Nabarun Yuva Sanga

Nabarun Yuva Sanga Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nabarun Yuva Sanga, Community Organization, No. 2 Borajan, Machkhowa, Dhemaji.

আমি নৱাৰুণ 🙏 যদি দেশৰ উন্নতিৰ বিচাৰে, তেনেহ'লে প্ৰতিজন ব্যক্তিয়ে প্ৰথমে নিজৰ ঠাইখিনিৰ উন্নতিৰ কাৰণে কাম কৰিব লাগিব । প্ৰত্যেকে এনেদৰে কাম কৰি গ'লে আপোনা আপুনি জিলা, ৰাজ্য আৰু দেশৰ উন্নতি হ'ব বুলি আমি বিশ্বাস কৰোঁ ।

20/10/2025

সকলোলৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ....🙏 বন্তিৰ পোহৰে দূৰ কৰক জীৱনৰ সকলো অন্ধকাৰ....🪔 জুবিন দাই ন্যায় পাওক, আমাৰ মাজৰ আন্ধাৰ দূৰ হওঁক দীপাৱলী দিনা আমি সেয়ে কামনা কৰিছোঁ ।
জয় জুবিন দা 🙏

18/10/2025

জয় জুবিন দা 🙏
🙏🪔🌾

18/10/2025

কাতি বিহুৰ আকাশবন্তিৰ পোহৰে উজলাই তোলক কৃষিজীৱি ৰাইজৰ সপোন, উৰ্বৰা হৈ উঠক প্ৰতিখন খেতিপথাৰ আৰু ফচলেৰে ভৰি পৰক হেঁপাহৰ ভঁৰাল ৷
Zubeen Garg

জুবিন দাৰ সৈতে আমি নৱাৰুণ 🙏 জয় জুবিন দা 🙏  Zubeen Garg
18/10/2025

জুবিন দাৰ সৈতে আমি নৱাৰুণ 🙏
জয় জুবিন দা 🙏
Zubeen Garg

18/10/2025

আমি নৱাৰুণ যুৱ সংঘই জুবিন দাৰ সৈতে বাপতিসাহোন কাতি বিহুটি একেলগে পালন কৰিম বুলি পুৱাই সকলো জুবিন দাৰ নাহৰবাৰীত লগ হও ।
Zubeen Garg

প্ৰতিজন অসমীয়ালৈ কাতি বিহুৰ আন্তৰিক শুভকামনা জনালোঁ....🌾 🪔  তুলসীৰ তলৰ চাকিটিৰ দৰেই আন্ধাৰৰ মাজতে জিলিকি উঠক সকলোৰে জীৱন...
18/10/2025

প্ৰতিজন অসমীয়ালৈ কাতি বিহুৰ আন্তৰিক শুভকামনা জনালোঁ....🌾 🪔 তুলসীৰ তলৰ চাকিটিৰ দৰেই আন্ধাৰৰ মাজতে জিলিকি উঠক সকলোৰে জীৱন । সকলোৰে শ্ৰীবৃদ্ধি কামনা কৰিলোঁ....🙏
আমি নৱাৰুণ যুৱ সংঘই জুবিন দাৰ সৈতে বাপতিসাহোন কাতি বিহুটি একেলগে পালন কৰিম বুলি পুৱাই সকলো জুবিন দাৰ নাহৰবাৰীত লগ হও ।
Zubeen Garg

12/10/2025

আমাৰ গাঁৱলৈ পকি ৰাস্তা আহিছে, সেইবাবে নৱাৰুণ যুৱ সংঘ আৰু গাওঁৰ ৰাইজ একহৈ ৰাস্তাটো সঠিক ভাৱে বনাব পৰাকৈ বহলকৈ উলিয়াই দিয়া হয় ।

10/10/2025

মুকলি নীল আকাশৰ তলত আমাৰ নাহৰ পুলিবোৰে প্ৰাণ পাই উঠিছে ;
ৰাতিপুৱা চৰাইৰ সুৰীয়া মাতে প্ৰকৃতিৰ বুকুত যেন পুলিবোৰক ওমলাই আছে ।

9/10/2025 💚আমাৰ বিশেষ দিনৰ স্মৃতি
10/10/2025

9/10/2025 💚
আমাৰ বিশেষ দিনৰ স্মৃতি

09/10/2025

জুবিন দা আমাৰ হৃদয়ত আছিল আৰু সদায় থাকিব....❤️
আগন্তুক সময়ত তেওঁ আদৰ্শৰে আমি একত্ৰিত হৈ সমাজৰ উন্নিতৰ হকে কাম কৰি যাম ।
জয় জুবিন দা 🙏

Zubeen Garg

09/10/2025

অসমৰ হৃদয়ৰ স্পন্দন আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন দাৰ স্মৃতিত আমি গঢ়িব খোজা নাহৰ বাৰী খনে আজি প্ৰাণ পাই উঠিল । আমাৰ আজি এই বিশেষ দিনটোত সমাজ সেৱক মন্টু কোঁছ ডাঙৰীয়াই আহি আমাক সহযোগ কৰি উৎসাহ উদ্দীপনা জনোৱাৰ বাবে তেওঁলৈ আমাৰ নৱাৰুণ যুৱ সংঘৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

09/10/2025

9/10/2025 💚
আজি আমাৰ বাবে বিশেষ দিন ।
অসমৰ হৃদয়ৰ স্পন্দন আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন দাৰ স্মৃতিত আমি গঢ়িব খোজা নাহৰ বাৰী খনে আজি প্ৰাণ পাই উঠিল ।
জয় জুবিন দা 🙏
জুবিন দা অমৰ হওক 🙏

Zubeen Garg

Address

No. 2 Borajan, Machkhowa
Dhemaji

Alerts

Be the first to know and let us send you an email when Nabarun Yuva Sanga posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Nabarun Yuva Sanga:

Share