Aabysf LOKD College Unit - Dhekiajuli

Aabysf LOKD College Unit - Dhekiajuli Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aabysf LOKD College Unit - Dhekiajuli, Community Organization, Mitham Bengali, Dhekiajuli.

আমাৰ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলি চহৰৰ লোকনায়ক অমিয় কুমাৰ দাস মহ...
27/08/2025

আমাৰ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলি চহৰৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত যোৱা ইং ২২/০৮/২০২৫ তাৰিখে এখনি সাধাৰণ সভাৰ আয়োজন কৰা হয়,উক্ত সভাত উপস্থিত আছিল আমাৰ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শ্ৰীযুত শয়ন দাস মহাশয়,লগতে উপস্থিত থাকে জিলা সমিতিৰ সভাপতি অজয় দে মহাশয় আৰু বিভিন্ন জিলা সমিতৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ পদবীধাৰী সদস্য সকলৰ উপস্থিতত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এখনি শক্তিশালী গোট গঠন কৰা হয়। উক্ত সভাৰ গোট খনৰ দায়িত্ব পোৱা সভাপতি শ্ৰীযুত জয়ন্ত দাস, যুটিয়া সম্পাদক শ্ৰীযুত ৰুপম ঘোষ লগতে শ্ৰীযুত অংকূশ দে, কাৰ্য্যকৰী সভাপতি শ্ৰীযুত চিৰন্তন গুহকে আদি কৰি সমূহ সদস্য, সদস্যালৈ আমি লোকনায়াক অমিয় কুমাৰ দাস মহাবিদ্যালয় গোটৰ ফালৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰা কৰিলোঁ।।🙏🏻

ধন্যবাদ
#লোকনায়াকঅমিয়কুমাৰদাসমহাবিদ্যালয়গোট

Regarding Mukhya Mantri Nijut Moina Scheme...
01/09/2024

Regarding Mukhya Mantri Nijut Moina Scheme...

Address

Mitham Bengali
Dhekiajuli

Website

Alerts

Be the first to know and let us send you an email when Aabysf LOKD College Unit - Dhekiajuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share