'ব।

Address

Dhemaji

Telephone

+919365406938

Website

Alerts

Be the first to know and let us send you an email when All Tiwa Students' Union, Dhemaji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share