কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ

  • Home
  • India
  • Dhemaji
  • কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ

কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ, Non-Governmental Organization (NGO), Kapohuwa, Dhemaji.

কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ ফালৰ পৰা বান পীড়িত ২০০ অধিক পৰিয়াল ক  সহায় হাত আগবঢ়ালোঁ।
30/07/2026

কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ ফালৰ পৰা বান পীড়িত ২০০ অধিক পৰিয়াল ক সহায় হাত আগবঢ়ালোঁ।

বান পীড়িত ৰাইজক এতিয়া সহায় সময় আহক সকলোৱে মিলি সহায়ৰ হাত আগবঢ়াও🙏
25/07/2026

বান পীড়িত ৰাইজক এতিয়া সহায় সময় আহক সকলোৱে মিলি সহায়ৰ হাত আগবঢ়াও🙏

11/07/2026

কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ বৰ্ষপুতি অনুষ্ঠান

১০ জুলাই ২০২৬ তাৰিখে ধেমাজি চিটি মহাবিদ্যালয়ৰ শৰীৰ চৰ্চা গৃহত দিনজোৱা কাৰ্য্যসূচীয়ে কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ...
11/07/2026

১০ জুলাই ২০২৬ তাৰিখে ধেমাজি চিটি মহাবিদ্যালয়ৰ শৰীৰ চৰ্চা গৃহত দিনজোৱা কাৰ্য্যসূচীয়ে
কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ বৰ্ষপুতি অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে ধেমাজি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ অধ্যক্ষ কন্দৰ্প তামোলী কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ মূখ্য
উপদেষ্টা পুলেন দাস উপদেষ্টা বিষ্ণু শৰ্মা আমন্ত্ৰিত উপদেষ্টা জন্মেজয় দাস, গজেন দাস, মঙ্গলা দাস,গণেশ দাস,গুনেন দাস আৰু প্ৰবিত্ৰ দাস উপস্থিত থাকে ।
সংঘৰ উপ সভাপতী মন্টু দাসে আত ধৰা অনুষ্ঠানটি
সভাপতি বুলেন দাসে পতকা উত্তোলন আৰু সম্পাদক মিণ্টু শৰ্মাই বন্তি প্ৰজ্বলন কৰে।
এই অনুষ্ঠানত ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত মেডেল লাভ কৰা খেলুৱৈ বিকাশ দাস আৰু ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত মেডেল লাভ কৰা খেলুৱৈ উজ্জল গগৈক সম্বৰ্ধনা জনোৱা লগতে কপহুৱা গাঁৱৰ পৰা ২০২৬ বৰ্ষত হাইছস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৮ গৰাকী ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্ধনা জনোৱাৰ হয়।

 #বিহু  #
20/04/2026

#বিহু #

বিহু উপলক্ষে কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত গাওঁ খনৰ  সামূহিক চাফাই আৰু বৃক্ষ ৰোপণ কৰা হল।
13/04/2026

বিহু উপলক্ষে কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত গাওঁ খনৰ সামূহিক চাফাই আৰু বৃক্ষ ৰোপণ কৰা হল।

বিহু কৰ্মশালা শেষৰ দিনৰ কিছু মনোমোহা দৃশ্য সাঁচি ৰাখিলো ।
03/04/2026

বিহু কৰ্মশালা শেষৰ দিনৰ কিছু মনোমোহা দৃশ্য সাঁচি ৰাখিলো ।

03/04/2026

Address

Kapohuwa
Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when কপহুৱা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share