TMPK Namoni Sissi Tongani Anchalik Committee

TMPK Namoni Sissi Tongani Anchalik Committee TMPK Írroi , Mising Réngam Írroi ���

29/11/2025
তৃতীয় দুলুং মহোৎসৱ
29/11/2025

তৃতীয় দুলুং মহোৎসৱ

আগন্তুক MYF-2025 ৰ বাবে বুঢ়িসূতি মুক্তিয়াৰৰ প্ৰস্তুতিৰ দৃশ‍্য ✊
29/11/2025

আগন্তুক MYF-2025 ৰ বাবে বুঢ়িসূতি মুক্তিয়াৰৰ প্ৰস্তুতিৰ দৃশ‍্য ✊

24/11/2025
22/11/2025
Ready for upcoming MYF-2025  Date- 24-29 Dec,2025
22/11/2025

Ready for upcoming MYF-2025


Date- 24-29 Dec,2025

27/09/2025
01/12/2023
আজি ইং ৩/০৯/২০২৩ তাংখে শিঙিবিল মুৰঙত TMPK,MMK,TMMK,MBK, MAK,MDK,SGSA,NS নামনি চিচি  টঙানী আঞ্চলিক সমিতিৰ সভাপতি/সভানেত্ৰ...
03/09/2023

আজি ইং ৩/০৯/২০২৩ তাংখে শিঙিবিল মুৰঙত TMPK,MMK,TMMK,MBK, MAK,MDK,SGSA,NS নামনি চিচি টঙানী আঞ্চলিক সমিতিৰ সভাপতি/সভানেত্ৰী সকলৰ সভাপতিত্ব যুতীয়া কাৰ্যকৰী সভা অনুষ্ঠিত হয়।
উক্ত সভাত MMK কেন্দ্ৰীয় সমিতিৰ সদস্য হৰিনাথ পেগু TMPKকেন্দ্ৰীয় সমিতিৰ শিক্ষা কোষৰ সদস্য মিগাং অজয় মিলি,
TMMKকেন্দ্ৰীয় সমিতিৰ সদস্য মিমৌ অয্যোধা দলে,TMPK জিলা সমিতিৰ সভাপতি মিগাং ৰাজীৱ দলে আৰু TMPK, MMK,TMMK,MBK,MDK আৰু MAK জিলা সমিতিৰ বিষয়ববীয়া লগতে পঞ্চায়ত সভাপতি,আঞ্চলিক পঞ্চায়ত সদস্যা,ৱাৰ্ড সদস্য/সদস্যা উপস্থিত থাকে।

Lakhinath PeguMg TiLen PeguSanjay Gam PeguTmpk Silapathar District

TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াক পবিত্ৰ জন্ম দিন লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সু-স্বাস্থ্য  দীৰ্ঘায়ু কামনাৰ ক...
17/08/2023

TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াক পবিত্ৰ জন্ম দিন লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সু-স্বাস্থ্য দীৰ্ঘায়ু কামনাৰ কৰিলোঁ। আৰু ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা জনাইছোঁ। 🎂🎂

13/08/2023

Address

Dhemaji
787058

Website

Alerts

Be the first to know and let us send you an email when TMPK Namoni Sissi Tongani Anchalik Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to TMPK Namoni Sissi Tongani Anchalik Committee:

Share