07/01/2025
পাৰ্থক্য পৰিস্কাৰ 👇
এখন হৈছে কেজৰীৱাল চৰকাৰে নিৰ্মাণ কৰা ৫ ষ্টাৰ সদৃশ এখন চৰকাৰী বিদ্যালয়। আনখন হৈছে বিজেপিয়ে নিৰ্মাণ কৰা ৫ ষ্টাৰ সদৃশ এটা দলৰ কাৰ্য্যালয়।আপ সদায় জনসাধাৰণৰ উন্নয়নৰ হকে কাম কৰে। আনহাতে বিজেপিয়ে কাম কৰে নিজ দলৰ কাৰ্য্যালয় উন্নয়নৰ হকে।